Browsing Category

ট্ৰেণ্ডিং

সেনাই পালে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ বাহনঃ নেপথ্যত টাটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : ভাৰতীয় সেনাই লাভ কৰিলে এখন নতুন বাহন। ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হৈছে এখন সম্পূৰ্ণ দেশীয়ভাৱে নিৰ্মিত Quick Reaction Fighting Vehicle। আৰু এই মহান পদক্ষেপ গ্ৰহণ কৰিছে টাটা এডভান্সড চিষ্টেমছ লিমিটেডে।…

সাধাৰণ মানুহৰ ঘৰ চলোৱাৰ খৰছ কিমান?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীয়ে বজাৰত জুই লগা সময়ত পৰিয়াল চলাবলৈ শতবাৰ চিন্তা কৰিবলগীয়া হৈছে। এনে অৱস্থাত কেন্দ্রীয় চৰকাৰে নিজেই উদ্যোগ লৈছে দেশৰ জনসাধাৰণৰ ঘৰ-বাৰী চলোৱাৰ ব্যয় জানিবলৈ। সাধাৰণ লোকক…

জি এম চি এইচত পুনৰ শিশু চুৰিৰ ঘটনা, দুগৰাকী মহিলা গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ শিশু চুৰিৰ ঘটনা সংঘটিত হৈছে। শিশু চুৰিৰ লগত জড়িত থকাৰ অপৰাধত দুগৰাকীকৈ মহিলাক আটক কৰা হৈছে। আটকাধীন মহিলা দুয়োগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাহৰ পাতি…

দ্ৰুতগতিসম্পন্ন হ’ব BSNLৰ নেটৱৰ্ক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : কেন্দ্ৰীয় কেবিনেটে চৰকাৰী টেলিকম প্ৰতিষ্ঠান BSNLৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১.৬৪ লাখ কোটি টকাৰ পেকেজত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে এতিয়ালৈকে জিলাৰ পৰা ব্লকলৈকে বহু…

৩০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে উদ্ধাৰ বিশ্বৰ সৰ্ববৃহৎ গোলাপী ৰঙৰ হীৰা লুলা ৰোজ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : পৃথিৱীত আন এক আচৰিত খনিজ আৱিষ্কাৰ। মধ্য আফ্ৰিকাৰ দেশ এংগোলাৰ এটা খনিত উদ্ধাৰ হৈছে এবিধ বিৰল গোলাপী ৰঙৰ হীৰা। গোলাপী ৰঙৰ হীৰা বৰ বিৰল। এংগোলাৰ পৰা অহা এই গোলাপী ৰঙৰ হীৰাখণ্ড এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ…

নৃত্য আৰু নাটকৰ অপূৰ্ব সমাহাৰেৰে ‘নৃত্যবন’- ‘প্ৰতিবিম্ব দ্য ৰিফ্লেক্সন’ আৰু…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জুলাইঃ যোৱা দুটা বছৰ পৃথিৱীৰ অসুখ 'কৰোনা'ই কোঙা কৰি পেলোৱা মানুহৰ মনবোৰক সজীৱ কৰি তুলিবলৈ যেন আগমন ঘটিল এই বছৰৰ গৰমৰ বন্ধৰ বহু আকাংক্ষিত দিনকেইটা । দুটা বছৰ বিৰতিৰ পিছত প্ৰায় স্থবিৰ হৈ পৰা সাংস্কৃতিক জগতখনত পুনৰ…

তেজপুৰত অৰিন্দম নাট্য বিদ্যালয়ৰ শিশু শিক্ষাৰ্থীৰ দ্বাৰা ‘ৰহিলা সুন্দৰীৰ বিয়া’ মঞ্চায়ন

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৭ জুলাই : যোৱা নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত কেবাশ দৰ্শকৰ সন্মুখত ১৮ টা শিশুৰ সাবলীল অভিনয়ৰে সফল মঞ্চায়ন হ’ল ‘ৰহিলা সুন্দৰীৰ বিয়া’ নামৰ নটকখন।সুন্দৰ অভিনয়, ৰজা মন্ত্ৰীৰ পৰা অৰণ্যৰ বিভিন্ন জীৱ…

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা আঁতৰিব ৰাছিয়া

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : কাৰণ ইউক্ৰেইনৰ সৈতে যুদ্ধ। এইবাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হ’বলৈ গৈ আছে আমেৰিকা আৰু ৰাছিয়া। খবৰ পোৱা গৈছে যে ৰাছিয়াই এই সিদ্ধান্ত গ্ৰহণৰ বাবে উদ্যোগ লৈছে। জানিব পৰা মতে, শেহতীয়াকৈ আমেৰিকা…

দেশৰ ৫০ খন নগৰলৈ গুগলৰ ‘ষ্ট্ৰীট ভিউ মেপ’ সেৱা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : এইবাৰ গুগলে দেশৰ ৫০খন নগৰলৈ ষ্ট্ৰীট ভিউ মেপ সেৱা সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত অফিচৰ যাতায়াতৰ পৰা আৰম্ভ কৰি পথচাৰীসকলেও বহুখিনি লাভৱান হ'ব বুলি আশা কৰা হৈছে। গুগলৰ এই সেৱাই ‘ডিজিটেল…

5Gৰ আগমনে সলনি কৰিব নেকি সাধাৰণ লোকৰ জীৱন?

মঙলবাৰৰ পৰা আৰম্ভ হৈছে দেশত ৫জি স্পেকট্ৰমৰ নীলাম প্ৰক্ৰিয়া। এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ স্পেকট্ৰম নীলামৰ সৈতে ইয়াক নতুন যুগৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। এই নীলাম প্ৰক্ৰিয়াত তিনিটা প্ৰধান মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ…