Browsing Category
ট্ৰেণ্ডিং
শিল-বালিৰ মূল্য দুগুণ বৃদ্ধি
শতাব্দ , লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত তথা বন বিভাগৰ তীব্ৰ অভিযানৰ বাবে সাম্প্রতিক সময়ত তীব্র আতংকময় পৰিৱেশত দিন পাৰ কৰিছে বিভিন্ন কোৱেৰিত শিল বালি পৰিবহন কৰি জীৱিকা নিৰ্বাহ কৰি অহা ট্রিপাৰ, ট্ৰেক্টৰ, ট্ৰাক আদিৰ মালিক…
হৰ ঘৰ ত্ৰিৰংগা! ২০ কোটি ঘৰত উত্তোলন কৰা হ’ব ৰাষ্ট্ৰীয় পতাকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাই : হৰ ঘৰ ত্ৰিৰংগা! নৰেন্দ্ৰ মোদীৰ চৰকাৰে এইবাৰ এনে এক অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। অহা মাহত তিনিদিনৰ বাবে দেশৰ ২০ কোটিৰো অধিক ঘৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰা হ’ব। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ প্ৰচাৰৰ বাবে কেন্দ্ৰই…
ব’লক, ফুৰি আহোঁ মহাকাশ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ আজিকালি আমি যেতিয়াই আজৰি সময় আৰু সুযোগ পাওঁ তেতিয়াই ফুৰিবলৈ ওলাই যাওঁ কোনো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই অথবা বিখ্যাত স্থানলৈ। কাৰণ এই গন্তব্যস্থানসমূহলৈ এতিয়া অতি সহজে যাব পাৰি। কিন্তু এতিয়া…
আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ আমেৰিকাত পুনৰ আক্ৰমণ চলালে এজন বন্দুকধাৰীয়ে। যোৱা ১৭ জুলাই দেওবাৰে ইণ্ডিয়ানাৰ এটা শ্বপিং মলত আক্ৰমণ কৰে বন্দুকধাৰীজনে। এই গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হয় আন দুজন…
কেতিয়া আহিব ‘আচ্ছে দিন’!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ ক'ত আছে 'আচ্ছে দিন'? যোৱা ৮ বছৰত ভাৰতীয় টকাৰ মূল্য ২৫ শতাংশ হ্ৰাস পাইছে। ২০১৪ চনত ভাৰতীয় মুদ্ৰাত (ভাৰতীয় টকা) এক ডলাৰৰ মূল্য যিমান আছিল ২০২২ চনত কমেও ১৬ টকা ৮ পইচা বৃদ্ধি পাইছে। এয়া আমি নিজে সাজি কোৱা…
মেক ইন ইণ্ডিয়া’ৰ জয়জয়কাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প ‘মেক ইন ইণ্ডিয়া’। এই ‘মেক ইন ইণ্ডিয়া’ আকৌ এবাৰ সফলতাৰ তালিকাত। এইবাৰ ফিলিপাইনছে ভাৰতৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড বা এইচ এ এলৰ দ্বাৰা নিৰ্মিত এডভান্সড লাইট…
তেজপুৰ বিহগুৰিত নাৱৰ পৰা পৰি শোকাবহ মৃত্যু মাছ ব্যৱসায়ীৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বিহগুৰিৰ পুঠিমাৰী বাপুভেটি অঞ্চলৰ চন্দ্ৰকান্ত দাস(৪৫)ওৰফে সুনীল নামৰ লোকজন ব্ৰহ্মপুত্ৰৰ বৰাকটা শিমলুডুবি বিলত পৰি যায় আৰু তেওঁৰ মৃতদেহ পাছত উদ্ধাৰ…
তেজপুৰত “পিন হ’ল কেমেৰা”প্ৰদৰ্শন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ তেজপুৰৰ "মাটি আখৰা" নামৰ নাট্যানুষ্ঠানটোৱে যোৱা নিশা বাণ থিয়েটাৰত তেওঁলোকৰ অষ্টম প্ৰয়োজনাত নাট্যকাৰ প্ৰয়াত দীপক মহন্তৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা…
শিৱসাগৰত ২৪ জুলাইত অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুলাইঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি অহা ২৪ জুলাই দেওবাৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ ‘যুৱ দল’ শিৱসাগৰ পুখুৰী পাৰত আয়োজন কৰা হৈছে। পুৱা ১০…
তিনিচুকীয়াত গছপুলি ৰোপণ কৰি প্ৰতিপালনৰ দায়িত্ব ল’লে ডিচি আৰু আন বিষয়া-কৰ্মচাৰীয়ে
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা ’মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছপুলি ৰোপণ প্ৰকল্প’ৰ অধীনত আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কার্যালয় চৌহদত এক বৃক্ষৰোপণ কার্যসূচী…
