Browsing Category
ট্ৰেণ্ডিং
বন্দী বিশ্ব… (কনস্পিৰেচি গল্প)
ধ্ৰুৱজ্যোতি শইকীয়া অসম
(ক)
২০১৭, নিউয়ৰ্ক। চেন্ট্ৰেল পাৰ্কস্থিত সুবৃহৎ পঞ্চতাৰকা হোটেল ৰিজ্জৰ প্ৰেচিডেঞ্চিয়েল চুইট। কাঠৰ সুদৃশ্য দুৱাৰখনত ওলমি আছে এখন ডু নট ডিষ্টাৰ্ব ব'ৰ্ড। ভিতৰৰ পৰা বৈ আহিছে অস্ফুট কণ্ঠস্বৰ।
:ছ' হুৱাটচ্ ডা…
নতুন ভাইৰাছে উদ্বেগ বঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : কৰ’নাৰ আশংকা এতিয়াও কমি অহা নাই। কিন্তু ইয়াৰ মাজতে আফ্ৰিকা আন এটা ভাইৰাছক লৈ আতংকিত হৈ পৰিছে। যাৰ নাম মাৰ্বাৰ্গ ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, এই ভাইৰাছবিধ অতি সংক্ৰামক। মাৰাত্মকতা প্ৰায় ৮৮…
উৰন্ত বিমানতো পকেটমাৰ! ৮.৫ লাখ টকা চুৰি সহযাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : আমি প্ৰায়ে ৰাজহুৱা পৰিবহন, যেনে বাছ আৰু ৰে'লত পকেটমাৰৰ কথা শুনিবলৈ পাওঁ। ভিৰৰ সুযোগ লৈ পকেট চোৰবোৰে বহুতকে সৰ্বস্বান্ত কৰে। যাৰ বাবে যাত্ৰীসকল বিপদত পৰে। চৰম সাৱধানতা অৱলম্বন কৰিলেও পকেট চোৰৰ পৰা হাত সাৰিব…
লাডাখত পুনৰ আক্ৰমণাত্মক ‘ড্ৰেগন’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : লাডাখত পুনৰ আক্ৰমণাত্মক হৈ পৰিছে ‘ড্ৰেগন’। পুনৰ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে চীনৰ যুদ্ধ বিমান। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতীয় বায়ুসেনাই যুদ্ধ বিমান প্ৰেৰণ কৰি আক্ৰমণকাৰীক বাধা দিয়ে। ২০২০ চনত লাডাখৰ গালৱান…
প্ৰেমিকাৰ কিডনী লৈ পলাল প্ৰেমিক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : ভালপোৱাৰ তাড়নাত মানুহে কি কৰিব নোৱাৰে! উদাহৰণ অলেখ আছে। মনৰ মানুহজন বা মানুহজনীৰ লগত থাকিবৰ বাবে প্ৰেমাস্পদে অসাধ্য সাধনো কৰিব পাৰে। এনে কিছুমান কাম কৰা হয়, যিবোৰ কল্পনাৰো বাহিৰত। কিন্তু অন্ধ প্ৰেমে বহুতৰ…
আভিযান্ত্ৰিক আশ্চৰ্য ‘আঞ্জি খাদ দলং’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই: দলংখনক আভিযান্ত্ৰিক আশ্চৰ্য বুলি কোৱা হৈছে। এইখন জম্মু-কাশ্মীৰত নিৰ্মাণ সম্পূৰ্ণপ্ৰায় ভাৰতীয় ৰে’লৱেৰ প্ৰথমখন কেবল ষ্টেড ৰে’ল দলং। উত্তৰ ৰে’লৱেৰ উধামপুৰ-শ্ৰীনগৰ-বৰমুল্লা ৰে’ল লিংক (ইউএছবিআৰএল) অংশৰ অঞ্জি…
“লুলুম” জলপ্ৰপাত চাবলৈ শ শ লোকৰ স্ৰোত
জামুগুৰিহাট : ৮ জুলাইঃ অৰুণাচল প্ৰদেশৰ 'লুলুম' জলপ্ৰপাতত এতিয়া দৈনিক সমাগত ঘটিছে শ শ লোকৰ। কামেং নদীৰ পাৰত অৱস্থিত এই জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিছে সকলোৱে । গৰমৰ বন্ধত পৰিয়াল স্বজনৰ লগত কামেং নদীৰ পাৰত অৱস্থিত জলপ্ৰপাত চাবলৈ ঢাপলি মেলিছে…
ড্ৰাইভিং লাইচেন্স লাভৰ বাবে সহজ পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : এইবাৰ কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব পৰা পদক্ষেপ গ্ৰহণ কৰিছে। যদি আপুনিও ড্ৰাইভিং লাইচেন্স লোৱাৰ কথা ভাবিছে, তেন্তে এই প্ৰতিবেদন নিশ্চিতভাৱে আপোনাৰ বাবে…
কাঁটাতাঁৰ পাৰ হৈ ভাৰত পালেহি পাকিস্তানী প্ৰেমিকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : "প্ৰেমত ফুলিছে শতদল/প্ৰেমত ঘূৰিছে ভূমণ্ডল।"— তাহানিতে সাহিত্যৰথীয়ে লিখি যোৱা কবিতা। পৃথিৱীত সঁচাকৈয়ে প্ৰেমৰ ফান্দ আছে, কোনে জানে ক’ত ধৰা পৰে! এই পৃথিৱীত কোনে কাৰ প্ৰেমত পৰিব সেয়া কোৱাটো অসম্ভৱ। প্ৰেমৰ…
বিদেশৰ নহয়, ভাৰতৰে এটা সুন্দৰ পথ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে চৰ্চালৈ আনিলে গোৱা-কৰ্ণাটক ঘাইপথৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু মনোমোহা ফটো। তেওঁ এটা টুইটাৰ পোষ্টত উল্লেখ কৰিছে— "কৰ্ণাটকৰ গোৱা/কৰ্ণাটক সীমান্তৰ পৰা…
