Browsing Category

ট্ৰেণ্ডিং

গহপুৰৰ জ্যেষ্ঠ সাংবাদিক মমিন কুমাৰ দাসৰ অকাল বিয়োগ, শোক

শতাব্দ প্ৰতিবেদক, গহপুৰ, ৮ আগষ্টঃ গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা গহপুৰ নগৰৰ হলনা গাঁৱৰ নিবাসী মমিন কুমাৰ দাসৰ (৪৮) আজি বিয়লি দুই বজাত নিজ বাসগৃহত অকাল বিয়োগ ঘটাত গহপুৰত শোকৰ ছাঁ পৰিছে। সাংবাদিক গৰাকী যোৱা কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ…

বালিয়ে পোতা এখন গাঁৱৰ কথা

বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে…

নৰ্থ লখিমপুৰ কলেজ আৰু সাহিত্য অকাডেমীৰ যৌথ উদ্যোগত আলোচনা-সত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ  ভাৰতীয় সাহিত্য অকাডেমী আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত আজি  ‘অসমীয়া গদ্য লিখন কৌশলৰ বিৱৰ্তন’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ সম্পন্ন হৈ যায়৷ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে প্ৰিয়ংকা…

অৰুণাচল যাত্ৰা, য়েছে দৰজে ঠংচি ইত্যাদি…

শৈলেন বৰুৱা ১ এম এ পৰীক্ষা দি উঠি ৬ টা ট্ৰাংকত কিতাপ পত্ৰবোৰ লৈ গুৱাহাটীৰ পৰা নাইট ছুপাৰত উঠি দিলোঁ, ঘৰলৈ বুলি... আৰু নপঢ়োঁ ! ঘৰতে আছো।কেইদিনমানৰ পিছতে মোৰ পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু শৰৎ তালুকদাৰ ছাৰে পাঠশালাৰ পৰা ফোন কৰি খবৰ ললে। কি…

ভয় আৰু নিৰাপত্তাহীনতাই মোক আগুৱাই নিছে– আমিৰ খান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ তিনিটা দশকৰো অধিক সময় ধৰি চলি থকা কেৰিয়াৰত আমিৰ খানে বহু ব্লকবাষ্টাৰ ছবিৰ অংশ হৈ আহিছে আৰু দেশৰ  অন্যতম ডাঙৰ ছুপাৰ ষ্টাৰ হৈয়ে আছে। শেহতীয়াকৈ আমিৰ খান পুনৰ চৰ্চালৈ আহিছে "লাল সিং চাড্ডা" নামৰ চিনেমাখনক লৈ।…

মিছন সমুদ্ৰযানঃ প্ৰথমবাৰৰ বাবে সাগৰৰ ৬ কিলোমিটাৰ গভীৰতালৈ ভাৰতৰ অভিযান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : চন্দ্ৰযানৰ পিছত মঙলায়ন। আৰু এইবাৰ সমুদ্ৰায়ন। মহাকাশৰ পিছত এইবাৰ গভীৰ সাগৰ। প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতে এক নতুন অভিযান হাতত লৈছে। সাগৰত ৬০০০ মিটাৰ গভীৰতালৈ মানুহ পঠোৱাৰ লক্ষ্য। কিছু পৰিমাণে চাবমেৰিনৰ…

ৰামায়ণৰ ‘কুইজ’ত জয়ী দুই মুছলমান ছাত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : হিন্দু শাস্ত্ৰ ৰামায়ণক লৈ আয়োজন কৰা কুইজ প্ৰতিযোগিতাত দুজন মুছলমান ছাত্ৰই অংশগ্ৰহণ কৰিছিল। দুয়োগৰাকীয়ে প্ৰতিযোগিতাত জয়লাভো কৰে। এটা প্ৰকাশন প্ৰতিষ্ঠানে আয়োজন কৰিছিল এই প্ৰতিযোগিতা। য'ত ৰামায়ণ কাহিনীৰ…

ফৰিঙে ধৰা পেলাব কেন্সাৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : বহু সময়ত যেতিয়া কেন্সাৰ ধৰা পৰে, তেতিয়া ইমান দেৰি হয়গৈ যে ইয়াৰ চিকিৎসা কৰাটো অতি কঠিন হৈ পৰে। কেতিয়াবা চিকিৎসকে কৰিব পৰা একো নাথাকে। গতিকে সময়মতে ৰোগ নিৰ্ণয় কৰাটো অতি প্ৰয়োজনীয়। আৰু এই সমস্যা…

বিষয় – প্লাষ্টিক নিষিদ্ধকৰণ

বিনয় কৃষ্ণ তামুলী ফুকন প্লাষ্টিক নিষিদ্ধকৰণ--এই ঘোষণাটো বছৰ চেৰেগ মূৰে মূৰে শুনি থাকোঁ। শেষত একো নহয় গৈ। ঘোষণা কৰা সকলে দায় সাৰে - "এবাৰ ব্যৱহাৰ যোগ্য.. ইমান মাইক্ৰণৰ প্লাষ্টিকৰ ক্ষেত্ৰতহে এই নিষেধাজ্ঞা।" হেৰ' মাছ, শাক-পাচলি, গেলামালৰ…

গুচি যাম সৰগৰ বাট বিচাৰি

কৃষ্ণা ৰাজখোৱা মৰতৰ পৰা সৰগলৈ এটা দীঘলীয়া বাট থাকে এটা মেঘ সৰা পিছল সুৰুকীয়া বাট ... বাটটোৰ দুয়োকাষে থকা শিলাময় পাহাৰটোৰ শিলবোৰে বতাহৰ গীত গায় ছায়াঘন পাতবোৰ হালি জালি তাৰ সুৰত নাচে। বাটটো বৰ ভাল লগা সময়বোৰ দেওলগা অনুভৱবোৰ…