Browsing Category
ট্ৰেণ্ডিং
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ মাৰিয়ানালৈ ফিল্ডছ মেডেল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ইউক্ৰেইনৰ মেৰিনা ভ্যাজ’ভস্কাই বিশ্বৰ দ্বিতীয়গৰাকী মহিলা হিচাপে ফিল্ডছ মেডেল লাভ কৰে। তেওঁ এই পদকটো ৰাছিয়া-ইউক্ৰেইন যুদ্ধত প্ৰাণ হেৰুওৱা ইউক্ৰেইনৰ জনসাধাৰণলৈ উছৰ্গা কৰিছে। ফিল্ডছ মেডেলক গণিতৰ নোবেল বঁটা…
বান সমস্যাৰ স্থায়ী সমাধান আৰু বিমান বন্দৰক ৰূপকোঁৱৰৰ নামকৰণৰ দাবীৰে তেজপুৰত সংগীতৰ যাত্ৰা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুলাই: আজি দিনৰ ১২.৩০ বজাত তেজপুৰৰ ঐতিহাসিক বান থিয়েটাৰ চৌহদত ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধান তথা তেজপুৰ বিমান বন্দৰ ৰূপ কোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ নামত নামকৰনৰ দাবীত এক সংগীতৰ যাত্রা কার্যসূচী ৰূপায়ন কৰা হয় ।এই…
চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা প্ৰডিউচাৰ কাউঞ্চিলৰ
ৰাজ্যৰ চলচ্চিত্র উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্র গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মন্ত্রীৰ প্ৰতি আহ্বান। চলচ্চিত্র নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্র উদ্যোগটোৰ বিকাশত সহায় কৰিব।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ…
লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰক্ত দান শিবিৰ
উত্তৰ লখিমপুৰ,৬ জুলাইঃআজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম দিন উপলক্ষে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত ৰক্ত দানৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে লখিমপুৰ চিকিৎসা…
তিনিচুকীয়া জিলাৰ অন্তৰ্গত অইলৰ ১৫ গুৰুত্বপূৰ্ণ স্থানক ন’ ড্ৰোন জ’ন হিচাপে ঘোষণা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰা অইলৰ তৈলক্ষেত্ৰত কূটাঘাতমূলক কাৰ্য্য সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনাক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে আজি এক জৰুৰী নিৰ্দেশযোগে…
চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে কিয়ঃ ৰকিবুল
সংবাদমেলত সৰৱ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়। বানৰ সময়ত আগতে যিদৰে সাহায্য পাইছিল বৰ্তমান তেনেদৰে সাহায্য পোৱা নাই। যদি ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন আছে তেন্তে কিয় চৰকাৰে এহাজাৰ কোটি টকা…
টকাৰ কোনো মূল্য নাই! জিম্বাৱেত প্ৰৱৰ্তন হৈছে সোণৰ মুদ্ৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : প্ৰাচীন কালত দৈনিক লেনদেন সোণৰ মুদ্ৰাত হৈছিল। কিন্তু একবিংশ শতিকাত পুৰণি কালৰ পথ ল'ব বিচাৰিছে জিম্বাৱেই। সোণৰ মুদ্ৰাক এইবাৰ স্থানীয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব বুলি সদৰী কৰিছে দেশখনৰ কেন্দ্ৰীয়…
অৰুণাচলত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ নিৰ্বাচনী প্ৰচাৰ
গুৱাহাটী,৬ জুলাইঃ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুৱা অসমৰ পৰা ইটানগৰত উপস্থিত হয়। উল্লেখ যে মঙলবাৰে ত্ৰিপুৰা আৰু মণিপুৰত প্ৰচাৰ চলাই নিশা গুৱাহাটীত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি পদৰ…
কভিড পৰীক্ষাত বৃহৎ সফলতা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ভাৰতকে ধৰি বিশ্বৰ বহু দেশত যোৱা কেইদিনমানৰ পৰা কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে আৰু বহু দেশত অমিক্ৰন ভেৰিয়েন্টৰ উপ-ভেৰিয়েন্টৰো আবিৰ্ভাৱ হৈছে। ইফালে, বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে কভিড-১৯ পৰীক্ষাৰ এক…
ঘেঁহু,তৰমুজ দিয়ক, নিজৰ ফ্লেট নিজেই লওক! চীনৰ নতুন নীতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই: ধৰি লওক আপুনি চীনৰ নাগৰিক। আপুনি এটা নতুন ফ্লেট কিনিব বিচাৰিছে। কিন্তু আপোনাৰ হাতত কেৱল পইচা থাকিলেই নহ'ব। আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে ঘেঁহু, তৰমুজ আদি থাকিলেহে ফ্লেট কিনাটো সম্ভৱ। ফ্লেটটোৰ সম্পূৰ্ণ মূল্য…
