Browsing Category

ট্ৰেণ্ডিং

হিন্দু পৰিচয়ৰে কামাখ্যাত বিবাহ কৰি পত্নীক প্ৰতাৰণা: গ্ৰেপ্তাৰ তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০জুলাই: নিজকে হিন্দু বুলি পৰিচয় দি তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ নামৰ এজন লোকে বিশ্বনাথৰ এগৰাকী মহিলাক পলুৱাই আনি কামাখ্যাত হিন্দু নিয়ম অনুসৰি বিয়া পাতি মহিলা গৰাকীৰ হাতত থকা সাতলাখ টকা আত্মসাৎ কৰে। বৰ্তমান স্বামীৰ…

আহোম জাতিক অপমান :আহোম সভাই দিলে ২৪ ঘন্টাৰ সময়

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত ওলোৱা সমদলত 'আহোম জাতি মুৰ্দাবাদ' ধ্বনি দিয়াৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে আঞ্চলিক সমিতিসমূহৰ সহযোগত…

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰী বিমল বড়াৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক স্বাৱলম্বী তথা ৰাজ্যত নিয়োজনৰ সুবিধা গঢ়ি তোলাৰ বাবে বেংকৰ ঋণ প্রদান ব্যৱস্থা সৰলীকৰণ কৰাৰ লগতে এই ক্ষেত্ৰত বেংকৰ অংশীদাৰিত্ব…

জালনোট নিবলৈ আহি নাটকীয়ভাৱে আৰক্ষীৰ জালত পৰিল সাংসদ তাপিৰ গাৱৰ ভাতৃ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ গুৱাহাটীলৈ আহি নিখোজ হোৱা অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ অৱশেষত পানবজাৰৰ হোটেলত উদ্ধাৰ হ'ল যদিও পোহৰলৈ আহিল আন এক অধ্যায়। উল্লেখ যে গুৱাহাটীলৈ আহি নিৰুদ্দেশ হৈছিল অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ…

বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ আৰু নাই। শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকীয়ে আজি পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। নিমোনিয়া ৰোগত আক্ৰান্ত…

মহানগৰীত ধ্বংস কৰা হ’ল ১০০ কোটি টকাৰ জব্দকৃত ড্ৰাগছ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ আজি সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্সে বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰব্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই…

বিদায় আসন্ন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : মিগ-২১ যুঁজাৰু বিমানক বিদায় দিয়াৰ সময় আহি পৰিছে। সূত্ৰ অনুসৰি, চাৰিটা স্ক্ৰোৱাড্ৰনকো ছেপ্টেম্বৰ মাহত বন্ধ কৰি দিয়া হ'ব। বাকী তিনিটা স্ক্ৰোৱাড্ৰনকো অহা তিনি বছৰৰ ভিতৰত অৱসৰ দিয়া হ’ব। সূত্ৰ অনুসৰি, এই…

বিশ্বৰ শেষ পথ ‘ই-৬৯ হাইৱে’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : 'মই যি বাটে ওলালো আজি, নাহোঁ উভতি'— দশক দশক পূৰ্বে দৰদী গায়ক জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰোৱা গীতটো আজিও বহুতে গুণগুণায়। উভতি নহাৰ পথটোৱেই শেষ পথ! জীৱনৰ! এইটো আচলতে জীৱনৰ শেষ পথ— যিপথে গ'লে কোনো উভতি নাহে।…

সাগৰৰ তলত হ’ব ৫ হাজাৰ মানুহৰ বাসস্থান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : পৃথিৱীৰ প্ৰতিটো চুকত বসতি স্থাপন কৰা মানৱ জাতিৰ এতিয়া নতুন পৰিকল্পনা হৈছে সাগৰৰ তলত এখন চহৰ নিৰ্মাণ কৰা। এতিয়ালৈকে আমি কেৱল চিনেমা আৰু শিশুৰ কাৰ্টুনত পানীৰ তলৰ চহৰৰ আভাসহে দেখিছোঁ, কিন্তু অতি সোনকালে…

ইণ্টাৰনেট : কোন দেশত কিমান সস্তা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : সময়ৰ লগত খাপ খুৱাই আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাক মনত ৰাখি টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লেনত বেনিফিট কল কৰাতকৈ ডাটা বেনিফিটত অধিক মনোনিৱেশ কৰিছে। ইয়াৰ উপৰি কোম্পানীটোৰ ওপৰত নিৰ্ভৰ কৰি এই প্লেনবোৰৰ দামও…