Browsing Category
ট্ৰেণ্ডিং
ৰহস্য ! দ্ৰুতগতিত ঘূৰিছে পৃথিৱী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্ট : পৃথিৱীৰ অক্ষত এবাৰ ঘূৰিবলৈ ২৪ ঘণ্টা সময় লাগে বুলি কোৱা হয়। কিন্তু নতুন অভিলেখৰ পিছৰে পৰা বিপৰ্যয়ৰ সৃষ্টি হৈছে। দেখা গ’ল, ইয়াতকৈয়ো আৰু কম সময় লৈছে ঘূৰিবলৈ। ১.৫০ মিলিছেকেণ্ড কম নহয়। পৃথিৱীখন সাধাৰণতকৈ…
তেজপুৰত শিক্ষা কল্যাণ ন্যাসৰ অভিনন্দন ও সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২ আগষ্ট: তেজপুৰৰ পশ্চিম অঞ্চলৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান শিক্ষা কল্যাণ ন্যাসে আজি ২০২২ৰ অভিনন্দন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম বিহগুৰি অঞ্চলৰ গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়ত…
নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল’ব পৰা খণ্ডটোৱেই হৈছে কৃষি : মন্ত্রী অতুল বৰা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ গুৱাহাটীত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা ৰাজ্যৰ জিলাসমূহৰ কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াসকলৰ উপস্থিতিত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৰে কৃষি মন্ত্রী অতুল বৰাই।…
বগীনদীত বন বিভাগৰ অতৰ্কিত অভিযানঃ বৃহৎ পৰিমাণৰ চোৰাং কাঠ, গাড়ী, বেঞ্চ শ্ব’ মেছিন জব্দ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ আগষ্ট : লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে চৰ-চাপৰি অঞ্চল সমূহত এতিয়াও চোৰাং কাঠৰ বেহা অব্যাহত আছে। একাংশ দুষ্কৃতিকাৰীৰ বাবেই নিতৌ বনাঞ্চল সমূহ ধ্বংস হব ধৰিছে। সোমবাৰেও জিলাখনৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা…
কাৰ্বি আংলঙত ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : ২ আগষ্ট মঙলবাৰে কাৰ্বি আংলং জিলাৰ পৰা ১৫ কোটি টকাৰ হেৰ’ইন, মৰ্ফিনসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। এই ড্ৰাগছখিনি সৰবৰাহৰ সৈতে জড়িত তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে পুৱাৰ…
তেজপুৰৰ পৰোৱাত উচ্ছেদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: তেজপুৰৰ পৰোৱাত আৰম্ভ হোৱা প্ৰসূতি আৰু নৱজাতকৰ চিকিৎসালয়ৰ সন্মুখত আজি দিনত এক উচ্ছেদ অভিযান চলাই শোণিতপুৰ প্ৰশাসনে। তেজপুৰ সদৰ ৰাজহ চক্ৰবিষয়াৰ উপস্থিতিত চিকিৎসালয়খনৰ সন্মুখত তথা ব্যস্ততাপূৰ্ণ পথটোৰ কাষত অবৈধ…
ভাল কামৰ বাবে ৯৯ কৰ্মচাৰীক বাচনি চৰকাৰৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসম চৰকাৰে ৰাজ্যিক পর্যায়ত ১০ জন নন-গেজেটেদ আৰু জিলা পর্যায়ত ৮৯ জন কৰ্মচাৰীক পুৰস্কৃত কৰি তেওঁলোকৰ কৰ্মক্ষমতাক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে…
দেশৰ ৪০টা ৰেল ষ্টেচনত নিৰ্মাণ হ’ব মিনি শ্বপিং মল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : দেশৰ বিমান বন্দৰত কিতাপৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিলৈকে সকলো বস্তুৰ শ্ব’ৰুম আছে। শেহতীয়াকৈ শিয়ালদহ ষ্টেচনত গহনাৰে পৰা আৰম্ভ কৰি ছাতি আৰু মছলালৈকে শ্ব’ৰুম মুকলি কৰা হৈছে। এইদৰে দেশৰ ৪০টা ষ্টেচনৰ সংস্কাৰ কৰা…
কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ ধূমকেতু আহি আছে পৃথিৱীলৈ ! নাছাৰ সতৰ্কবাণী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : সঁচাকৈয়ে পৃথিৱীৰ এই ধ্বংসৰ আগতীয়া অৱস্থানে? এনেদৰে ভাবিব লগা হৈছে। কাৰণ নাছাই এটা ভয়ংকৰ মহাজাগতিক পৰিঘটনাৰ কথা উল্লেখ কৰিছে। কুটুব মিনাৰৰ তুলনাত ৬ গুণ ডাঙৰ এটা ধূমকেতু আহি আছে ! যিকোনো আকাৰৰ ধূমকেতু…
