Browsing Category

ট্ৰেণ্ডিং

অৰুণাচলত নিহত দুই যুৱকৰ মৃতদেহ আজিহে উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৩জুলাইঃ বন্ধুৰ সতে ১৯জুলাইত অৰুণাচললৈ যোৱা ৰাজ্যৰ  চাৰিজন যু্ৱক শোকাবহ ভাবে দুৰ্ঘটনাত পতিত হৈ নিহত হোৱাৰ পাছত আজি বিয়লি ৫-৪৫তহে ইয়াৰে ভিতৰত দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। আজি মৃতদেহ উদ্ধাৰ…

চি বি এচ  ইত সাফল্য

শতাব্দ, লখিমপুৰ ২৩ জুলাইঃ সদ্য ঘোষিত চি বি এচ ই ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত লখিমপুৰ কেন্দ্ৰীয়  বিদ্যালয়ৰ ছাত্ৰ বৰ্ণভ শ্যাম কলিতাই ৯৭শতাংশ নম্বৰ লাভ কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । মেধাবী ছাত্ৰ জনে বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৯, ইংৰাজীত…

ৰাজ্যিক পৰিবহন নিগমৰ অনলাইন টিকট সেৱা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : অসম ৰাজ্যিক পৰিবহণ নিগমে বাছ সেৱাৰ বাবে অনলাইন টিকট সেৱা আৰম্ভ কৰিছে। এই বিষয়ে আজি ২৩ জুলাই শনিবাৰে অৱগত কৰে অসম পৰিবহন নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসে। প্ৰথমে কামৰূপ-মেট্ৰ’ আৰু শোণিতপুৰ…

আহি আছে মেলেৰিয়াৰ ভেকচিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : বিশ্ববাসীৰ বাবে সুখবৰ। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকচিনত অনুমোদন জনাইছে। আফ্ৰিকা মহাদেশত মেলেৰিয়াৰ ভেকচিনৰ বিপণনত প্ৰথম অৱস্থাত WHO-এ অনুমোদন জনাইছে। প্ৰতিষেধকৰ প্ৰভাৱৰ বাবে…

নিজৰ প্ৰাণ দি ছাগলী পোৱালি ৰক্ষা কুকুৰাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : নিজৰ পোহনীয়া জন্তুৰ প্ৰতি সকলোৰে দুৰ্বলতা বেলেগ বেলেগ। এনে প্ৰাণীৰ মৃত্যুৱে শোকৰ গভীৰ ছাঁ পেলায় গৰাকীৰ মনত। কিন্তু এইবাৰ এটা পোহনীয়া কুকুৰাৰ মৃত্যুৰ পিছতে সকলো স্তম্ভিত হৈ পৰে যেতিয়া এজন ব্যক্তিৰ…

ভাৰত-ব্ৰিটেইনৰ মাজত শিক্ষা সম্পৰ্কীয় চুক্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : ব্যতিক্ৰমী প্ৰতিভা থকা বা পৰ্যাপ্ত ধন থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ব্ৰিটেইনত উচ্চ শিক্ষাৰ বাট মুকলি হৈছে। কোনখন স্কুল ব’ৰ্ড বা কলেজ-ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থী সেয়া কোনো কথা নাই। ২১ জুলাইত দিল্লীত ভাৰত আৰু…

ইউক্ৰেইনৰ শস্য ৰপ্তানিত ৰাছিয়াৰ সন্মতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই: অৱশেষত ২২ জুলাই শুকুৰবাৰে তুৰস্কৰ ইস্তানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ উপৰি ৰাষ্ট্ৰসংঘ আৰু তুৰস্কই স্বাক্ষৰ কৰা এক চুক্তিত উপনীত হয়। ইস্তানবুলত ৰাছিয়াৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্বোইগুৱে।…

পুখুৰী শুকাই ওলাল শতিকা প্ৰাচীন গাঁও!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : আমাৰ পৃথিৱীত কেতিয়াবা এনেকুৱা কিছুমান ঘটনা ঘটে যিবোৰে সকলোকে স্তম্ভিত কৰি তুলিব পাৰে। লগে লগে কাৰ্যতঃ সকলোৱে এনে ঘটনাৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। প্ৰাকৃতিক দুৰ্যোগৰ বাবেই বিভিন্ন সময়ত…

১৩ বছৰৰ পাছত নৈতিক জয় ৰে’লযাত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : ১৩ বছৰৰ পাছত এজন ৰে’ল যাত্ৰীয়ে লাভ কৰিলে নৈতিক জয়। ৰেলৱে কৰ্তৃপক্ষই ৰিজাৰ্ভচন ফৰ্ম শুদ্ধকৈ পূৰণ কৰাৰ পিছতো পুৰুষ যাত্ৰীজনক মহিলা যাত্ৰী হিচাপে পঞ্জীয়ন কৰিছিল। ফলত টিকট পৰীক্ষকে যাত্ৰীজনৰ পৰা জৰিমনা…

কেৱল ডকলাম-গালৱানেই নহয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাইঃ সীমাত পাখি মেলি থকা ‘ড্ৰেগন’। গলৱান উপত্যকাত এতিয়া ডকলামৰ পিছত ৰঙা চীনে দৃষ্টি নিক্ষেপ কৰিছে শিলিগুৰি কৰিডৰত। একে সময়তে ভাৰতে কমিউনিষ্ট দেশখনৰ সৈতে আন এক ক্ষেত্ৰতো যুঁজি আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ…