Browsing Category
ট্ৰেণ্ডিং
বিটৰ ৰস হৃদৰোগৰ মহৌষধ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ পাচনৰ পৰা হোৱা উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ পুষ্টিবিদসকলে বিটৰ ৰস খোৱাৰ পৰামৰ্শ দিছে। এটা নতুন অধ্যয়নত বিটৰ নতুন গুণৰ সন্ধান পোৱা গৈছে। অধ্যয়নত দেখা গৈছে যে, বিটৰ ৰসে ধমনী প্ৰদাহ প্ৰতিৰোধ…
কয়লা খনিত এচিড নিষ্কাশনৰ নতুন পদ্ধতি বিকাশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুন : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি), গুৱাহাটীৰ গৱেষকসকলে উত্তৰ-পূব ভাৰতৰ কয়লাখনিসমূহত এচিড মাইন ড্ৰেইনেজ লাঘৱ কৰাৰ বাবে এক নতুন পদ্ধতি উদ্ভাৱন কৰিছে আৰু ইয়াক বায়’ৰিমিডিয়েচন প্ৰদৰ্শন কৰা…
বস্ত্ৰ ব্যৱসায়েৰে উজলিছে দুধনৈৰ পূৰৱী ৰয়
শিখাজ্যোতি কোঁৱৰ
'চাকৰি নাপালে ব্যৱসায় কৰিম' এই ধাৰণা আমাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত গাঢ় হৈ উঠা বিপৰীতে একাগ্রতাৰে ব্যৱসায় কৰি সফলতাৰ বাট বুটলিবলৈ সক্ষম হোৱা এগৰাকী উদ্যোগী ব্যৱসায়ীক আজি আপোনালোকৰ মাজত পৰিচিত কৰি দিবলৈ লৈছোঁ। অসমৰ…
চেৰী আৰু নিখিলক তিনিচুকীয়া জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ পৰা অসমৰ ভিতৰত কলা শাখাত প্ৰথম স্থান দখল কৰা তিনিচুকীয়াৰ ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁই আৰু বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰা ডিগবৈৰ আৰ ডি জুনিয়ৰ…
কেৱল শ্ৰদ্ধাযুক্ত মনৰ অধিকাৰীজনেহে প্ৰকৃত জ্ঞান লাভ কৰিব পাৰে- ড° পীতাম্বৰ দেৱ গোস্বামী
শতাব্দ প্ৰতিনিধি,মাজুলী,২৮ জুনঃ মাজুলী মহাবিদ্যালয়ৰ প্রথম দলৰ ছাত্ৰ, বিশিষ্ট শিক্ষাবিদ, মাজুলীৰ সাহিত্য জগতৰ অন্যতম কাণ্ডাৰীস্বৰূপ, ৰসবেত্তা বদন দোলাকাষৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি মহাবিদ্যালয়খনত 'বদন-বন্দন' শীৰ্ষক এখনি…
থলুৱা জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণ-উন্নয়নৰ বাবে বিশেষ পদক্ষেপ অসম কৃষি বিশ্ববিদ্যালয়ৰ
শতাব্দ প্ৰতিনিধি,যোৰহাট ,২৮ জুন : অসমৰ থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণৰ জৰিয়তে সামগ্ৰিকভাবে ৰাজ্যৰ থলুৱা কৃষি অৰ্থনীতিক আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে অসম কৃষি বিশ্ববিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশ…
লখিমপুৰত চেঁচাৰ বানত গৃহ বন্দী শতাধিক পৰিয়াল
উদ্ধাৰ অভিযানত নামিল এছ. ডি. আৰ. এফ. : আশ্রয় শিবিৰত তিনি শতাধিক পৰিয়াল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশত যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি জিলাখনৰ ন ন অঞ্চল প্লাবিত হৈছে। আজি লখিমপুৰ…
লখিমপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাঃ দুই নাৰ্চক নিলম্বন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্ৰত শিশু সালসলনিৰ ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত চাঞ্চল্য অব্যাহত আছে । এই ঘটনা সংক্ৰান্তত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আজি দুগৰাকী নাৰ্চক নিলম্বন কৰা…
উগাণ্ডাৰ এগৰাকী বিস্ময়কৰ মাতৃঃ ৪০ বছৰত জন্ম দিলে ৪৪টা সন্তান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : মৰিয়াম নাবাটাঞ্জীক বিয়া দিয়াৰ এবছৰৰ পিছত যমজ সন্তান জন্ম দিয়ে। তাৰ পিছত আৰু তিনিবাৰ যমজ সন্তান আহিল। পাঁচবাৰ আহিল তিনিটাকৈ সন্তান আৰু পাঁচবাৰ হ'ল চাৰিটাকৈ সন্তান। নাবাটাঞ্জীয়ে ৪০ বছৰ বয়সলৈকে ৪৪টা…
সন্ধান পোৱা গ’ল বৃহদাকাৰ বেক্টেৰিয়াৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : বেক্টেৰিয়াৰ কথা ভাবিলে আমি অণুজীৱৰ কথা ভাবোঁ, ইমানেই সৰু জীৱ যে খালী চকুৰে দেখা নাযায়। কিন্তু যোৱা ২৩ জুনত বিজ্ঞানীসকলে ঘোষণা কৰে যে, তেওঁলোকে এনে এটা প্ৰজাতিৰ বেক্টেৰিয়া চিনাক্ত কৰিছে যিটো পূৰ্বৰ আটাইতকৈ…
