Browsing Category

ট্ৰেণ্ডিং

লমালমে লাগিছে ‘মোদী’ ‘ছোনিয়া’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুলাইঃ কালিমুল্লাহ খানে প্ৰতিদিনে পুৱা সাৰ পাই উঠাৰ পিছত নামাজ কৰে। প্ৰাৰ্থনা কৰি বৃদ্ধজন ডেৰ কিলোমিটাৰমান খোজকাঢ়ি যায়। তেওঁৰ ‘প্ৰাণভোমৰা’ তাতেই আছে। ১২০ বছৰ পুৰণি এজোপা আম গছ। কলিমুল্লাহে বহু বছৰ…

মানাহ ৰাষ্ট্ৰীয় উদ্যান  আৰু পৰ্যটকৰ বাবে বৰ্ধিত মাচুল

হিৰণ্য শৰ্মা দুদিনমান আগতে মানাহ  মাউজিগেন্দ্ৰী ইক' টুৰিজিম ছ'চাইটিৰ  সদস্য  তথা পক্ষীবিদ ৰুস্তম বসুমতাৰীৰ  পষ্ট এটাৰ পৰা গম পালো  বিটিচি চৰকাৰে মানাহৰ প্ৰৱেশ মাচুল, হাতী চাফাৰিৰ, কেমেৰাৰ বাবদ লোৱা সকলোধৰণৰ মাচুল ব্যাপক হাৰত হঠাতে…

পূৰ্বৰ তুলনাত স্বাস্থ্য যথেষ্ট উন্নত হৈছে জুবিন গাৰ্গৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ অসুস্থতাৰ বাবে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। এই কথা জনালে আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই। আজি এক সংবাদমেলৰ আয়োজন কৰি…

ৰাজ্য ভিতৰতে প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজিত প্ৰণালীৱদ্ধ আঁতধৰা কৰ্মশালাখনি

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ জুলাইঃ একবিংশ শতিকাৰ এই প্ৰতিযোগিতামূলক জগতখনত উপলব্ধ বিভিন্ন বিষয়ক শিক্ষা গ্ৰহণৰ জৰিয়তে যুৱক-যুৱতীসকলে সংস্থাপনৰ পথ মুকলিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এনে প্ৰেক্ষাপটৰ মাজতে বিভিন্ন চৰকাৰী- বেচৰকাৰী অনুষ্ঠান আৰু…

তেজপুৰত ৯ কিলোগ্ৰাম গাঞ্জা সহ ওদালগুৰিৰ দুই যুৱকক আটক

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২১জুলাইঃ আজি দুপৰীয়া তেজপুৰৰ বটামাৰিত ৯ কিলোগ্ৰাম গাঞ্জাসহ দুই যুৱকক স্থানীয় ৰাইজে কৰায়ত্ত কৰি বৰঘাট আৰক্ষীক গতাই দিয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বটামাৰীত সন্দেহজনক ভাবে ঘূৰি ফুৰিছিল যুৱক দুজন। ৰাইজে সন্দেহ…

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ অৱশেষত কাৰাগাৰৰ বন্ধ কোঠালিৰ পৰা মুকলি আকাশলৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আৱেদন মঞ্জুৰ কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ। আদালতৰ…

ৰাজ্যিক উশ্বু চেম্পিয়নশ্বিপত গোগামুখৰ দেবৰঞ্জন পেৰ্মেৰ ৰূপৰ পদক

ষ্টাফ ৰিপৰ্টাৰ, ২১ জুলাইঃ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত যোৱা 27 জুলাইত অনুষ্ঠিত ৰাজ্যিক উশ্বু চেম্পিয়নশ্বিপত গোগামুখ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ দেবৰঞ্জন পেৰ্মেই 56 কিলোগ্ৰাম শাখাত খেলি ৰূপৰ পদক পাবলৈ সক্ষম হয় । ঢকুৱাখনাৰ…

বকোত ২৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাত আজি ২৫ মেগাৱাটৰ বকো সৌৰ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পই ৰাজ্যখনত সৌৰ শক্তি উৎপাদন বৃদ্ধি, কৰ্মসংস্থাপনৰ সুবিধা, পৰিৱেশৰ সুৰক্ষা আৰু শক্তি…

কোন দেশৰ পাছপ’ৰ্ট আটাইতকৈ ‘শক্তিশালী’?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুলাই : এইবাৰৰ হেনলি পাছপ’ৰ্ট ইনডেক্সৰ সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদন তৈয়াৰ কৰিবলৈ এখন দেশৰ পাছপ’ৰ্টৰ শক্তি অধ্যয়ন কৰা হয়। এখন দেশৰ পাছপ’ৰ্টে নিষেধাজ্ঞা বা ভিছা অবিহনে কিমান দেশত প্ৰৱেশ কৰিব পাৰে…

ভাৰতৰ মাটিত চীনে পুনৰ পাতিলে গাঁও!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুলাইঃ কালি, অৰ্থাৎ ২০ জুলাইত প্ৰকাশ পোৱা এখন নতুন উপগ্ৰহীয় ফটোৱে ফাদিল কৰিছে চাঞ্চল্যকৰ তথ্য। ডকলাম মালভূমিৰ পূব দিশত ভূটানৰ ফালে এখন চীনা গাঁও নিৰ্মাণ কৰা হৈছে। মন কৰিবলগীয়া যে কৌশলগত কাৰণত এই অঞ্চলটো…