Browsing Category
ট্ৰেণ্ডিং
এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিক আদৰিবলৈ ভাৰতবাসী সাজু
নৱ ঠাকুৰীয়া
যদি কোনোবাই ভাৰতীয় সংসদ আৰু ৰাজ্যিক বিধানসভাত জনপ্ৰতিনিধি নিৰ্বাচনৰ সহজ গাণিতিক হিচাপ আৰু ন্যূনতম ৰাজনৈতিক জ্ঞানক বিশ্বাস কৰে, তেন্তে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰই অহা মাহত নতুন দিল্লীত এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি লাভ কৰিব…
জামুগুৰিহাটত পথ দুৰ্ঘটনাত থিতাতে নিহত দুই ভ্ৰাতৃ
জামুগুৰিহাট : ২৮ জুনঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজনকৈ যুৱক নিহত হয় । জানিব পৰা মতে সোমবাৰে সন্ধিয়া ৮ মান বজাত পথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰি দুয়োজন বাইক আৰোহী নিহত হয় ।…
মহাকাশত প্ৰথমটো সৌৰশক্তি কেন্দ্ৰ হ’ব চীনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : চন্দ্ৰৰ পৰা নমুনা সফলতাৰে ঘূৰাই অনা, অৱতৰণ কৰা, প্ৰথম প্ৰচেষ্টাতে মংগলত অভিযান চলাবলৈ সমৰ্থ হোৱাৰ পিছত চীন এইবাৰ মহাকাশত প্ৰথমটো সৌৰশক্তি চালিত উদ্যোগ মুকলি কৰিবলৈ সাজু হৈছে। বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত থকা…
এটা চিপে ধৰা পেলাব হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আগতীয়া লক্ষণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : শেহতীয়া দিনবোৰত হৃদৰোগ এক সাধাৰণ পৰিঘটনা হৈ পৰিছে। যোৱা বছৰ প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, বিশ্বজুৰি হৃদযন্ত্ৰৰ ৰোগ (CVD) হৈছে মৃত্যুৰ প্ৰধান কাৰণ। সেয়েহে সকলোৱে…
এখন উৰণীয়া হোটেলৰ কথা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন উৰণীয়া হোটেলৰ ভিডিঅ’। স্কাই ক্ৰুজ নামৰ এই হোটেলখনৰ ডিজাইন কৰিছে হাচেম আল-ঘাইলিয়ে আৰু ইয়াত প্ৰায় ৫ হাজাৰ অতিথিৰ বাবে ঠাই আছে। আচলতে এই হোটেলখন হৈছে এখন বিশেষ বিমান। কোৱা…
তামিলনাডুত বিনাইছে অসমৰ জয়মালাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : নিৰ্যাতিত হাতী জয়মলা ওৰফে জয়মল্যাথক জব্দ কৰি অভয়াৰণ্যত পুনৰ সংস্থাপন কৰিবলৈ অসম আৰু তামিলনাডুৰ বন বিভাগক আহ্বান জনাইছে পশু অধিকাৰ সংগঠন পিপলছ ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই। উল্লেখ্য…
লখিমপুৰ শিক্ষা খণ্ডত হেলেন কেলাৰৰ জন্মদিন উদযাপন
লখিমপুৰ, ২৭ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত আজি লখিমপুৰ শিক্ষা খণ্ডৰ প্ৰশিক্ষণ গৃহত হেলেন কেলাৰৰ জন্ম দিন উদ্যাপন কৰা হয়। হেলেন কেলাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে খণ্ড…
বানত ক্ষতিগ্ৰস্ত বহু মীন পালক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭জুনঃ বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ কৃষি ক্ষেত্ৰখনলৈ যেনেদৰে বিপৰ্যয় কঢ়িয়াই আনিলে একেদৰেই মীন পালকসকলৰো অত্যধিক লোকচানৰ সন্মূখীন কৰিছে। চৰকাৰী তথ্যৰ তুলনাত এই লোকচান অধিক ব্যাপক মাত্ৰাত হোৱা বুলি স্থানীয়…
শোণিতপুৰৰ বানবিধস্ত অঞ্চলত সাহায্য পৰ্যাপ্ত হোৱা নাই-উপায়ুক্তক স্মাৰক পত্ৰ এছ ইউ চি আইৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৭জুনঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকৰ বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক সমিতিয়ে ২৩ জুনৰ পৰা ২৯ জুনলৈকে আহ্বান জনোৱা দাবী সপ্তাহ পালনৰ অংশ হিচাপে দলৰ শোণিতপুৰ জিলা সমিতিৰ…
লখিমপুৰত শিক্ষা- ধৰ্মীয় অনুষ্ঠানৰ কাষতে সুৰাৰ বাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৭ জুনঃ লখিমপুৰ জিলাত চৰকাৰী অনুজ্ঞাপত্ৰ লৈ বিভিন্ন অঞ্চলত ব্যৱসায় চলাই থকা সুৰাৰ বাৰসমূহৰ স্বতাধিকাৰীসকলে চৰকাৰী নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগ উঠিছে। সম্প্রতি জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ,…
