Browsing Category
ট্ৰেণ্ডিং
৩২ বছৰ বয়সতে ১০খন প্রাইভেট জেটৰ গৰাকীঃ কেন্সাৰক হৰুৱাই অদম্য কণিকা !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : বয়স তেতিয়া মাত্র ২২ বছৰ। ব্যৱসায়ৰ পোক সোমাল কণিকা টেকৰিৱালৰ মূৰত। যেনে ভাবনা, তেনে কাম। নামি পৰিল ব্যৱসায়ত। ব্যৱসায়টো কিহৰ? প্রাইভেট জেট বিমানৰ ! ২২ বছৰ বয়সত ষ্টার্ট-আপ ব্যৱসায়। সেয়াও আকৌ প্রাইভেট জেটৰ…
কাজিৰঙাৰ নতুন ভাবুকি-আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতি
হৰিণাৰ মাংসই বৈৰী-ৰ দৰে এইবাৰ কাজিৰঙাৰ বৈৰীৰূপে চিনাক্ত হৈছে উদ্ভিদ। শুনিবলৈ আচহুৱা হলেও সত্য যে ২৬০০ৰো অধিক এক খড়্গযুক্ত ভাৰতীয় গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এক বৃহৎ ভাবুকিৰ সন্মুখীন হৈছে। এই ভাবুকি অৱশ্যেই চোৰাং…
বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকলপ্ৰথম স্থানঃ সাগৰ আগৰৱাল, বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ। 482দ্বিতীয় স্থানঃ মানসজ্যোতি বৰঠাকুৰ, ক্রিচেণ্ট…
কলা শাখাৰ শীৰ্ষৰ ১০ টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ঘোষিত ফলাফলত এইবাৰ কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিছে দুগৰাকী ছাত্ৰীয়ে। তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ …
বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকল-প্ৰথম স্থানঃ ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং- 491দ্বিতীয় স্থানঃ অলংকৃতা…
পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত গণ আন্দোলন গঢ়ি তোলাৰ সংকল্প
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সংস্থাৰ যোৰহাট জিলা সমিতিৰ এখন সাধাৰণ সভা আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চেমিনাৰ হ'লত জিলা সমিতিৰ সভাপতি দীপাংকৰ শেখৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন…
অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ প্ৰাক্তন সদস্য-ক্ৰীড়া সংগঠক নৰেন শৰ্মাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : যোৰহাটৰ এজন বৰ্ষীয়ান , অগ্ৰণী ক্ৰীড়াবিদ , প্ৰাক্তন ফুটবল ৰেফাৰী নৰেন শৰ্মাৰ ৯৪ বছৰ বয়সত যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে। যোৰহাট তথা অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ এগৰাকী…
সমন্বয়ৰ ৰূপকাৰ পদ্মশ্ৰী আব্দুছ ছাত্তাৰৰ জন্মশতবৰ্ষৰ শুভাৰম্ভ
“ঔপনিৱেশিক বিভেদকামী ইতিহাসৰ বিপৰীতে আব্দুছ ছাত্তাৰৰ দৰে লেখকে সমন্বয়ৰ বাৰ্তা বহন কৰিছে“--ছালিম আলি আহমেদ
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সমন্বয়ৰ ৰূপকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, বিশিষ্ট সাহিত্যিক আব্দুছ ছাত্তাৰৰ…
অসমত এতিয়ালৈকে এক কুইণ্টলতকৈ অধিক অধিক হেৰ’ইন জব্দ
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তর্জাতিক নিচাযুক্ত দ্ৰৱ্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সভা। এন ডি পি এছ এক্টৰ অধীনত অভিলেখ সংখ্যক ৩২৩২ টা গোচৰ ৰুজু কৰি ৫৪০০ তকৈ অধিক সৰবৰাহকাৰীক আটক ।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুনঃ এখন…
