Browsing Category
ট্ৰেণ্ডিং
পৃথিৱীৰ প্ৰাচীনতম চিকাৰী প্ৰাণীৰ জীৱাশ্ম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুলাই : গৱেষকসকলে প্ৰথমটো প্ৰাণী চিকাৰী বুলি বিশ্বাস কৰা ৫৬০ মিলিয়ন বছৰ পুৰণি জীৱৰ এটা জীৱাশ্মৰ নামকৰণ কৰা হৈছে ব্ৰিটিছ প্ৰকৃতিবিদ তথা সম্প্ৰচাৰক ডেভিদ এটেনব’ৰ’ৰ নামেৰে। ২৫ জুলাইত বিজ্ঞানীসকলে জনোৱা মতে, তেওঁলোকৰ…
শিক্ষাৰ্থীৰ বাবে ছেবাই মুকলি কৰিলে দুটাকৈ এপ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ছেবাই আজি মুকলি কৰিলে দুটাকৈ বিশেষ এপ। শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই এপ দুটাৰ জৰিয়তে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে অনলাইন পাঠগ্ৰহণৰ সুবিধা লাভ কৰিব। মুকলি কৰা এপ দুটাৰ এটা এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে স্প’কেন…
ভাৰতত সৰ্বাধিক দৰিদ্ৰ লোক!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুলাই : দৰিদ্ৰতাৰ বিচাৰত আমাৰ দেশত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। যেতিয়াই বিশ্বৰ দৰিদ্ৰ দেশৰ বিষয়টো আহে, তেতিয়া দক্ষিণ আফ্ৰিকা, ছোমালিয়া, নাইজেৰিয়াৰ দৰে কেইবাখনো দেশৰ নাম প্ৰথমতে আহে। কিন্তু,…
ডি এন এ ৰ দ্বাৰা নিৰ্মিত ভয়ংকৰ জৈৱ অস্ত্ৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুলাই: বিশ্বলৈ এবিধ নতুন অস্ত্ৰ আহিল। যিবিধ কেৱল আধুনিকেই নহয়, ইয়াৰ ধ্বংস ক্ষমতাও ভয়ানক। শেহতীয়াকৈ এই জৈৱিক অস্ত্ৰৰ প্ৰতি সঁহাৰি জনোৱা হৈছে। আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ চোৰাংচোৱা সমিতিৰ অন্যতম…
ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান তেজপুৰৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক…
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ জুলাই : ৰাজ্যৰ ভিতৰতে প্ৰথমখন সংগীত বিদ্যালয় হিচাপে ১৯৪০ত তেজপুৰত স্থাপিত তথা বৰ্তমান জ্যোতি কলাকেন্দ্ৰ নামৰে পৰিচিত সংগীত মহাবিদ্যালয়খনৰ কালি সন্ধিয়া অনুষ্ঠিত হৈ যায় বাৰ্ষিক সাংস্কৃতিক সমাৰোহ।উল্লেখযোগ্য যে,…
অৱশেষত লখিমপুৰৰ নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ জুলাইঃ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, দল সংগঠনৰ প্ৰতিবাদৰ অন্তত অৱশেষত লখিমপুৰ নগৰৰ নকাড়ী ৰেলৱে ক্ৰঙিত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰশাসনিক অনুমোদন প্ৰদান কৰাত ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।…
এইবাৰ বিজুলী মহোৎসৱ : তিনিচুকীয়াত ২৭, ৩০ জুলাইত ৰাজহুৱা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুলাই : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অহা ২৭ আৰু ৩০ জুলাইত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত বিজুলী মহোৎসৱ উপলক্ষে 'উজ্জ্বল ভাৰত উজ্জ্বল ভবিষ্যৎ' শীর্ষক…
ভাওনা শিল্পী যোগেশ দাসৰ বিয়োগত তেজপুৰত শোক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৪জুলাই: তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী তথা সমাজকৰ্মী, পতীয়াচুবুৰী নিবাসী যোগেশ দাস(৮৬)ৰ আজি পুৱতি নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৩৬ত জন্ম গ্ৰহণ কৰা দাসে শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত চৰকাৰী চাকৰিত…
শোণিতপুৰত পুণৰীক্ষণ দল: বানত সৰ্বাধিক ক্ষতি ঢেকিয়াজুলিত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪ জুলাই: উপৰ্যুপৰি দুটাকৈ বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰতো বিস্তৰ ক্ষতি সাধন কৰিছিল। এই প্ৰলয়ংকৰী বানত জিলাখনৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ ঢেকিয়াজুলি ৰাজহচক্ৰ অন্তৰ্গত এলেকা।চৰকাৰী তথ্যত এই…
চিবিএছইৰ বাণিজ্য আৰু বিজ্ঞান শাখাত তেজপুৰৰ দুই মেধাবী পূৰৱ আৰু পদ্মাক্ষীৰ ৯৯শতাংশৰো অধিক নম্বৰ লাভ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪জুলাই: সদ্য ঘোষিত হোৱা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰস্থিত আৰ্মি পাব্লিক স্কুলৰ ফলাফল অতি আশাব্যঞ্জক হিচাপে পৰিগণিত হৈছে।তেজপুৰৰ শ’লমৰা স্থিত বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে ৯৯শতাংশৰ অধিক…
