Browsing Category
ট্ৰেণ্ডিং
উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থাৰ এদিনীয়া চুটি ছবি মহোৎসৱ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাই: উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থা চমুকৈ 'নেফটা'ৰ উদ্যোগত ৪ ডিচেম্বৰত এদিনীয়াকৈ প্ৰথম নেফটা চুটি ছবি মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত পুৱা ৯ বজাৰ পৰাই নিৰ্বাচিত চুটি ছবিসমূহ…
টাইগ্ৰিচ নৈৰ তলত ৩৪০০ বছৰ পুৰণি চহৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : একাধিক সভ্যতাৰ ধ্বংসাৱশেষ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে। যিবোৰে ইতিহাসৰ সকলো অনন্য আৰ্হি কঢ়িয়াই লৈ ফুৰিছে। একে সময়তে মানৱ সভ্যতাৰ বিৱৰ্তন আৰু সেই সময়ৰ মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিও এইবোৰে পোহৰলৈ…
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক হত্যাঃ আততায়ী আটক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : ৮ জুলাই শুকুৰবাৰে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক গুলীয়াই হত্যা কৰা হয়। জাপানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁক পশ্চিম জাপানত গুলীয়াই হত্যা কৰা হৈছে। প্ৰাথমিক খবৰ অনুসৰি প্ৰথম অৱস্থাত তেওঁ আহত…
ৰাজ্যত ভয়াৱহ ৰূপত বাঢ়িছে ক’ভিড
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক'ভিড। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১১৩৮জনলৈ বৃদ্ধি…
তেজপুৰৰ প্ৰবীণ খেলুৱৈ অনু লহকৰ ডেকাৰ বিয়োগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭জুলাই: তেজপুৰ জিলা ভলীবল দলৰ এগৰাকী সদস্যা হিচাপে দুবাৰকৈ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত অংশ লোৱা সুদক্ষ মহিলা ভলীবল খেলুৱৈ আৰু এথলেট অনু লহকৰ ডেকা(৬৩)ৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটিছে।তেজপুৰৰ মিছন চাৰিআলিৰ সমীপৱৰ্তী…
তেজপুৰত ধঁপাতমুক্ত এলেকা ঘোষণা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৭ জুলাই : শোণিতপুৰ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদ, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ আৰু শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু এ.ডি.আৰ কেন্দ্ৰৰ কাৰ্যালয় চৌহদক ধঁপাতমুক্ত এলেকা…
সদ্ভাৱনা প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সদ্ভাৱনা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন…
অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ ৩২৪.৪০ কোটি টকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰা অসমক অৱশেষত কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য। ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে ৩২৪.৪০ কোটি টকা মোকলাই দিছে। কেন্দ্ৰীয়…
লখিমপুৰৰ ভূমিত অৰুণাচলীয়ে খান্দিছে বৃহৎ পুখুৰী, হাল বাই বেদখল কৰিছে কৃষি পথাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ জুলাইঃ লখিমপুৰ জিলাত অৰুণাচলীৰ আগ্ৰাসন দিনক দিনে বৃদ্ধি পোৱাৰ লগতে এতিয়া অৰুণাচলীয়ে অসমৰ ৰাজহ ভূমিত কৃষি পথাৰ মুকলি কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খন্দি বেদখল আৰম্ভ কৰিছে। বিশেষকৈ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰ ৰাজহ…
চালকক ঠগি তেজপুৰৰ পৰা গাড়ী লৈ উধাও হোৱা আশীষক কৰায়ত্ত বিশ্বনাথত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭জুলাই: মেঘালয়ৰ পৰা আহি পাঁচ জুলাইত গুৱাহাটীত এএছ০১জিচি০৩৭৭নম্বৰৰ চুইফট ডিজায়াৰ ভাড়াত লৈ নিশা তেজপুৰত উপস্থিত হোৱা মেঘালয়ৰ আশীষ বৰা লিংড’(৩৬)নামৰ এক গাড়ীচোৰক অৱশেষত কালি সন্ধিয়া প্ৰায় ছয় বজাত বিশ্বনাথ আৰু চতিয়া…
