Browsing Category

ট্ৰেণ্ডিং

অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ভয়াৱহ সংকটত এছিয়া ব্লুমবাৰ্গৰ মতে ভাৰতত নপৰে ইয়াৰ প্ৰভাৱ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : কৰ’ণাৰ পিছৰ সময়ছোৱাত সমগ্ৰ বিশ্বক আৱৰি ধৰিছে অৰ্থনৈতিক মন্দাৱস্থাৰ ক’লা ছাঁয়াই। এছিয়াত পাকিস্তান আৰু শ্ৰীলংকা গভীৰ অৰ্থনৈতিক সংকটত পৰিছে। বাংলাদেশো লাহে লাহে একে পথেৰে আগবাঢ়িছে। চীনৰ অৰ্থনীতি বৰ বেয়া।…

মংগল গ্ৰহৰ শিল আনিব নাছাৰ হেলিকপ্টাৰে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : মংগল গ্ৰহৰ বিষয়ে অধিক সবিশেষ জানিবলৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এইবাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। জানিব পৰা মতে, মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ শিল আৰু মাটিৰ নমুনা আনিবলৈ দুখন সৰু হেলিকপ্টাৰ…

গুগলত ইন্টাৰ্নশ্বিপ কৰিব বিচাৰে নেকি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : গুগলে বেংগালুৰু আৰু হায়দৰাবাদত কম্পিউটাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে। Google Internship 2023-এ জানুৱাৰী মাহত Winter Internship (Software Engineering Intern,…

সেনাৰ হাতত উন্নত মানৰ দেশীয় ড্ৰ’ন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : দেশৰ ড্ৰ’ন নিৰ্মাণৰ ইতিহাসত এক নতুন সংযোজন। সেনাৰ ব্যৱহাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হৈছে এবিধ হাইটেক ড্ৰ’ন। এই ড্ৰ’নে অতি ঠাণ্ডা ঠাইত, আনকি মাইনাছ ৩০ ডিগ্ৰী চেলছিয়াছতো কাম কৰিব। লগতে এই শক্তিশালী ড্ৰ’নে ১৫০…

নিজে সজা বিমানেৰে ইউৰোপ ঘূৰিছে কেৰালাৰ যুৱকে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ঘোষণা কৰা লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বিমান পৰিবহণ উদ্যোগ। এনে সময়তে কেৰালাৰ এজন যুৱকে ঘৰতে নিৰ্মাণ কৰা বিমানেৰে ইউৰোপৰ এটা মূৰৰ পৰা আনটো…

ছুইংগাম চোবায়ো ঘটিব পাৰি ধনঃ জুলিয়া ফ’ৰাট উদাহৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : সৰুতে ৰঙীন মিঠা সোৱাদযুক্ত ছুইংগাম চোবাই কোনে ডাঙৰ বেলুন কৰি উৰুৱাই দিব পাৰে তাৰ প্ৰতিযোগিতা চলোৱাৰ কথা আপোনাৰ মনত আছে নিশ্চয়! ডাঙৰ হোৱাৰ পিছতো বহুতৰে ছুইংগাম চোবোৱাৰ পিছত বেলুন উৰুৱাই দিয়াৰ অভ্যাস আছে।…

আমেৰিকাৰ পৰা ভাৰত পালেহি MH-60R চপাৰ অধিক শক্তিশালী নৌসেনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২৮ জুলাইত ভাৰতত অৱতৰণ কৰে দুখন MH60R মাল্টি ৰোল হেলিকপ্টাৰে। ভাৰতীয় নৌসেনাত ২৪খন হেলিকপ্টাৰ সংযোজনৰ বাবে স্বাক্ষৰিত চুক্তিৰ ভিতৰত এই হেলিকপ্টাৰসমূহো অন্যতম। এই চপাৰসমূহ ইউ এছ ছি…

অসমত এন আৰ চিৰ নতুন সমন্বয়ক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি দিছে। এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক। হিতেশ দেৱশৰ্মাৰ ঠাই ল'ব…

তেজপুৰত দুই কোটি টকীয়া পথ নিৰ্মাণৰ পাছতে চপৰা চপৰে এৰিছে পথ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: তেজপুৰত ২ কোটি ১২লাখ ৬৬হেজাৰ ৯৭২টকীয়া পথ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে চপৰাচপৰে এৰি যোৱাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত তেজপুৰৰ…

ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত…