Browsing Category

ট্ৰেণ্ডিং

”অশান্ত ইলেকট্ৰন”খ্যাত সৌৰভ কুমাৰ চলিহাক স্মৰণ সাহিত্য সভাৰ

গুৱাহাটী, ২৫ জুন : সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক । তেওঁৰ গল্পই অসমৰ বহু খ্যাত গল্পকাৰক অনুপ্ৰাণিত কৰিছে । নতুন প্ৰজন্মই তেওঁৰ সৃষ্টিক পুনৰ মূল্যায়ন কৰি সেইসমূহৰ স্বাদ ল’বলৈ আগবঢ়া আমি দেখিবলৈ পোৱাটো এক সুখৰ অনুভূতি । আজি…

চিকাৰী নিজেই হ’ল চিকাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : বিশালাকায় ভালুকটো দেখা মাত্ৰকে গুলি এৰিছিল চিকাৰীয়ে। সেই গুলি লগা মাত্রেই মাটিত লুটি খাই পৰে ভালুকটো। লৰচৰ কৰাও বন্ধ হৈ গৈছিল। ভালুকটো মৰিছেনে নাই, সেয়া নিশ্চিত হ'বলৈ ওখ ঠাইৰ পৰা নামি আহিল চিকাৰী। কিন্তু…

নামছাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : এপ্ৰিল মাহৰ ডেল্টা স্ক’ৰৰ ভিত্তিত নীতি আয়োগে শ্ৰেণীভুক্ত কৰা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ নামছাই জিলাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলাত স্থান লাভ কৰিছে। নামছায়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লাভ কৰা…

এন ফ্ৰেংকৰ ডায়েৰীৰ ৭৫ বছৰঃ গুগলত এক সুন্দৰ ডুডল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : আজি ২৫ জুনত গুগলে হ’ল’কাষ্টৰ বলি হোৱা এন ফ্ৰেংকৰ 'দ্য ডায়েৰী অৱ এ ইয়ং গাৰ্ল'ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এক সুন্দৰ ডুডল শ্লাইডশ্ব’ৰে উদযাপন কৰিছে। ডুডলটোত তেওঁৰ ডায়েৰীৰ প্ৰকৃত কিছু অংশ সন্নিবিষ্ট কৰা…

কাৰ্যকৰী হৈ আছেনে শিশুৰ স্কুলবেগ সম্পৰ্কীয় নিৰ্দেশনা

পংকজ হাজৰিকা শিশুৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য তেওঁলোকে পিঠিত বহন কৰা স্কুল বেগটোৰ ওপৰত বহু নিৰ্ভৰ কৰে।অত্যধিক বোজা সম্পন্ন স্কুল বেগ কঢ়িওৱাৰ ফলত হাৰ্টৰ সমস্যা,ৰাজহাড়ৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হয় শিশু সকল।মানসিক…

২৭ জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ ২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ একাউণ্ট যোগে সদৰি কৰে এই কথা। সোমবাৰ ২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক…

প্রতিৰক্ষা গৱেষণাত সাফল্য ভাৰতৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : বৃহৎ সাফল্য ভাৰতৰ প্রতিৰক্ষা গৱেষণা ক্ষেত্রত। উৰিষ্যাৰ চাঁদিপুৰ উপকূলত এখন যুদ্ধজাহাজৰ পৰা ২৪ জুনত ভার্টিকেল-লঞ্চ, স্বল্প-দূৰত্বৰ চাৰফেচ-টু-এয়াৰ মিছাইল VL-SRSAM সফলভাৱে পৰীক্ষা কৰা হয়। প্রতিৰক্ষা মন্ত্রী…

থাইৰয়ডৰ আমনিঃ পাকঘৰত ৰাখক এই চাৰিবিধ খাদ্য সামগ্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : থাইৰয়ডৰ সমস্যাত অনেকেই ভোগে। বিশেষজ্ঞসকলৰ মতে, থাইৰয়ডৰ অৱস্থান আমাৰ শৰীৰৰ ডিঙিত। দেখাত বহুখিনি পখিলাৰ দৰে। ইয়াৰ ভিতৰত বহুকেইটা হৰমন সৃষ্টি হয়। যেতিয়া থাইৰয়ডৰ হৰমনবোৰ অস্বাভাৱিক হাৰত উৎপাদন হয়, তেতিয়াই…

মধ্যপ্রদেশত ঘূৰিছিল ডাইনোছৰঃ  সন্ধান পোৱা গ’ল ১০টা প্রাগৈতিহাসিক কণীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : মধ্যপ্রদেশত উদ্ধাৰ হ'ল ডাইনোছৰৰ ১০টা কণী। দিল্লী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে এই কণীবোৰ আৱিষ্কাৰ কৰিছে। ডাইনোছৰ ফচিল নেচনেল পার্কত উদ্ধাৰ হোৱা কণীবোৰ টাইটানোছৰাছয় এটা প্রজাতিৰ। ইয়াৰ ভিতৰত এটা কণী বিশেষ…

উদ্ধাৰ হাজাৰ হাজাৰ বছৰ পুৰণি তামৰ অস্ত্র

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : খেতিৰ কাম চলিছিল। জেচিবিৰে ওখ-চাপৰ ঢিপবোৰ সমতল কৰিছিল কৃষক বাহাদুৰ সিং ফৌজিয়ে। হঠাৎ কোনো ধাতব বস্তুৰ লগত খুন্দা লাগে তেওঁৰ। উদ্ধাৰ হয় হাজাৰ হাজাৰ বছৰৰ পুৰণি তামৰ অস্ত্র। উত্তৰপ্রদেশৰ ময়নপুৰী এলেকাৰ এখন…