Browsing Category

ট্ৰেণ্ডিং

হৰ ঘৰ ত্ৰিৰংগাঃ এইবাৰ খদ্দৰৰ ত্ৰিৰংগাৰ বিপৰীতে ঘৰে ঘৰে উৰিব ‘চিল্ক’ৰ ত্ৰিৰংগা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুলাইঃ  এইবাৰ উদযাপন হ'ব লগা ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এইবাৰ দেশৰ…

গাড্ডাৰি কৰা ছয় বিধায়কৰ নাম লৈ দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি

ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক। হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ছয় বিধায়কৰ বিৰুদ্ধে। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰিলে ক্ৰছ…

অনলাইন যোগে প্ৰথম পৰ্যায়ত ৭,৭১৬ গৰাকী শিক্ষকৰ বদলিকৰণ

অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুটাকৈ এপ মুকলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ। দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব। ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকক প্ৰদান কৰা হ’ব একোটাকৈ টেবলেত। নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়। শিক্ষাৰ্থী নথকা…

মডেলিঙৰ জগতত জামুগুৰিহাটৰ ১০ বছৰীয়া ইন্দিৰা শইকীয়াৰ সাফল্য

জামুগুৰিহাট: ২৬ জুলাইঃ এগৰাকী দহ বছৰীয়া ছোৱালী । ছোৱালী গৰাকীৰ নাম ইন্দিৰা শইকীয়া। শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰৰ কনমানি ইন্দিৰাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল। প্ৰতিভাসম্পন্ন কন্যা…

দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

দৰঙিয়ান-প্ৰাক্তন দৰঙিয়ানৰ গীত-নৃত্যৰে জীপাল হ'ল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহঃ সকলোতকৈ বৰ্ষীয়ান অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটৰ অংশগ্ৰহণ শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬ জুলাই : বহু কেইগৰাকী শিক্ষানুৰাগী তথা দূৰদৃষ্টি সম্পন্ন লোকৰ তৎপৰতাত…

মৰিগাঁৱৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰঃ অসম বাৰ্তাজীৱী সংঘৰ কঠোৰ গৰিহণা

গুৱাহাটী:২৬জুলাই:মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দুগৰাকী সাংবাদিক ক্ৰমে নচিদুৰ ৰহমান আৰু মোস্তাফিজুৰ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক অসম বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা দিছে।সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিৰ আলম লৈ মৈৰাবাৰীৰ থানাৰ আৰক্ষীয়ে…

শোণিতপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সাত দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬জুলাই: শোণিতপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত জিলাখনৰ লগতে ওদালগুৰিত বহু সংখ্যক মটৰচাইকেল চুৰি ঘটনাৰে জড়িত মুঠ সাতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।গ্ৰেপ্তাৰ হোৱা এই দুধৰ্ষ মটৰচাইকেল চোৰৰ দলটোৱে…

মানাহৰ বাবে এটুপি চকুলো

শৈলেন বৰুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যান যদি আপুনি এতিয়ালৈকে দৰ্শন কৰা নাই, তেন্তে পূৰ্বৰ পৰা চলি থকা নিৰিখত উদ্যানখনত প্ৰবেশ কৰিব নোৱাৰিব। ৫ জুলাই (২০২২ চন) বিটিচি প্ৰশাসনে জাৰি কৰা এক জাননী মৰ্মে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প…

দীঘলীপুখুৰীত কাৰ্গিল বিজয় দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয়ৰ ধ্বজা। তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি…

পাঁচ ভাৰতীয় জলাশয়ক ৰামছাৰ ছাইটৰূপে স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুলাই : ৰামছাৰ সন্মিলনৰ অধীনত আৰু পাঁচটা ভাৰতীয় স্থানক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰে তিনিটা জলাশয় তামিলনাডুত আৰু এটাকৈ মিজোৰাম আৰু মধ্যপ্ৰদেশত আছে, যাৰ ফলত দেশখনত…