Browsing Category

ট্ৰেণ্ডিং

১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই…

সোৱণশিৰি পাৰৰ ঘূনাসুঁতি : ঐতিহাসিক ঘুনাসূঁতিত নিৰ্মাণ হ’ব ‘পানৈ-জংকি ক্ষেত্র’ : নামফলক উন্মোচন

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ জুলাই : লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ ঐতিহাসিক ঘুনাসূঁতিত নির্মাণ হ'ব 'পানৈ জংকি ক্ষেত্র'। তদুপলক্ষে আজি ঘুনাসূঁতি তিনিআলিত মিচিং জনগোষ্ঠীৰ অন্যতম  পৰম্পৰাগত নৃত্য গুমৰাগৰ চেৱত মুখৰিত হৈ উঠে ঘুনাসূঁতিৰ বক্ষ।…

চৌদি আৰৱত উদ্ধাৰ ৮ হাজাৰ বছৰ পুৰণি মন্দিৰ! আচৰিত পুৰাতত্ত্ববিদ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : শেহতীয়াকৈ চৌদি আৰৱত প্ৰত্নতাত্ত্বিক জৰীপৰ খননৰ সময়ত প্ৰায় ৮ হাজাৰ বছৰ পুৰণি এখন চহৰ আৱিষ্কাৰ হৈছে। ইয়াৰ উপৰি এটা প্ৰাচীন মন্দিৰৰ লেখ-জোখো পোৱা গৈছে। এনে অৱস্থাত চৌদি আৰৱৰ আটাইতকৈ পুৰণি চহৰখনত মন্দিৰটো…

ক’ৰনা ভাইৰাছ উত্থানৰ আঁৰত পৰিৱেশ প্ৰদূষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : জনসংখ্যা বিস্ফোৰণ আৰু পৰিৱেশ প্ৰদূষণ বিশ্বৰ সকলো সমস্যাৰ মূল। এইবাৰ ক’ৰনা ভাইৰাছ বৃদ্ধিৰ লগত এইবোৰ কাৰকৰ সম্পৰ্ক বিচাৰি উলিয়াইছে বিজ্ঞানীসকলে। বিশ্বব্যাপী এক অধ্যয়নত দেখা গৈছে যে বনাঞ্চল ধ্বংস, অপৰিকল্পিত…

নিৰ্বাসিত নেতা

দাদুল দেৱকৃষ্ণ বৰুৱা গণ প্ৰতিবাদৰ পিছত শ্ৰীলংকাই পালে নতুন ৰাষ্ট্ৰপতি। কিন্তু আগৰজন ৰাষ্ট্ৰপতি—পদচ্যুত গোটাবায়া ৰাজাপাকছা; তেওঁৰ কি দশা হ'ব? যোৱা ১৩ জুলাইত ৰাজাপাকছা দেশ এৰি মালদ্বীপলৈ পলাই গৈছিল, তাৰ পিছত বিমানেৰে ছিংগাপুৰলৈ যায়। তাৰ…

চতিয়াত পুনৰ ড্ৰাগছ সহ যুৱক আটক

শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩১ জুলাইঃ চতিয়াত আৰক্ষীৰ ধাৰাবাহিক অভিযানত ড্ৰাগছসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়। চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত ইটাখোলা আৰক্ষী চকীৰ আই চি ভাস্কৰজ্যোতি শইকীয়াৰ সহযোগত দুই…

তেজপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ অভিযোগ

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাইঃ “পথ নিৰ্মাণৰ ক্ষেত্ৰত যি অভিযোগ ৰাইজে কৰিছে তাৰ বিপৰীতে এই কামৰ নমুনা পৰীক্ষা হ’ব আৰু যদি পৰীক্ষাত কামৰ মানদণ্ড নিম্নমানৰ হোৱাটো প্ৰমাণ হয় তেনেহলে ঠিকাদাৰৰ ঠিকা বাতিল হ’ব। মোৰ সমষ্টিত বেয়া কাম কৰি…

তেজপুৰত এ ডিভিজন ফুটবল লীগ আৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাই: আজিৰে পৰা তেজপুৰৰ পলগ্ৰাউণ্ডত আৰম্ভ হৈছে অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী 'এ' ডিভিজন ফুটবল লীগ। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আয়োজিত এই ফুটবল প্ৰতিযোগিতাখনত অসম ৰাইফলছ,এন ই ফুটবল…

নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক বাণ থিয়েটাৰ বটাঁ প্ৰদান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩১ জুলাইঃ নাটকেই জীৱন আৰু ৰংগমঞ্চকে নিজৰ ঘৰ বুলি আজীৱন নাটশিল্পৰ সাধনাত ব্ৰতী হৈ এহেজাৰ এনিশা নাটকত অভিনয় কৰি ১০টাকৈ সোণৰ পদক, কুৰিটাকৈ ৰূপৰ পদক লাভ কৰাই নহয় কুৰিখনকৈ অসমীয়া চিনেমাত অভিনয় কৰি তাৰে ছয়খনকৈ চিনেমাত…

সাবিত্ৰী জিন্দাল হ’ল এছিয়াৰ আটাইতকৈ ধনী মহিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই: চীনৰ ইয়াং হুইয়ান নহয়, সাবিত্ৰী জিন্দাল বৰ্তমান এছিয়াৰ আটাইতকৈ ধনী মহিলা। ২৯ জুলাই শুকুৰবাৰে ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত ভাৰতীয় নাগৰিক সাবিত্ৰী জিন্দালে সকলো এছিয়ান মহিলাৰ শীৰ্ষত স্থান লাভ কৰি এই…