Browsing Category
ট্ৰেণ্ডিং
অসম্পূৰ্ণ নামঘৰঃ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭আগষ্টঃ বিহগুৰি উন্নয়ন খণ্ড আৰু পঞ্চম একাংশত উন্নয়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত তথা বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ অঞ্চলত এটা ৰাজহুৱা নামঘৰ নিৰ্মাণকলৈ…
আৰ্থিক ভাবে পিছপৰা কৰ্কট ৰোগীৰ সেৱাৰ ক্ষেত্ৰত “দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন” ৰ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ আগষ্টঃ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ ভৱনতে অচিৰেই গঢ়ি উঠিব "দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন" ৰ এটা কেন্দ্ৰ। আজি তেজপুৰত দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ প্ৰতিষ্ঠা লগ্নৰ সদস্য তথা শোণিতপুৰৰ…
তেজপুৰৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ অধিবেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ আগষ্টঃ “জীৱনত নিজে অৰ্জা জ্ঞান আনক বিলাই দিব লাগে, সেয়া শিক্ষিত বা অশিক্ষিত তেনে নহয় সকলোৱে এটা নিৰ্দিষ্ট বয়সত জ্ঞান আহৰণ কৰে।”তেজপুৰৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনত অংশ গ্ৰহণ কৰি…
১৩ আগষ্টত শোণিতপুৰত লোক আদালত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ আগষ্টঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ আগষ্টত শোণিতপুৰ জিলা আদালত প্ৰাংগনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ…
তেজপুৰত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়াৰূপী ধেমাজিৰ পংকজ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: নিজকে অসম আৰক্ষীৰ এজন আৰক্ষীৰ উপ পৰিদৰ্শক বুলি পৰিচয় দি,আৰক্ষীৰ পোচাকত তেজপুৰৰ পথত যোৱা নিশা তালাচী চলোৱা পংকজ হাজৰিকা(২৮)নামৰ এক দাগী প্ৰৱঞ্চকক কৰায়ত্ত কৰিছে স্হানীয় মহাভৈৰৱ আৰক্ষীয়ে৷ এই ঘটনাৰ পাছতে অভিযুক্ত…
আমেৰিকায়ো ক্ৰয় কৰিব ভাৰতীয় যুঁজাৰু বিমান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ আগষ্ট : সামৰিক সঁজুলিৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰত বহুলাংশে বিদেশী নিৰ্ভৰশীল আছিল। কিন্তু, এইবাৰ কেন্দ্ৰীয় চৰকাৰে এই ধাৰা পৰিত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয়, এতিয়া বিদেশলৈ নিজা প্ৰযুক্তিৰে নিৰ্মিত…
তৰুণ উদ্যমী মাধৱ ফুকনৰ সফলতাৰ কাহিনী
মুক্তাৰ আলী
তেওঁ আছিল ৰাজনীতি বিজ্ঞানৰ স্নাতক। কলেজীয়া শিক্ষা শেষ কৰি প্ৰয়োজনবোধ কৰিছিল এটা চাকৰিৰ। সেই সময়ত নিযুক্তি বন্ধ আছিল।য'তে ,ত'তে আলফা বিচৰাৰ নামত নিৰীহ যুৱকৰ ওপৰত চলিছিল আৰক্ষী , সেনাবাহিনীৰ নিৰ্মম অত্যাচাৰ।তাৰ মাজেৰেই চাকৰিৰ…
নতুন আৱিষ্কাৰেৰে মহীয়ান মালভোগ খুতৰা
দাদুল দেৱকৃষ্ণ বৰুৱা
অপতৃণ বুলি যদি ইমানদিনে উভালি পেলাই আহিছে, তেন্তে এতিয়াৰ পৰা আৰু সেই ভুলটো নকৰিব। কাৰণ আমি বহু সময়ত অপতৃণ বুলি ভাবি অহা এইবিধ শাক আচলতে বাৰী চুকৰ মুকুতা। শামুকৰ পেটত মুকুতা বিচাৰি পোৱাৰ দৰে শেহতীয়াকৈ এইবিধ শাকত…
লখিমপুৰত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ৬আগষ্ট : অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া 'অৰুণোদয় মাহ' উপলক্ষে আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।জিলা উন্নয়ন আয়ুক্ত মনোজ…
