Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় নৃত্য শিল্পী বিপুল দাস
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১ জুলাইঃ তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "সপ্তাশ্ব" ৰ উদ্যোগত আৰু সংগীত নাটক একাদেমীৰ অৰ্থ সাহায্যত আজিৰে পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এক কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰুদ্ৰ বৰুৱা সংগীত…
তিনিচুকীয়াত গাঞ্জাসহ ধৃত ৩
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ হিজুগুৰি অঞ্চলত বৃহস্পতিবাৰে নিশা বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩ জন লোকক আটক কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষী। জানিব পৰা মতে আৰক্ষীৰ এটা দলে গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই…
তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপুখুৰী অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে শিৱশক্তি আটা মিলৰ সমীপৱৰ্তী মণিৰুল হক নামৰ এজন ব্যক্তিৰ ভাৰাঘৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ…
তিনিচুকীয়াত অৱস্থান ধৰ্মঘট কার্যসূচীৰে অজাযুছাপৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুলাইঃ ৰাজ্যৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ প্ৰদানৰ ব্যৱস্থা কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা আদি দাবীত অসম জাতীয়তাবাদী…
শোণিতপুৰত গাভৰু নৈৰ বাঢ়নী পানীয়ে বিধস্ত কৰিলে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১জুলাইঃ যোৱা নিশা প্ৰায় দুই বজাত গাভৰু নৈৰ বাঢ়নি পানীয়ে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মৌজাত এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ কৰে। আকস্মিক ভাবে বৃদ্ধি পোৱা গাভৰু নৈৰ বানে শোণিতপুৰৰ গাভৰু শিৱ মন্দিৰৰ সমীপত ১৫ নম্বৰ…
লখিমপুৰ মেডিকেল কলেজ হাস্পতালত পুনৰ অঘটন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ জুলাই: লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শুক্ৰবাৰে বিয়লি অকস্মাতে বেবী আই চি ইউত শ্বৰ্ট চাৰ্কিট ঘটাত চিকিৎসা মহাবিদ্যালয়খনত হুৱা দুৱা লাগে। অৱশ্যে বেবী আই চি ইউৰ ৱাৰ্মাৰৰ এই শ্বট চাৰ্কিটত কোনো লোকৰ…
বৃহৎ নদীবান্ধ বন্ধ কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত অজাযুছাপৰ…
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১জুলাইঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো পৰিষদৰ ধেমাজি জিলা সমিতিয়ে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত…
বহু ৰোগৰ প্ৰতিৰোধক তেজপাতৰ চাহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাইঃ ৰন্ধা-বঢ়াৰ সোৱাদ আৰু গোন্ধৰ ক্ষেত্ৰত অতুলনীয় কৰি তুলিবলৈ তেজপাতৰ জোৰ কোনেও ল'ব নোৱাৰে। পুষ্টিবিদসকলে কয় যে, তেজপাতত তাম, চেলেনিয়াম, আইৰণ, জিংক, মেগনেছিয়াম, পটাছিয়াম আৰু কেলচিয়াম আদি বিভিন্ন…
মানৱ জাতিৰ উন্নতিৰ ওপৰত গৱেষণা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাইঃ মানৱ জাতিৰ উন্নতিৰ স্বাৰ্থত কৰা গৱেষণাৰ বাবে ভাৰতীয় মূলৰ দুজন লোকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত স্বীকৃতি লাভ কৰিছে। অধ্যাপক অজয় আগৰৱালা আৰু অধ্যাপক পৰমিন্দৰ ৰাইনাই লাভ কৰে কানাডাৰ ৰাষ্ট্ৰীয় বঁটা ‘দ্য…
সফলতাৰ আন এক অধ্যায়ত ইছৰ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : ৩০ জুন বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ইছৰ’ই তিনিটা উপগ্ৰহ প্ৰেৰণ কৰে। এই তিনিটা উপগ্ৰহ PSLV-C53ৰ পৰা উৎক্ষেপণ কৰা হয়। আৰু লগে লগেই ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰই লাভ…
