Browsing Category
ট্ৰেণ্ডিং
অৰ্ধ আকাশে শক্তিশালী কৰিব দেশৰ নৌসেনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ইতিমধ্যে ১০ হাজাৰৰো অধিক মহিলাই ভাৰতীয় নৌসেনাত অগ্নিপথ প্ৰকল্পত যোগদান কৰিবলৈ আবেদন কৰিছে। ভাৰতীয় নৌসেনাই ১ জুলাইৰ পৰা অগ্নিপথ বাহিনীৰ পদৰ বাবে আবেদন গ্ৰহণ আৰম্ভ কৰিছে। প্ৰথম পাঁচ দিনত বিপুল সংখ্যক আবেদনৰ…
বিজেপিৰ ট্ৰাম্পকাৰ্ড দ্ৰৌপদী!
ৰাষ্ট্ৰপতি পদত দ্ৰৌপদী মুৰ্মুৰৰ জয়ৰ বাবে মাথোঁ আনুষ্ঠানিকতাহে বাকী। জয়ৰ বাবে প্রয়োজনীয় সংখ্যাৰ ওচৰ চাপিল সাংসদ-বিধায়ক। ইয়াৰ পিছতো এনডিএৰ মিত্ৰশক্তিৰ লগতে কেইবাটাও বিৰোধী দলৰ সমৰ্থনৰ আশ্বাসৰ মিলন ঘটিছে। সেইবাবেই বিজেপিয়ে পৰৱৰ্তী…
সকলো সময়তে শুই থাকে? হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধিৰ শংকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : জীৱনশৈলীৰ প্ৰতি সচেতন নহ’লে নিৰ্দিষ্ট বয়সৰ পিছত হৃদৰোগ হ’ব পাৰে। বিশেষকৈ যদি আপোনাৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কলেষ্টেৰল আছে তেন্তে অধিক সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। জীৱনশৈলী সলনি হোৱা, অত্যধিক ব্যস্ততা,…
সাকাৰ হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ঘৰুৱা প্ৰযুক্তিৰ সহায়ত ভাৰতীয় নৌসেনা শক্তিশালী হৈ উঠিছে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ বাবে নৌসেনাই অহা বছৰ কমেও ৭৫ টা নতুন থলুৱা প্ৰযুক্তি আৰু সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 'স্প্ৰিণ্ট'…
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি গুৱাহাটী,৫ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৈঠকত অন্তত সংবাদমেল যোগে অৱগত…
ৰাইজৰ সহায়ত পৰিচালিত শোণিতপুৰৰ এখন বিদ্যালয়…
শতাব্দ প্ৰতিনিধি তেজপুৰ,৫জুলাই: শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত খেলমাটিত অৱস্থিত সোণালী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক…
গুৱাহাটীত বন বিভাগ-ৰেড ক্ৰছ ছ’চাইটিৰ উদ্যোগত গছপুলি ৰোপন-বিতৰণ
গুৱাহাটী , ৫ জুলাইঃ চলি থকা ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটী ৰেঞ্জৰ উদ্যোগত ৰেড ক্ৰছ ছ'চাইটি, নুনমাটিত আজি গছ পুলি ৰোপন বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা ৰেড ক্ৰছ…
লখিমপুৰৰ বধাকৰাত শৈক্ষিক মান নিম্নগামীঃ উদ্বিগ্ন কদম ছাত্ৰ সন্থাঃ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জিলাৰ বৃহত্তৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰা অঞ্চলত ক্রমাগত ভাবে শৈক্ষিক মান নিম্নগামী হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি আজি কদম আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।…
বান বিধ্বস্ত ছয়দুৱাৰ মহাবিদ্যালয়ঃ ১২ জন অধ্যক্ষসহ সহযোগী অধ্যাপকৰ ১ লাখ টকাৰ অনুদান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ নৱ গঠিত বিশ্বনাথ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ অগ্ৰণী উচ্চশিক্ষানুষ্ঠান তথা গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ক এইবাৰ বানে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। বানে বিধ্বস্ত কৰা মহাবিদ্যালয়খনত আজি অধ্যক্ষ পৰিষদৰ দৰং,…
উত্তেজনাত কঁপি আছে উজবেকিস্তান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : হিংসাত্মক উজবেকিস্তান। যোৱা কেইদিনমানৰ ভিতৰত মধ্য এছিয়াৰ এই দেশখনত সংঘটিত সংঘৰ্ষত ১৭ জন লোক নিহত হৈছে। আহত লোকৰ সংখ্যা প্ৰায় দুশ পঞ্চাশজন। ৰাজনৈতিক গুজৱমতে এই ঘটনা মূলতঃ কাৰাকলপাকস্তানৰ স্বায়ত্তশাসিত…
