Browsing Category
ট্ৰেণ্ডিং
নাছাৰ এলিয়েন সন্ধানঃএইবাৰ ব্যৱহাৰ হ’ব সৰু সৰু ৰবট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : বিজ্ঞানীসকলে অহৰহ নতুন নতুন উদ্ভাৱন আনিবলৈ চেষ্টা কৰি আহিছে যিয়ে তেওঁলোকক এলিয়েনৰ লেখ-জোখ বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰে। নাছাৰ গৱেষকসকলে সৌৰজগতত এলিয়েন বিচাৰি উলিয়াবলৈ ৰবট ব্যৱহাৰ কৰাৰ পৰিকল্পনা…
নম্বৰৰ নিগনি দৌৰ বনাম জ্ঞান আহৰণ
পাৰিজাত বৰুৱা
শিক্ষা যিহেতু জীৱনজোৰা সাধনাৰ এক নিৰবচ্ছিন্ন প্ৰক্ৰিয়া ই জন্মৰ পৰা মৃত্যুলৈকে অবিৰত গতিত জ্ঞাতে বা অজ্ঞাতে চলি থাকে । অজ্ঞাত অথচ অসচেতন সময়তো জীৱনত কেতিয়াবা ইমানেই গুৰুত্বপূৰ্ণ শিক্ষা আহৰণ কৰিব পৰা যায় যে সেই গুৰুত্বপূৰ্ণ…
ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থীৰ সংখ্যা ৭২ জন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৭২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। জানিব পৰা মতে, দায়িত্বত থকা বিষয়াসকলে এই ৭২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰি আছে। আইন অনুসৰি এজন প্ৰাৰ্থীক মনোনীত কৰিবলৈ…
ভিয়েটনাম যুদ্ধৰ বিখ্যাত ‘নপম গাৰ্ল’ৰ এতিয়া সুস্থ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : ৫০ বছৰ পূৰ্বে তেওঁৰ ছবিখন দেখি হতভম্ব হৈ পৰিছিল বিশ্ববাসী। আমেৰিকাৰ যুদ্ধ বিমানৰ পিছফালৰ পৰা নপম বোমা নিক্ষেপ কৰা হৈছে আৰু এগৰাকী কিশোৰী অদূৰৰ সন্মুখত নিজৰ জীৱনৰ ভয়ত দৌৰিছে। ফটো সাংবাদিক নিক কেমাৰে তোলা এই…
২৭ বছৰত এদিনো লোৱা নাই ছুটী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : ২৭ বছৰীয়া কেৰিয়াৰত এটাও দিন ছুটী লোৱা নাই! মাত্ৰ শিৰোনামটোৰ এই অংশটো পঢ়িয়েই নিশ্চয় আপোনালোকে থতমত খাইছে। কিন্তু সঁচা। এই কামটো কৰিলে বাৰ্গাৰ কিঙৰ এজন কৰ্মচাৰী কেভিন ফৰ্ডে। ছুটীৰ দিনতো তেওঁ ছুটী লোৱা…
ৰাজনীতিত সিন্ধেৰ সাধুকথাৰ দৰে উত্থান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : বিদ্ৰোহৰ আৰম্ভণিতে শিৱসেনাৰ মুৰব্বী তথা তেতিয়াৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই একনাথ সিন্ধেৰ শিবিৰৰ বিধায়কসকলক প্ৰশ্ন কৰিছিল— "দল ভাঙিলেও একনাথ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে?" বিজেপিয়ে হাৰ মানিবনে? এচাম ৰাজনৈতিক…
ডি আই ডি লিটিল মাষ্টাৰ চিজন ফাইভ ৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়ক উষ্ম অভিনন্দন
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা তথা চিলাপথাৰ নিবাসী কনমানী নৃত্য প্ৰতিয়সী আধ্যাশ্ৰী উপাধ্যায়। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব' ডি আই ডি লিটিল মাষ্টাৰ চিজন ফাইভৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী অসম…
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত চতিয়াত কৃতি শিক্ষাৰ্থীলৈ অভিনন্দন
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ চতিয়া সমষ্টিৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিদেৰ্শ মৰ্মে কৃতি শিক্ষাৰ্থীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে।…
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুনঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি জিলা উপায়ুক্তসকলৰ সৈতে এক…
তিনিচুকীয়া জিলাৰ ৪৪ গাওঁ প্লাৱিত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুনঃ বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ ডুমডুমা, শদিয়া আৰু তিনিচুকীয়া ৰাজহ চক্ৰৰ ৪৪ খন গাওঁ বানৰ কবলত বেয়াকৈ ক্ষতিগ্ৰস্ত…
