Browsing Category
ট্ৰেণ্ডিং
আমেৰিকান ডাক্তৰৰ বিশ্বাস নাই!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুলাইঃ অসুস্থ মাতৃক চিকিৎসাৰ বাবে এয়াৰ ফ্লাইং এম্বুলেন্স ভাড়াত লৈ ভাৰত পোৱালেহি এজন আমেৰিকান নাগৰিকে। সাধাৰণতে ভাৰতৰ বহু লোক উন্নত চিকিৎসা সেৱাৰ বাবে বিদেশলৈ উৰা মাৰে। ভাৰতৰ বিখ্যাত লোকসকল ইউৰোপৰ কোনো এখন দেশ বা…
অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম দ্বিশতবাৰ্ষিকী পালন
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২০ জুলাইঃ জীৱ বিজ্ঞানৰ বংশগতি তত্বৰ উদ্ভাৱক তথা 'ফাদাৰ অৱ জেনেটিক্স' খ্যাত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্মদ্বিশতবাৰ্ষিকী কাৰ্যসূচী আজি যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ বংশগতি আৰু…
বিকল হৈ পৰিল জেমছ ৱেব টেলিস্কোপ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুলাইঃ কিছুদিন পূৰ্বে নাছাৰ জেমছ ৱেব টেলিস্কোপে প্ৰেৰণ কৰা মহাকাশৰ ফটোবোৰ দেখি সমগ্ৰ বিশ্ব মুগ্ধ হৈ পৰিছিল। কিন্তু সেই মোহৰ অন্ত ওচৰ চাপি আহিছে নেকি? কাৰণ, এটা গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষৰ বাবে এই…
তিনি বছৰত ৩.৯২ লাখ ভাৰতীয়ই এৰিলে দেশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুলাইঃ ১৯ জুলাই মঙলবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, যোৱা তিনি বছৰত ৩.৯২ লাখতকৈ অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰ ভিতৰত প্ৰায় ১.৭০ লাখ লোকে আমেৰিকাৰ নাগৰিকত্ব লৈছে। তেওঁ…
ফেচবুক-গুগলত নজৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুলাইঃ দেশৰ নিউজ মিডিয়াৰ বাতৰি প্ৰকাশ কৰি গুগল, ফেচবুক, টুইটাৰকে ধৰি বহু কোম্পানীয়ে লাভান্বিত কৰি আহিছে। কিন্তু ইয়াৰ ফলত সেই বাতৰিবোৰৰ মূল প্ৰকাশকসকল লাভৰ পৰা বঞ্চিত হয়। সেয়ে এইবাৰ কেন্দ্ৰই এই সম্পৰ্কত…
কেৱল মদেই ক্ষতি কৰে নেকি লিভাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুলাইঃ লিভাৰ আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। কাৰণ লিভাৰক আমাৰ শৰীৰৰ ৰাসায়নিক কাৰখানা হিচাপে গণ্য কৰা হয়। তেজত থকা ৰাসায়নিক মাত্ৰা বজাই ৰাখিবলৈ যকৃতে ২৪ ঘণ্টা কাম কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্মূল…
শুকান পথাৰকলৈ কৃষকৰ হাঁহাকাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ জুলাইঃ দুটাকৈ বানে সৰ্বস্ৰান্ত কৰাৰ পিছত বৰ্তমান খৰাঙে ৰাজ্যৰ কৃষক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে কৰিছে।সম্প্ৰতি শোণিতপুৰৰ বিভিন্ন অঞ্চলত দুবাৰকৈ বানে সৰ্বস্ৰান্ত কৰা কৃষকে কঠীয়া ৰোপন কৰিবলৈ গৈ প্ৰয়োজনীয় পানীৰ…
পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ জুলাইঃ বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক। কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি। ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত…
লখিমপুৰত অবৈধ ভাৱে শিল-বালি সৰবৰাহ কৰা সাত ডাম্পাৰ-ট্রেক্টৰ জব্দ
শতাব্দ, লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাত বন বিভাগে ৰাজহ সংগ্ৰহৰ বাবে চৌদিশে অভিযান তীব্ৰতৰ কৰি তুলিছে। সেই মৰ্মে লখিমপুৰ জিলাতো বন বিভাগে চালান বিহীন ভাৱে শিল-বালি সৰবৰাহ কৰা ডাম্পাৰ-ট্রেক্টৰ আদিৰ বিৰুদ্ধে অভিযান অব্যাহত…
তিনিচুকীয়াত গা ধুবলৈ গৈ সন্ধানহীন ৰাজু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গেলাপুখুৰীৰ চান্দমাৰী-তৰাজান সংযোগী দলঙত আজি পুৱা গা ধুবলৈ গৈ এজন লোক বাতৰি লিখাৰ পৰলৈকে সন্ধানহীন হৈ থকাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । শুংসূত্ৰহীন হৈ…
