Browsing Category
ট্ৰেণ্ডিং
৫ আগষ্টত ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী প্ৰদেশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি গুৱাহাটী,২ আগষ্টঃ মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, বানপানীৰ সমস্যা আৰু জি এছ টিৰ বিৰুদ্ধে ৫ আগষ্টত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰিব। এই কাৰ্যসূচী সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত…
শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত পাঁচজনৰ মৃত্যু
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: শোণিতপুৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনৰ ঢেকিয়াজুলি,বৰছলা,ৰঙাপৰা,বালিপৰা,চাৰিদুৱাৰকে ধৰি বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে শিশু,কিশোৰ,যুৱক যুৱতীকে ধৰি বয়োজ্যেষ্ঠ লোক।…
জাপানীজ এনকেফেলাইটিছ : অসমত মৃতকৰ সংখ্যা ৫২ লৈ বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসমত জাপানীজ এনকেফেলাইটিছ (JE) ৰোগত আক্ৰান্ত হৈ আৰু ৪ জন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ নগাঁও জিলাত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যত বিগত ২৪…
পৰিবহণ বিভাগত নতুন পদ সৃষ্টি কৰা হ’বঃ মুখ্যমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক লোকনির্মাণ বিভাগ আৰু পৰিবহণ বিভাগৰ সৈতে এক যুটীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। যাতে পথ দুৰ্ঘটনাৰ পৰিঘটনা হ্ৰাস কৰিবলৈ…
ৰক্ষা পৰিল কাজিৰঙাৰ গঁড়ঃ গঁড় হত্যাৰ পৰিকল্পনাৰ সময়তে বিশ্বনাথত ৪ গঁড় চিকাৰীক আটক
বিশ্বনাথ চাৰিআলি ২আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা চাৰিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথৰ বন বিভাগে। তাৎপর্যপূর্ণ যে গঁড় হত্যাৰ বাবে শ্বুটাৰ হিচাপে নিয়োগ কৰা হৈছিল যুদ্ধবিৰত গোটৰ এনডিএফবি কেডাৰক।…
ডিজিটেলাইজড ৰূপত বিভাগত উপলব্ধ হ’ব মথাউৰিৰ তালিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰৰ পৰা জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সত অংশ লয়। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া আৰু অভিযন্তাৰ পৰা…
কিয় বাঢ়িছে পেন্সিলৰ দাম ? ছবছৰীয়া ছোৱালীৰ প্ৰধানমন্ত্ৰীলৈ চিঠি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : মূল্যবৃদ্ধি এতিয়া সাধাৰণ মানুহৰ মূৰৰ বিষৰ প্ৰধান কাৰণ। উপাৰ্জন বৃদ্ধিৰ নাম নাই যদিও দিনক দিনে বাঢ়ি গৈ আছে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি এই মঙহা বজাৰত তেওঁ…
কেএলঅ’ৰ মুৰব্বী জীৱন সিঙে অডিঅ’ বাৰ্তাত কি কৈছে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : উত্তৰ বংগ আৰু অসমৰ উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ মুৰব্বী জীৱন সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি শান্তি আলোচনাত বহাৰ প্ৰস্তাৱ আগবঢ়াইছে। জীৱনে এক মিনিট…
ফৰাচী নৌসেনাৰে অনুশীলনত ভাৰতীয় যুদ্ধ জাহাজ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বিশ্বৰ অন্যতম অৰ্থনৈতিক আৰু সামৰিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে দেশখনে। মুঠতে নতুন দিল্লীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত…
ঠিক যেন আঙুলিৰ ছাপ ! এটা অদ্ভুত দ্বীপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বিশ্বৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ দ্বীপ সিঁচৰতি হৈ আছে। ইয়াৰে অধিকাংশ দ্বীপক পৰ্যটনস্থলী হিচাপে গণ্য কৰা হয়। বহুক্ষেত্ৰত মূল ভূখণ্ডত বাস কৰা বাসিন্দাসকলে ছুটীৰ বাবে দ্বীপবোৰলৈ যায়। কিছুমান দ্বীপে নিজৰ…
