Browsing Category

ট্ৰেণ্ডিং

এবাৰ বেজি ল’লেই নিৰ্মূল হ’ব এইডছ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : কেন্সাৰৰ পিছত এইবাৰ এইডছ (AIDS)। দুৰাৰোগ্য ৰোগত সোণালী আলোকৰ ৰেখা। এইচ আই ভি (HIV) বা হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছক কাবু কৰাৰ চাবিকাঠি পাই গৈছে গৱেষকসকলে। তেল আভিভ বিশ্ববিদ্যালয়ৰ এদল মেধাবী, অনুসন্ধিৎসু…

সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰ আৰু নাই

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুন : সাহিত্য অকাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰৰ আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত তিনিচুকীয়া জিলাৰ মাকুম গান্ধীনগৰস্থিত নিজ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ৰোগাক্ৰান্ত হৈ…

তেজপুৰত ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ত

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এক অভিযানত আজি তেজপুৰৰ দুই নম্বৰ দোলাবাৰীৰ পৰা চফিকুল ইছলাম নামৰ এজন লোকক ড্ৰাগছ সহ কৰায়ত্ত কৰে। উল্লেখযোগ্য যে বেপাৰীয়ে নিজৰ ঘৰৰ পৰা বহুদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। এই…

অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ

লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অহা ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’২০২২”  অনুষ্ঠিত .কৰা হৈছে। এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৬ বজাৰ পৰা .যোৱা ১৪ জুনৰ পৰা ২৪ জুন লৈ…

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪জুন: তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি দুপৰীয়া এজন ৰোগীৰ মৃত্যুৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ তুলি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে চিকিৎসককো অপদস্থ…

মন্ত্ৰী কিষাণৰ বাধাত স্তিমিত তিনিচুকীয়াৰ উচ্ছেদ অভিযান

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৪ জুনঃ অৱশেষত ৰাজনৈতিক পাকচক্ৰত স্তব্ধ হ’ল বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলা তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ উচ্ছেদ অভিযান । বহিৰাগত ব্যৱসায়ীৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ লগে লগে কঁপি উঠিল…

মানৱ শৃংখল ( ফটো সংবাদ)

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীৰ দৃশ্যআলোকচিত্ৰঃ আব্দুল মতিন

অনিশ্চয়তাত ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ আৰ্থিক ভৱিষ্যৎ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত ২০১০ত নিযুক্তি প্ৰদান কৰা হাইস্কুল ঠিকাভিত্তিক শিক্ষকসকলৰ ভৱিষ্যত কেনেদৰে অনিশ্চয়তাৰে ভৰা সেয়া সম্প্ৰতি বিশ্বনাথ জিলাৰ গহপুৰ নিবাসী তথা শোণিতপুৰৰ বিন্দুকুৰি হইস্কুলত কৰ্মৰত…

আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণত সাংস্কৃতিক কেন্দ্ৰ তামুলপুৰত…

শতাব্দ প্ৰতিনিধি‍, তামুলপুৰ, ২৪ জুনঃ আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ, অসম আন্দোলনৰ তামুলপুৰৰ মূল হোতা, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিস্থাপক, তামুলপুৰ পৌৰসভাৰ পৌৰপতি, সদৌ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,…

চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি

ডাঃ সুৰজিৎ গিৰি "ছাৰ আপুনি বিহহীন সাপৰ দংশন বুলি কৈছিল।এতিয়া দেখোন এওঁৰ উশাহ টানিব অসুবিধা হৈছে,লগতে ওঁঠ কেইটা ফুলি গৈছে।""তাৎক্ষণত হাস্পতাললৈ আহক।"ফোনটো থৈ ভাবিব ধৰিলো।কিয় এনেকুৱা হল।অতি উৎসুকতাৰে তেওঁলোকলৈ বাট চালোঁ।…