Browsing Category

ট্ৰেণ্ডিং

আকাশমাৰ্গত হঠাৎ অসুস্থ যাত্ৰী : তেলেংগানাৰ ৰাজ্যপালৰ চিকিৎসাত জীৱন ৰক্ষা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : মিড এয়াৰ ফ্লাইটত অসুস্থ যাত্ৰী আৰু এজন ৰাজ্যপালে নিজেই তেওঁক বচাবলৈ লৰালৰি কৰিলে। প্ৰয়োজনীয় চিকিৎসা আৰু ঔষধ দিলে। যোৱা ২২ জুলাই শুকুৰবাৰে দিল্লীৰ পৰা হায়দৰাবাদলৈ যোৱা এখন বিমানত সংঘটিত হয় এই ঘটনা। এই…

পুটিনৰ সিদ্ধান্ত: ইউক্ৰেইনত নিষিদ্ধ হ’ব গুগল!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এনে অৱস্থাত পুটিন চৰকাৰৰ সিদ্ধান্তৰ বাবে আকৌ এবাৰ উত্তেজনা বৃদ্ধি হ’বলৈ গৈ আছে। ইউক্ৰেইনৰ বিতৰ্কিত ডনেস্ক আৰু লুহানস্ক অঞ্চলত নিষিদ্ধ হ’বলৈ গৈ আছে গুগল।…

মানৱীয় অত্যাচাৰৰ পৰিণতি : হিমালয়ত ধ্বংসৰ দুন্দুভি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : হিমালয়ত জলবায়ু পৰিৱৰ্তন আৰু অপৰিকল্পিত মানৱ হস্তক্ষেপে পাহাৰীয়া দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে, যাৰ ফলত বহুগুণে সম্পত্তি আৰু মানৱ জীৱনৰ ক্ষতি হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামৰ অমৰনাথ মন্দিৰৰ সমীপৰ…

কেৰলাত আচৰিত কাণ্ড!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : কেৰলাৰ মাছমৰীয়াৰ এটা দলে ভিজিনজামৰ পৰা তিমিৰ বমি উদ্ধাৰ কৰে। যি বমিৰ মূল্য জানিলে আপুনি হ'ব আচৰিত। জানিব পৰা মতে এই দলটোৱে স্থানীয় প্ৰশাসনক ২৮ কোটি টকাৰ বমি গতাই দিয়ে। এই ঘটনা ইতিমধ্যে ছ’চিয়েল…

মহাকাশত তিনিটা ‘সূৰ্য’ৰ সংমিশ্ৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : জ্যোতিৰ্বিজ্ঞানীসকল গভীৰ মহাকাশত তিনিটা তৰাক এটা ব্যৱস্থাৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হৈছে। এটা সময়ত চাৰিটা তৰা এটা ব্যৱস্থাত আহিছিল। এতিয়া এই তিনিওটা ‘সূৰ্য’ৰ সমাবেশে মহাকাশত জীৱৰ অস্তিত্বৰ সূত্ৰ প্ৰদান…

হায়দৰাবাদত মানৱতাৰ অনন্য উদাহৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : মানৱতাৰ এক অনন্য উদাহৰণ সৃষ্টি কৰিলে হায়দৰাবাদৰ এটা মছজিদৰ কৰ্তৃপক্ষই। হিম’-ডায়েলাইছিছ চেণ্টাৰ স্থাপনৰ বাবে মছজিদ চৌহদত আবণ্টিত হৈছে মাটি। মছজিদৰ চৌহদত এইবাৰ হিম’ডায়েলাইছিছ চেণ্টাৰ নিৰ্মাণ কৰা…

কমিছে ভাৰতীয়ৰ উৰ্বৰতা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : বৃদ্ধি পাইছে জনসংখ্যা, বৃদ্ধি পাইছে নিবনুৱা সমস্যা। এনে অৱস্থাত ৰাষ্ট্ৰসংঘই কিছুদিন পূৰ্বে ভাৰতত জনসংখ্যা বিস্ফোৰণৰ বিষয়ে সতৰ্ক কৰি দিছিল। সেই সময়ত কোৱা হৈছিল যে ২০২৭ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যাই…

৭২ খন দেশলৈ বিয়পিল মাংকীপক্স

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : বিশ্ব স্বাস্থ্য সংস্থাই মাংকী পক্সৰ প্ৰাদুৰ্ভাৱক বিশ্ব স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। এই সংক্ৰামক ৰোগ ৭০ খনতকৈও অধিক দেশত দ্ৰুতগতিত বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এই…

তেজপুৰত ঐতিহ্য সুৰক্ষা সমিতি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 

শতাব্দ প্ৰতিনিধি তেজপুৰ  ২৩ জুলাইঃ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সাংস্কৃতিক মাধ্যমৰে একগোট কৰি আকৌ এখন বৰ অসম গঢ়ি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক নিৰবিছিন্ন প্ৰয়াস কৰাৰ মানসেৰে কেইবাটাও আৰ্থ সামাজিক আচঁনিৰ…

গভীৰ নলীনাদৰ নামত ব্যাপক  দুৰ্নীতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩জুলাইঃ ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ স্বাৰ্থত ৰূপায়ণ হোৱা পি এম কে এছ ৱাই আঁচনিৰ নামত ঠিকাদাৰে কোটি কোটি টকা লাভ কৰিলে যদিও কৃষকে কিন্তু পথাৰত পানী লাভ নকৰিলে। উল্লেখযোগ্য যে,২০২০ৰ এপ্ৰিল মাহতে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ…