Browsing Category

ট্ৰেণ্ডিং

সাৰ পাই উঠিয়েই মোবাইল চাই নেকিঃ শৰীৰৰ কি কি ক্ষতি হৈছে জানেনে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : বেছিভাগ মানুহেই ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল পৰীক্ষা কৰে। আজিকালি এয়া সকলোৰে অভ্যাস হৈ পৰিছে। কিন্তু আপুনি জানেনে যে আপোনাৰ এই অভ্যাস এটা সমস্যাত পৰিণত হ’ব পাৰে? ই আপোনাৰ স্বাস্থ্যত বিভিন্ন ধৰণে…

তিনিচুকীয়া ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া জিলাত শিশুৰ অধিকাৰৰ সুৰক্ষাৰ বুজ লোৱাৰ বাবে শেহতীয়াকৈ ইয়াত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দল । তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে সমগ্ৰ…

শোণিতপুৰত উদ্ধাৰ  মাৰণাস্ত্ৰসহ সাত জাঁই সজীৱ গুলী

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৯জুলাই: আজি  শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত শোণিতপুৰৰ মিছামাৰীৰ নিকটৱৰ্তী বেলশিৰি দৈমালু চেন্টাৰত দুটা অত্যাধুনিক মাৰণাস্ত্ৰ সহ সাঁতজাই গুলী উদ্ধাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । শোণিতপুৰ আতিৰিক্ত…

এনকাউণ্টাৰ : ছয় সপ্তাহৰ ভিতৰত চৰকাৰক বিতং শপতনামা দাখিলৰ নিৰ্দেশনা ন্যায়ালয়ৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ প্ৰসংগত আজি হোৱা শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি হোৱা শুনানিত যুক্তি প্ৰদৰ্শন কৰে দেশৰ প্ৰখ্যাত আইনজীৱী…

আঠ বছৰত আবেদন কৰা ২২.০৫ কোটিৰ ভিতৰত ৭.২২ লাখেহে পালে চাকৰি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ এটা চৰকাৰী চাকৰিৰ বাবে নিবনুৱাৰ হাহাকাৰৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ তথ্য। চাকৰিৰ বাবে ২০১৪ চনৰ পৰা এতিয়ালৈকে দেশৰ ২২.০৫ কোটি লোকে আৱেদন জনাইছিল। ইয়াৰ ভিতৰত সংস্থাপন লাভ কৰে মাত্ৰ ৭.২২ লাখ লোকেহে।…

তাৰকাৰাজ্যৰ বাহিৰত তৰা সৃষ্টিৰ ৰহস্য ভেদত সাফল্য লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ গবেষকৰ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক-বিজ্ঞানী অংশুমান বৰগোহাঁয়ে আৱিষ্কাৰ কৰিছে যে পৃথিৱীৰ পৰা প্ৰায় ১.৫-৩.৯ বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত দূৰৱৰ্তী নীলা আটিল বাওনা তাৰকাৰাজ্যৰ (Blue Compact Dwarf or BCD galaxy)…

তিনিচুকীয়াত ৪৩৯ কৃতবিদ্যক আছুৰ অভিনন্দন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰেই আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী…

গুৱাহাটীত জালনোটসহ জালনোট প্ৰস্তুত কৰা মেচিন জব্দ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে জাল নোটসহ জালনোট প্ৰস্তুত কৰা মেছিন। শুকুৰবাৰে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে মহানগৰৰীৰ জ্যোতিনগৰত চানমাৰী আৰক্ষীয়ে অভিযান চলায়। এই অভিযানতে জাল নোট প্ৰস্তুত কৰা মেচিন আৰু জাল…

লণ্ডনলৈ যোৱা কাঁজি নেমুৰ বাগিছা বিচাৰি…

অসমৰ ৰঙালাও, কঁঠাল, আনাৰস বা কাঁজিনেমু বিদেশলৈ ৰপ্তানি হৈ আছে। এনে বাতৰিয়ে স্বাভাৱিকতে স্বাভিমানি অসমীয়াক উৎফুল্লিত কৰি তোলে। এনে বাতৰি দেখিলেই পাঠকে গোগ্ৰাসে পঢ়ি শস্য বা ফলবিধ ক'ত উৎপন্ন হৈছে, কোন কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰিছে বা কি…

এমাহৰ বিদ্যুৎ মাছুল ৩০০০ কোটিৰো অধিকঃ চিকিৎসালয়ত গৃহস্থ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : বিদ্যুৎ বিভাগৰ খেলিমেলিৰ বাবে আমাৰ বিদ্যুতৰ বিল কেতিয়াবা ভুল হয়। কিন্তু এমাহৰ বাকী থকা বিল ৩ হাজাৰ কোটি! কেৱল সেয়াই নহয়, বিলৰ এই পৰিমাণ দেখি অসুস্থ হৈ পৰিল গৃহস্থ। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ শিৱ বিহাৰ কলনী…