Browsing Category
ট্ৰেণ্ডিং
ব্ৰিটেইনত অসহ্যকৰ তাপত নাগৰিকৰ নৰকবাস
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বৰ্তমান ব্ৰিটেইনত তাপ প্ৰবাহৰ সৃষ্টি হৈছে। উষ্ণতা প্ৰায় ৪০ ডিগ্ৰী। গৰমৰ ফলত প্ৰায় ১০০০ ব্ৰিটিছ লোকৰ মৃত্যু হৈছে বুলি অনুমান কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে।…
শোষণৰ পিছত চীনৰ বাবে পাকিস্তান ‘বোজা’!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বৰ্তমান সময়ত পাকিস্তানৰ অৰ্থনৈতিক সংকট অধিক ভয়াৱহ হৈ পৰিছে। শ্ৰীলংকাৰ দৰে ভৱিষ্যতে পাকিস্তানত সংকট বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে। মুদ্ৰাস্ফীতিৰ পৰা খাদ্যৰ লগতে আন কেইবাটাও সংকটৰ…
মিছন ভূমিপুত্র আঁচনি মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন সাধনেৰে আজি মুকলি কৰা হয় 'মিছন ভূমিপুত্ৰ' আঁচনিখন। এই উপলক্ষ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত…
তেজপুৰত আটছাৰ ধৰ্ণা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১আগষ্টঃ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আহতহৈ চিকিৎসাধীন মইনা নায়কক ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে নির্ধাৰণ কৰা ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰাৰ ব্যৱস্থা কৰা, লেপেটকটা চাহ বাগিছাৰ প্ৰধান…
ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন মুখ্য নির্বাচনী বিষয়াৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই আজি গুৱাহাটীত এক অনুষ্ঠানত দেশৰ নিৰ্বাচন আয়োগে ব্যৱহাৰকাৰীৰ সুবিধার্থে নতুনকৈ প্ৰস্তুত কৰি উলিওৱা ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন কৰে। গুৱাহাটীৰ কটন…
মুকেশ আম্বানীৰ হাতত ৮৮,০৭৮ কোটিৰ ৫জি স্পেকট্ৰম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই সৰ্বাধিক ৫জি স্পেকট্ৰম লাভ কৰিছে বুলি কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। আম্বানীৰ কোম্পানীয়ে ফিফথ জেনেৰেচন বা ৫জি স্পেকট্ৰমৰ ৮৮ হাজাৰ…
‘মিছন ভূমিপুত্ৰ’ পৰ্টেল মুকলি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : ১ আগষ্ট সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'মিছন ভূমিপুত্ৰ পৰ্টেল' মুকলি কৰে। এই পৰ্টেলৰ উদ্দেশ্য হৈছে এমাহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেলাইজড জাতিৰ প্ৰমাণ…
চিকিৎসা গৱেষণাৰ বাবে আই আই টি গুৱাহাটীত চেণ্টাৰ অৱ এক্সেলেন্স স্থাপন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট: ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, গুৱাহাটী চমুকৈ আই আই টি জিয়ে স্বাস্থ্যসেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এটা চিকিৎসা গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে।…
চতিয়াত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সমদল
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ১ আগষ্টঃ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে। অহা ১৩…
গুৱাহাটীৰ হোটেলত গাঞ্জাসহ ধৃত পাঁচজন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ পল্টন বজাৰ আৰক্ষীৰ সফলতা। নিশা ২ বজাত পল্টনবজাৰৰ সুমিয়া হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। আনহাতে গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক। ঘটনাৰ বিৱৰণ অনুসৰি নিশা ২ বজাত এক…
