Browsing Category
ট্ৰেণ্ডিং
জনতা ভৱনত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ আগষ্টঃ সেউজ শক্তিৰ উৎস ব্যৱহাৰ কৰি পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক প্ৰয়োজনীয় শক্তিৰে সৱলীকৃত কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ…
গুৱাহাটীত বিদ্যালয়সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ
গুৱাহাটী,৯ আগষ্টঃ গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ ১০ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ। এতিয়াৰে পৰা বিদ্যালয় সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান…
তেজপুৰত আবৃত্তি সম্ৰাট, অসম আন্দোলনৰ অগ্ৰদূত প্ৰণৱ বৰাক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ আগষ্ট : অসমৰ আবৃত্তি সম্ৰাট হিচাপে পৰিচিত, ঐতিহাসিক অস্তিত্ত্বৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম অগ্ৰদূত প্ৰণৱ বৰাৰ স্মৃতিত আজি বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কবিতা আবৃত্তিৰে জীপাল কৰিলে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ…
ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ ওপৰত আলফা, এনএছচিএনৰ আক্ৰমণ : জেচিঅ’ আহত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : শান্তি প্ৰক্ৰিয়া ব্যৰ্থ হোৱাৰ ইংগিত দি সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো আলফাই (স্বা) সৰ্বাত্মক বন্ধ ঘোষণা কৰাৰ পাছত ১৫ আগষ্টলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি ধলপুৱাতে…
লখিমপুৰত সঘনাই বিদ্যুৎ কৰ্তনঃ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহেৰে আছুৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ আগষ্টঃ বিগত কিছুদিন ধৰি উত্তৰ লখিমপুৰ সংমণ্ডলে লখিমপুৰত নিয়মীয়া ভাৱে বিদ্যুৎ সংযোগ দিয়াত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ…
তিনিচুকীয়াৰ বাৰেকুৰিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুষ্প্ৰাপ্য হলৌৰ মৃত্যু : সংখ্যা ১৮ টালৈ হ্ৰাস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গড় লৈ উঠা তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত কালি পুনৰ মৃত্যু ঘটিল এটা প্ৰায় ১৪ বছৰীয়া হলৌ বান্দৰৰ ৷ ইয়াৰ লগে লগে বৃহত্তৰ বাৰেকুৰি…
১৫ আগষ্টত আলফাৰ অসম বন্ধক কেন্দ্ৰ কৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া
উত্তৰ লখিমপুৰ,৯ আগষ্ট : মালিক চীনক সন্তুষ্ট কৰিবৰ বাবে গোলামৰূপী আলফাই এইবাৰ অসমত স্বাধীনতা দিৱস বৰ্জন তথা অসম বন্ধৰ আহ্বান দিছে।-- এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। আজি এক বিবৃতিত এই মন্তব্য কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য…
লায়ন্স ক্লাৱ লখিমপুৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ কাৰ্যকৰী সমিতি গঠন
উত্তৰ লখিমপুৰ, ৮ আগষ্ট: উত্তৰ লখিমপুৰ লীলাবাৰী মৈত্ৰী আশ্ৰমত ৭ আগষ্টত লায়ন্স ডাঃ উপেন্দ্ৰ নাথ দত্তৰ দ্বাৰা লায়ন্স ক্লাব লখিমপুৰৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ বাবে নৱনিৰ্বাচিত সমিতিৰ সদস্যসকলক শপত গ্ৰহণ কৰাই তেওঁলোকৰ কৰণীয় দায়িত্বসমূহ সুন্দৰকৈ বুজাই…
তেজপুৰত চৰকাৰী চাউলৰ চোৰাং বজাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯আগষ্টঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ডেকাৰগাঁও গাঁৱৰ গাঁওবুঢ়া তথা কটকীচুবুৰী নিবাসী ৰঞ্জিত কটকীয়ে তেওঁৰ পত্নী পলি ডেকাৰ নামত থকা সুলভ মূল্যৰ দোকানৰ সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলাই অহা চৰকাৰী চাউলৰ এক ৰমৰমীয়া বজাৰ…
লখিমপুৰত প্ৰচণ্ড ধুমুহা বতাহত তচ নচ ঘৰ-দুৱাৰ : নিহত ১ : বিদ্যুৎ ব্যাহত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ আগষ্ট : আজি পুৱা প্রায় ৩ বজাত অহা এজাক প্রচণ্ড ধুমুহা বতাহ বৰষুণে লখিমপুৰ নগৰৰ লগতে ইয়াৰ আশে-পাশে বিভিন্ন অঞ্চলত ক্ষতিসাধন কৰে। ধুমুহা বতাহৰ ফলত প্ৰকাণ্ড প্রকাণ্ড গছ উভালি পৰাত আজি সন্ধিয়া পর্যন্ত নগৰখনৰ লগতে…
