Browsing Category
ট্ৰেণ্ডিং
“নামঘৰীয়া”ৰ স্ৰষ্টা, সাহিত্য অকাদেমী বঁটা প্ৰাপক, নমস্য সাহিত্যিক অতুলানন্দ গোস্বামীৰ…
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ জুলাইঃ :অসমীয়া ভাষা - সাহিত্যৰ উত্তৰণ আৰু বিকাশৰ অৰ্থে ওৰেটো জীৱন সেৱা আগবঢ়াই অহা ৰাজ্যখনৰ নমস্য সাহিত্যিক, বহু কালজয়ী উপন্যাস, গল্প আৰু মননশীল প্ৰবন্ধকে ধৰি অন্য চিন্তা উদ্ৰেককাৰী লেখাৰ স্ৰষ্টা অতুলানন্দ…
পাকিস্তানী মহিলাৰ প্ৰেমত বন্দী বাঙালী জোৱান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : গোপন তথ্য সৰবৰাহ কৰাৰ অপৰাধত আৰক্ষীৰ জালত পৰিল সেনাৰ জৱান। ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ মতে, ধৃত সেনা জোৱানে তেওঁৰ ৰেজিমেণ্টৰ সকলো গুৰুত্বপূৰ্ণ তথ্য দুগৰাকী পাকিস্তানী মহিলাক দিছিল। জানিব পৰা…
৩৯ বাৰ কৰিছিল প্ৰত্যাখ্যানঃ অৱশেষত যুৱকক গুগলৰ চাকৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : উনচল্লিশ বাৰ নাকচ কৰা হৈছিল। কিন্তু হাৰ নামানিলে। ৪০ বছৰ বয়সত গুগলত চাকৰি পালে। এই দাবী এজন আমেৰিকান যুৱকৰ। তেওঁৰ লিংকডইন পোষ্টটো ভাইৰেল হৈ পৰিছে। টাইলাৰ কোহেন নামৰ এজন যুৱকে লিংকডইনত পোষ্ট কৰিছে—…
গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট জব্দ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ জুলাইঃ গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট। জি আৰ পি আৰু আৰ পি এফৰ অভিযানত ৭০০ গ্ৰাম মৰ্ফিন আৰু বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটৰ পেকেট জব্দ কৰা…
ৰাছিয়াক নিয়ন্ত্ৰণৰ ইউক্ৰেইনৰ মূল অস্ত্ৰ যোগ আৰু আয়ুৰ্বেদ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও অব্যাহত আছে। ইউক্ৰেইনৰ দুৰ্বল বাহিনীয়ে কেইবামাহো ধৰি ৰাছিয়াৰ সৈন্যক প্ৰতিৰোধ কৰি আহিছে। সেই দেশৰ জনসাধাৰণে ইয়াক এক অবিশ্বাস্য সফলতা হিচাপে দেখা পাইছে। কিন্তু ইউক্ৰেইনৰ…
গ্রীনলেণ্ডত উদ্বেগজনকভাৱে গলিছে বৰফ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : পানীৰ ধাৰা নৈৰ দৰে বৈ গৈছে। সেই পানীৰ ধাৰাটোৰ কিছু অংশ বগা। ইয়াৰ পিছত লাহে লাহে নীলা হৈ পৰিছে। কপাৰনিকাছ উপগ্ৰহৰ দ্বাৰা তোলা এই ফটোখন দেখাত এক অতীতৰ প্ৰাকৃতিক দৃশ্যৰ দৰে। নদীৰ প্ৰৱেশ অঞ্চল।…
চৰাইৰ বাবে সজা হৈছে ‘ঘৰ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত বহু দৰিদ্ৰই থাকিবৰ বাবে সৰুকৈ হ'লেও ঘৰ একোটা পাইছে। একেদৰে পশ্চিম বংগত বাংলা আবাস যোজনা প্ৰকল্পৰ অধীনত ৰাজ্যবাসীৰ মূৰৰ ওপৰত চালি নিৰ্মাণৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে।…
লাখ লাখ আধাৰ নম্বৰ বাতিল!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি চমুকৈ ইউ আই ডি এ আইয়ে প্ৰায় ছয় লাখ আধাৰ নম্বৰ বাতিল কৰিছে। ইউ আই ডি এ আইৰ মতে, এই আধাৰ নম্বৰবোৰ প্ৰকৃততে ভুৱা আৰু এই আধাৰ কাৰ্ডবোৰ…
শত্ৰুৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ বাবে ২৮,৭৩২ কোটি টকাৰ সামৰিক সামগ্ৰী ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। সশস্ত্ৰ ড্ৰ’ন, কাৰবাইন আৰু বুলেটপ্ৰুফ ভেষ্টকে ধৰি সকলো ধৰণৰ সঁজুলি ক্ৰয়ৰ অনুমতি দিয়া হৈছে।…
ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰকৃত নাম দ্ৰৌপদী নহয়!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : দ্ৰৌপদী মুৰ্মুৱে ২৫ জুলাই অৰ্থাৎ যোৱা সোমবাৰে ভাৰতৰ পোন্ধৰতম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। কেৱল সেয়াই নহয়, দেশৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতি হিচাপে তেওঁ এক অনন্য নজিৰ সৃষ্টি কৰিছে। ইফালে নৱনিৰ্বাচিত…
