Browsing Category
ট্ৰেণ্ডিং
বিৰোধীহীন অৰুণাচল প্ৰদেশ! সফল মোদী-শ্বাহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : এসময়ত বিজেপিৰ প্ৰিয় বাক্যাংশ আছিল, ‘কংগ্ৰেছমুক্ত ভাৰত’। কিন্তু লাহে লাহে সেই পৰিস্থিতি সলনি হৈছে। এতিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বাবে মূল লক্ষ্য হৈছে— বিৰোধীমুক্ত ভাৰত। আৰু তাৰ বাবে বিজেপিয়ে…
লক্ষ্য দাক্ষিণাত্য! পিটি উষাকে ধৰি ৪ জন দক্ষিণ ভাৰতীয়ক ৰাজ্যসভালৈ মনোনীত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : মোদীৰ চকুত দাক্ষিণাত্য! তাৰেই প্ৰতিৰূপ দেখা গৈছে সদ্য মনোনীত ৰাজ্য সভাৰ সাংসদৰ ক্ষেত্রত। নৰেন্দ্ৰ মোদী চৰকাৰে দক্ষিণ ভাৰতৰ চাৰিজন লোকক ৰাজ্যসভালৈ মনোনীত কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে…
পোকৰ পৰা চকলেট তৈয়াৰঃ টেষ্টি টেষ্টি….
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : আপুনি নতুন ধৰণৰ চকলেটৰ সোৱাদ ল’বলৈ ভাল পায় নিশ্চয়। কিন্তু আপুনি যেতিয়া গম পাব যে, যিকোনো চকলেট আচলতে কেটাৰপিলাৰ বা পোকৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া বাৰু খাবলৈ মন যাবনে? মুখত লগাব পাৰিবনে? পিছে শেহতীয়াকৈ…
পৃথিৱীৰ ফালে ধাৱমান ধুমকেতু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : বৰ্তমান পৃথিৱীৰ ফালে তীব্ৰ গতিৰে আহি আছে, কিন্তু পিছত ই চন্দ্ৰৰ ফালে গতিপথ সলাব। C / 2017 K2 নামৰ এই বিশাল ধুমকেতুটো সম্প্ৰতি পৃথিৱীৰ ফালে আহি আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, এই ধুমকেতুটো মাত্ৰ…
এইবাৰ বজাৰলৈ স্মাৰ্ট বটলঃ কৈ দিব পানী খোৱাৰ সময় আৰু পৰিমাণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : সমগ্ৰ বিশ্বতে উষ্ণতা বৃদ্ধি। দিনক দিনে গৰম বাঢ়ি গৈ আছে। মেৰুৰ বৰফো গলি গৈ আছে। বিশেষজ্ঞসকলে কয় যে, এই তীব্ৰ তাপত মানুহৰ শৰীৰটোও শুকাই গৈছে। ইয়াৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল পৰ্যাপ্ত পৰিমাণে পানী…
অসম চিকিৎসা মহাবিদ্যালয় : শীঘ্ৰেই মুকলি হ’ব স্মৃতি ডাকটিকট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব এটা স্মৃতি ডাকটিকট। কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা ডিব্রুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক পত্ৰযোগে এই কথা জনাইছে…
জলসংকট আৰু আমাৰ পৃথিৱী
পংকজ বৰুৱা
আমি সৰুতে পঢ়িবলৈ পাইছিলো পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে । আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী থকাৰ পাছতো পৃথিৱীত জলসংকটে দেখা দিব পাৰেনে ? সেই কথা বিশ্বাস কৰিবলৈ টান লাগে, যদিও পৃথিৱীৰ ৭১% ভাগ পানী…
মেট্ৰিকৰ ৰিজাল্ট বেয়া কিয়ঃ তিনিচুকীয়াত প্ৰশাসনৰ পৰ্য্যালোচনা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ উপস্থিতিত জিলাখনৰ ৩৯ খন বিদ্যালয়ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত…
উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সমস্যাৰাজিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই
জনতা ভৱনত উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে আলোচনা মন্ত্রী পীযুষ হাজৰিকাৰ। ৰাজ্য চৰকাৰৰ এক লাখ পদত নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্গত দিব্যাংগসকলৰ বাবে সংৰক্ষিত পদত যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ আশ্বাস। সন্থাৰ দ্বাৰা…
বায়ু প্ৰদূষণৰ পৰিণতি : প্ৰতি বছৰে প্ৰায় এক কোটি লোকৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : লেন্সেট কমিছনৰ অনলাইন আলোচনী দ্য লেন্সেট প্লেনেটেৰী হেল্থত প্ৰদূষণ আৰু স্বাস্থ্যৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰা হৈছে। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে, ২০১৫ চনৰ পৰা বৃদ্ধি পোৱা বায়ু প্ৰদূষণ আৰু সীহৰ…
