Browsing Category
ট্ৰেণ্ডিং
যুঁজখন আছিল নিজৰ লগতেই : মীৰাবাই চানু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : অপ্ৰতিদ্বন্দ্বী মীৰাবাই চানুৰ বাৰ্মিংহাম কমনৱেলথ গেমছত যুদ্ধ আছিল নিজৰ লগত। সেই যুঁজত চূড়ান্ত সফল ভাৰতীয় তাৰকাগৰাকী। মহিলা ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত চানুৱে সোণৰ পদক লাভ কৰে, বাকীসকল বহু পিছত। বাকী…
ভাৰতৰ অৱস্থা পাকিস্তান বা শ্ৰীলংকাৰ দৰে হ’ব!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : ভাৰতত পৰ্যাপ্ত পৰিমাণৰ বৈদেশিক মুদ্ৰাৰ মজুত আছে। বিদেশী ঋণৰ পৰিমাণো অতি কম। পাকিস্তান বা শ্ৰীলংকাৰ দৰে অৰ্থনৈতিক সমস্যা নাই।— ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে এনেদৰে কয়। তেওঁ কয়— "আমাৰ হাতত…
অভাৰচাৰ : গতিবেগ ঘণ্টাত ২১০০ কিলোমিটাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : লণ্ডন আৰু নিউয়ৰ্কৰ মাজৰ বিমান দূৰত্ব ৫৫৫৯ কিলোমিটাৰ। বৰ্তমান এই দূৰত্ব অতিক্ৰম কৰিবলৈ সাতৰ পৰা চাৰে আঠ ঘণ্টা সময় লাগে। কিন্তু যদি লণ্ডনৰ পৰা নিউয়ৰ্ক বিমানবন্দৰলৈ অহাৰ সময় আধালৈ হ্ৰাস কৰা হয়? বুম…
চীনৰ বিষয়াই বলপূৰ্বকভাৱে ভাৰত সীমান্তলৈ পঠায় তিব্বতীক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : তেওঁলোকৰ পৰম্পৰাগত জীৱনশৈলীৰ অন্ত পেলোৱা আৰু সীমান্ত অঞ্চল বিশেষকৈ ভাৰতৰ ওপৰত নিজৰ দখল শক্তিশালী কৰাৰ উদ্দেশ্যে চীন চৰকাৰে ২০৩০ চনৰ ভিতৰত এক লাখৰো অধিক তিব্বতীক নিজৰ ঘৰৰ পৰা উচ্ছেদ কৰাৰ পৰিকল্পনাকৰিছে।…
‘কি নাম দি মাতিম’ বুলি সুধিবলৈ নাই আৰু তেওঁ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : 'কি নাম দি মাতিম, মাতিম তোমাক...' বুলি সুধিবলৈ নাই আৰু সুকণ্ঠী গায়িকা নিৰ্মলা মিশ্ৰ। এইগৰাকী সংগীতজ্ঞৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ৩০ জুলাই শনিবাৰে নিশা প্ৰায় ১২:০৫ বজাত দক্ষিণ কলকাতাৰ চেতলাত থকা নিজ গৃহত…
ডিপি হোটেলৰ বত্ৰিশ ব্যঞ্জনৰ সোৱাদ..আঃ অপূৰ্ব
অৰিন্দম তালুকদাৰ
সৌ সিদিনা আমাৰ প্ৰাক্তন ছাত্ৰ বন্ধু পাঠশালাৰ বনজিৎ তালুকদাৰে দুপৰীয়া বৰ স্ফূৰ্তিত ফোন কৰি ক'লে,-ছাৰ আপুনি মুছলপুৰলৈ আহিলে বেলগুড়ি চকৰ ডি পি হোটেলত ভাত এসাঁজ যেনে তেনে খাব। এইদৰে কৈ…
খেলুৱৈ-শিল্পীৰ চিন্তা-চৰ্চা আনতকৈ পৃথক : মন্ত্রী বিমল বড়া
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ খেলুৱৈ-শিল্পীৰ চিন্তা-আনতকৈ পৃথক বাবেই তেওঁলোকৰ মনত ইতিবাচক চিন্তাৰ উন্মেষ ঘটে। সদৌ ভাৰত অসামৰিক সেৱা প্ৰতিযোগিতাত পদক লাভ কৰা অসম সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত…
মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খাদানত মৃত্যুৰ কিৰিলি : শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত মহকুমাধিপতিক তদন্তৰ নিৰ্দেশ…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : মাত্ৰ কেইটামান টকাৰ মোহত মাৰ্ঘেৰিটাৰ চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত অবৈধ খনন চলাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱা দৰিদ্ৰ শ্ৰমিকৰ ইটোৰ পাছত সিটো মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত্যুৰ…
তিনিচুকীয়াত পুনৰ জব্দ চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ : তেলচুৰিৰ মাষ্টৰমাইণ্ড পৰিবনে আৰক্ষীৰ জালত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : অইলৰ খাৰুৱা তেল পৰিবাহী পাইপলাইন ফুটাই টেপিং পইণ্ট লগাই বেলেগ পাইপ সংলগ্ন কৰি তেল চুৰি কৰি থকাৰ সময়তে আজি পুৱতি নিশা পুনৰ তিনিচুকীয়া আৰক্ষীয়ে এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে মাকুমৰ…
বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজী ভাষাত শিক্ষা – চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ অসম সাহিত্য সভা
শতাব্দ প্ৰতিনিধি তেজপুৰ তেজপুৰ ৩০ জুলাইঃ চৰকাৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আৰু বিশেষকৈ অসমৰ শিক্ষাৰ্থীয়ে ইংৰাজী শিক্ষাত অধিক গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটি ইংৰাজী ভাষাৰ…
