Browsing Category
ট্ৰেণ্ডিং
শোণিতপুৰত কভিডত এজনৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২২জুলাইঃ শোণিতপুৰ জিলাখনত কভিডৰ সংক্রমণ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। জিলাখনত আজি কভিডত আক্রান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনত আজি আন বহুকেইজন লোক কভিডত আক্রান্ত হৈছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ল…
তেজপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২জুলাইঃ “বিজেপি নেতৃত্বাধীন চৰকাৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপেই ইডি নামৰ সংস্থাটোক ব্যৱহাৰ কৰিছে। বিজেপিয়ে কংগ্ৰেছকলৈ শংকিত হৈ থকাৰ বাবেই এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰত…
দৃষ্টিনন্দন নৃত্যৰে মুখৰিত তেজপুৰৰ মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ জুলাইঃ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ে গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি যোৱা ৮ জুলাই পৰা মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চত খোল বাদন, জ্যোতি সংগীত, বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু ভূপেন্দ্ৰ সংগীতৰ আধাৰত যি…
লখিমপুৰ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
শতাব্দ, লখিমপুৰ, ২২ জুলাইঃ সর্বভাৰতীয় কংগ্ৰেছ নেত্রী ছোনীয়া গান্ধীক ই ডিয়ে জেৰা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰ জিলা কংগ্ৰেছ আৰু লখিমপুৰ জিলা যুব কংগ্ৰেছৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে হাতে…
লখিমপুৰত যাত্রীবাহী বাছৰ পৰা অবৈধ পার্কিং মাছুল সংগ্ৰহ দালালৰ
শতাব্দ লখিমপুৰ, ২২ জুলাইঃ বিগত কিছু দিনৰ পৰা উত্তৰ লখিমপুৰ নগৰত একাংশ দালালে অবৈধ ভাবে যাত্রীবাহী বাহনৰ পৰা যধে-মধে মাচুল সংগ্ৰহ কৰি অহাৰ পিছতো এই ক্ষেত্ৰত সংশ্লিষ্ট পৌৰ প্রশাসন অথবা আৰক্ষীয়ে নজৰ নিদিয়াতো গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত…
৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুলাইঃ আজি ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই সমাৰোহত বিভিন্ন শিতান আৰু বিভিন্ন ভাষাৰ বাবে শ্ৰেষ্ঠ সন্মান ঘোষণা কৰা হয়। আজি ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত অসমলৈও…
জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট ২২ জুলাইঃ জামুগুৰিহাটৰ সমীপৱৰ্তী তথা চতিয়া সমষ্টিৰ অন্তৰ্গত চমাৰদলনীস্থিত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ…
ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুলাই : দ্ৰৌপদী মুৰ্মু ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল। তেওঁ হৈছে ভাৰতৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতি। ১৪ সংখ্যক ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। ইয়াৰ পিছতে শপত ল’ব দ্ৰৌপদী মুৰ্মুৱে।…
উদ্বোধনৰ এসপ্তাহ নৌহওঁতেই ভাগি পৰিল বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ একাংশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুলাই : ধুমধামেৰে উদ্বোধন কৰা হৈছিল বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে। উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা ১৬ জুলাইত উদ্বোধন কৰা বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ এটা অংশ ২১ জুলাই বৃহস্পতিবাৰে ভাঙি পৰে। ব্যয়বহুলভাৱে…
এলিয়েনৰ সংস্পৰ্শলৈ ট্ৰাক চালক!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুলাই: এলিয়েনৰ প্ৰতি মানুহৰ আগ্ৰহৰ অন্ত নাই। আনকি বিজ্ঞানীসকলেও বছৰ বছৰ ধৰি এলিয়েনৰ উপস্থিতিৰ বিষয়ে অধিক জানিবলৈ দীঘলীয়া অধ্যয়নত নিয়োজিত হৈ আহিছে। কল্পনাৰ আধাৰত ইতিমধ্যে এলিয়েন সম্পৰ্কীয় বহু কাহিনী…
