Browsing Category
ট্ৰেণ্ডিং
পৰৱৰ্তী মুখ্য সচিব হ’ব পৱন বৰঠাকুৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ উত্তৰাধিকাৰী হ'ব বৰ্তমান অতিৰিক্ত মুখ্য সচিব ৰূপে কৰ্মৰত পৱন বৰঠাকুৰ। ৩১ আগষ্টত মুখ্য সচিবৰ কাৰ্যকাল অন্ত পৰিলেও বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অতিৰিক্তভাৱে দায়িত্ব…
খাদ্য আৱৰ্জনাৰে কম খৰচী জৈৱিক ইন্ধন উৎপাদন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী আন্তৰাষ্ট্ৰীয় গৱেষক তথা ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াৰ নিবাসী খলিফা চৈয়দে জৈৱিক ইন্ধনৰ উৎপাদন আৰু ব্যয় হ্ৰাসৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে৷ গৱেষকজনে তেলৰ আৱৰ্জনা তথা পেলনীয়া খাদ্য সামগ্ৰী,…
তেজপুৰৰ পৰা অৰুণাচললৈ ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ ৭৫ জনীয়া চাইকেল ৰেলী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ আগষ্ট : ভাৰতীয় সেনাৰ তেজপুৰ গজৰাজ কৰ্পছে আজি শোণিতপুৰ জিলাৰ ঠাকুৰবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ বালিমূহলৈ সেনাৰ ৭৫ জনীয়া এটা দলে চাইকেল ৰেলি আৰম্ভ কৰে। আজাদি কা অমৃত মহোৎসৱ পালনৰ উদ্দেশ্যে সেনাৰ এই চাইকেল আৰোহীৰ…
অসম-অৰুণাচল সীমা বিবাদ অন্ত পৰাৰ দিশে : মন্ত্রী অতুল বৰাৰ সংবাদমেল
দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতিয়ে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদ মান এলেকা ৩১ আগষ্টৰ ভিতৰত পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হৈ…
ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব
শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্ট: যদিও ফলবিধ বিদেশী, তথাপি ড্ৰেগন ফলে আমাৰ দেশত ক্ষিপ্ৰতাৰে স্বীকৃতি লাভ কৰিছে। ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব ! ই আচলতে এক প্ৰকাৰৰ কেকটাছ ভিত্তিক ফল। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ,…
মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি মুকলি কৰিলে ৮৩ খন বেচিক লাইফ চাপ’ৰ্ট এম্বুলেঞ্চ
অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ। আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম আঁচনি গ্ৰহণৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ।
শতাব্দ প্ৰতিনিধি,…
আশ্চৰ্যঃ ৫০ বছৰৰ পাছত অন্ধ হৈ পৰে গাঁৱৰ পুৰুষসকল
শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্টঃ সেউজীয়াৰে আগুৰি থকা পাহাৰীয়া গাঁওখনৰ মুঠ বাসিন্দা ৩৬০ জন। ইয়াৰে ৭৫ শতাংশ অন্ধ। শুনিলে আচৰিত হ’লেও এই কথা সঁচা। কাৰণ উত্তৰ আমেৰিকাৰ দেশ পেৰুৰ সেই দুৰ্গম পাহাৰীয়া গাঁৱৰ মানুহবোৰৰ ভাগ্য এয়াই।
সংবাদ…
শাক-পাচলি খেতিৰে বছৰি ৪ কোটি টকা উপাৰ্জন কৰে গীতাঞ্জলিয়ে
শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্টঃ কৃষিক্ষেত্ৰত স্থায়ী উপাৰ্জন নাই। খৰাং বা বানপানীৰ দৰে প্ৰাকৃতিক কাৰণে যথেষ্ট ক্ষতি কৰিব পাৰে। যাৰ ফলত তেওঁলোকে বাৰে বাৰে বৃহৎ লোকচানৰ সন্মুখীন হয়। কিন্তু আজিকালি প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব…
তেজপুৰ বিশ্ববিদ্যায়লৈ নাকৰ এ+গ্ৰেড
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: দেশৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে(নাক)এ+ গ্ৰেড প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনে দেশৰ শীৰ্ষ সাত শতাংশ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান…
তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষ তথা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত পাঁচজন…
