Browsing Category

ট্ৰেণ্ডিং

শাক-পাচলি খেতিৰে বছৰি ৪ কোটি টকা উপাৰ্জন কৰে গীতাঞ্জলিয়ে

শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্টঃ কৃষিক্ষেত্ৰত স্থায়ী উপাৰ্জন নাই। খৰাং বা বানপানীৰ দৰে প্ৰাকৃতিক কাৰণে যথেষ্ট ক্ষতি কৰিব পাৰে। যাৰ ফলত তেওঁলোকে বাৰে বাৰে বৃহৎ লোকচানৰ সন্মুখীন হয়। কিন্তু আজিকালি প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব…

তেজপুৰ বিশ্ববিদ্যায়লৈ নাকৰ এ+গ্ৰেড

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: দেশৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে(নাক)এ+ গ্ৰেড প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনে দেশৰ শীৰ্ষ সাত শতাংশ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান…

তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষ তথা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত পাঁচজন…

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উত্তৰণৰ বাবে ন্যূনতম দহকোটি টকা অনুমোদনৰ দাবী ড° সমুজ্জ্বল কুমাৰ…

শতাব্দ প্ৰতিনিধি, মাজুলী,১০ আগষ্টঃ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মাজুলী মিলন সংঘ কমলাবাৰীত কৃতীমান ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠিত হয়। অজিত…

চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

চাহ খণ্ডৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। প্রতি কেজি অর্থডক্স চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। চাহ বাগিচাতে শ্রমিকসকলক ৰেচন প্ৰদানৰ সুবিধার্থে সুলভ মূল্যৰ…

ডাঃ অমৰেন্দ্ৰ গগৈলৈ “বিহু প্ৰজ্ঞা” বঁটা আৰু ড° অনিল শ‌ইকীয়ালৈ “বিহু…

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: বিহু কৃষ্টি পৰিষদ, অসমৰ "বিহু প্ৰজ্ঞা" বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈ আৰু "বিহু মহীয়ান" বঁটা শিক্ষাবিদ, লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়ালৈ আগবঢ়োৱাৰ বিষয়ে আজি ঘোষণা কৰা হৈছে ৷যোৱা সাত…

সত্তৰোৰ্ধৰ ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগত অগপৰ তিনিচুকীয়া জিলাৰ সভাপতিক আটক

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : এজন সত্তৰোৰ্ধৰ ব্যক্তিক পথত মাৰপিট কৰাৰ গুৰুতৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰিছে অসম গণ পৰিষদ (অগপ) দলৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণক ৷ তিনিচুকীয়া আৰক্ষীৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে ৷…

তিনিচুকীয়াৰ বৌদ্ধ বিহাৰৰ পৰা আটক ভিক্ষুবেশী সন্দেহজনক নাগৰিক

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : বৌদ্ধ ভিক্ষুৰ বেশেৰে সমাজৰ চকুত ধূলি মাৰি তিনিচুকীয়া চহৰৰ কলেজ ৰ’ডস্থিত বৌদ্ধ বিহাৰত প্ৰায় দুবছৰ দিন বাস কৰি অহা এজন সন্দেহজনক নাগৰিকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে নিজৰ পৰিচয় ৪২ বছৰ…

আপদ কালৰ পদ্য

জগত অৱনৰিউৎকট গৰমত দহিছে দেহ গৰমৰো বোলে নানানটা বেশ।ৰ'দৰ তাপত পুৰিছে গা গছ-গছনি কটা মজাটো পা।চোতালৰ দুৱৰিত ঢাৰি পাৰি বহি আইতাৰ সাধু শুনো বিচনি মাৰি মাৰি।খাৱন-শোৱন নাই গৰমৰ জ্বালাত কিয়নো পৰিলো ভাই এনে জঞ্জালত।…

ত্ৰিৰংগ পতাকা ক’ত ওলোমাম

 বিনয় কৃষ্ণ তামুলী ফুকন চৰকাৰ মহোদয়ে কৈছে - "ঘৰ ঘৰ মে ত্ৰিৰংগা" তাকো তিনিদিনৰ আগৰ পৰাই আঁৰিব লাগিব। ঘৰ মানে কি? মহানগৰী ফ্লাই অভাৰ তলত থকা সকলে ক'ত উত্তোলন কৰিব পতাকা? তেঁওলোকে ভাৰতীয় নাগৰিক নহয় নেকি? কথাবোৰ কিবা খেলি মেলি। কোনোৱাই ক'লে…