Browsing Category
ট্ৰেণ্ডিং
২০২৩ চনত জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনাঃ উদযাপন সমিতিসহ ২৫ খন উপ সমিতি গঠন
জামুগুৰিহাট: ২৬ জুনঃ দেশৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ এইবেলি ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে । এই উদ্দেশ্যৰে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ নামঘৰ…
চন্দ্ৰ আৰু মঙলৰ পিছত শুক্ৰলৈ ভাৰতঃ ইছৰ’ৰ নতুন লক্ষ্য ‘শুক্ৰায়ান-১’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : বিগত সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আচৰিত ধৰণে কম খৰচত মহাকাশ অভিযান চলাই বিশ্বক চমক দিছিল। এই পৰম্পৰা অনুসৰণ কৰি ইছৰ’ই এতিয়া শুক্ৰ গ্ৰহলৈ এক অভিযানৰ লক্ষ্য স্থিৰ কৰিছে, যাৰ বাবে মাত্ৰ ৫ বিলিয়নৰ…
অসমত বান পৰিস্থিতি আজিও শোচনীয়ঃ ক্ষতিগ্ৰস্ত ২৫ লাখৰো অধিক লোক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : কিছু কিছু অঞ্চলত জলস্তৰ হ্ৰাস পাইছে যদিও আজি ২৬ জুনতো অসমৰ বান পৰিস্থিতি সংকটজনক হৈয়েই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত থকা কাছাৰ জিলাৰ শিলচৰ পৰিদৰ্শন…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজৱ কাণ্ডঃ নিশাৰ ভিতৰতে ল’ৰাৰ সলনি মাতৃৰ বুকুত সোমাল কন্যা…
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুন : অথন্তৰে লগ নেৰা লখিমপুৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ত এইবাৰ ঘটিল অন্য এক আজব ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত ল'ৰা সন্তান জন্ম হোৱাৰ পিছত নিশাটোৰ ভিতৰতে অভিভাৱকে কন্যা সন্তান লাভ কৰা ঘটনাই তীব্ৰ…
খননত উদ্ধাৰ হাজাৰ বছৰ প্ৰাচীন কাছৰ অৱশিষ্ট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : ৬২ খ্ৰীষ্টাব্দত ভূমিকম্পত বিধ্বস্ত হোৱা ঘৰৰ ধ্বংসাৱশেষত আশ্ৰয় বিচৰা গৰ্ভৱতী কাছৰ অৱশিষ্ট পম্পেইৰ পুৰাতত্ত্ববিদসকলে উদ্ধাৰ কৰিছে। কিন্তু যেতিয়া মাউণ্ট ভিছুভিয়াছৰ বিস্ফোৰণ ঘটিছিল তেতিয়া কাছজনীক…
মহাৰাষ্ট্রজুৰি গৃহযুদ্ধ শিৱসেনাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : বিনা যুদ্ধে সূচ্যগ্র মেদিনী দিবলৈ ৰাজি নহয় উব্ধৱ থাকৰে। নাটকৰ শেষ দৃশ্যৰ আগেয়ে তেওঁ ইস্তফা নিদিয়ে। কাৰণ, এতিয়া আৰু চৰকাৰ নহয়, দলৰ অধিকাৰ ৰক্ষাই প্রধান যুদ্ধত পৰিণত হৈছে। এই পৰিস্থিতিত ২৫ জুনত মহাৰাষ্ট্রৰ…
ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে কেইবাটাও বিষয়ত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ…
কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা
উত্তৰ লখিমপুৰ, ২৫ জুনঃ আজি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতি…
শংকৰদেৱ কলাক্ষেত্রত “মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী” উন্মোচন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি "মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী" শীৰ্ষক গ্ৰন্থখন ৰাজ্যিক ভিত্তিত উন্মোচন কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থখন আনুষ্ঠানিকভাৱে…
দৰং মহাবিদ্যালয়ৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্তঃ আপোনাৰ এধানিমান সহায়ৰ প্ৰয়োজন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুনঃ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ছাত্ৰী চিমি গোস্বামী জটিল ৰোগত আক্ৰান্ত। ছাত্ৰীগৰাকীক সম্প্ৰতি ব্যয়বহুল চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱাত সুহৃদসকলৰ সঁহাৰিৰ…
