Browsing Category
ট্ৰেণ্ডিং
ধন সৰবৰাহৰ গোচৰ : অসম কো-অপাৰেটিভ বেংকৰ প্ৰাক্তন এমডিক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : বেংকৰ সৈতে হোৱা আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগত জড়িত এক গোচৰত বলবৎকাৰী সঞ্চালকালয়ে ধন সৰবৰাহ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে অসম কো-অপাৰেটিভ সমবায় বেংক লিমিটেডৰ এজন প্ৰাক্তন পৰিচালন সঞ্চালকক (এমডি)। যোৱা ২২…
বৃক্ক ৰোগৰ ৫টা লক্ষণ !
বৃক্কৰ সমস্যা সময়মতে চিকিৎসা নকৰিলে জীৱনটো আপুনি ভবাৰ দৰে সুখকৰ নহয়গৈ। সমস্যাটো জটিল হৈ গৈ থাকিলে ই জীৱনটোকে টানি লৈ ফুৰে। কিন্তু সমস্যাটো হ’ল- বহুক্ষেত্ৰত বৃক্কৰ সমস্যাৰ লক্ষণবোৰ ইমানেই মৃদু যে ৰোগটো গভীৰ নহ’লে সেইবোৰ বুজিব নোৱাৰি।বৃক্কৰ…
ফ্ল’ৰিডাত ধৰা পৰিল বিশ্ববৃহৎ মাইকী অজগৰঃ ওজন ৯৮ কিলোগ্ৰাম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : শেহতীয়াকৈ গৱেষকৰ এটা দলে এটা মতা সাপ বিচাৰি যোৱাৰ সময়ত ফ্ল’ৰিডাত আটাইতকৈ ডাঙৰ বাৰ্মিজ অজগৰ বা বাৰ্মিজ পাইথন আৱিষ্কাৰ কৰিছে। গৱেষকসকলৰ মতে, সাপটোৰ শেষ আহাৰ আছিল এটা সম্পূৰ্ণ বগা ঠেংযুক্ত হৰিণ। ২১৫ পাউণ্ড…
মঙ্গলৰ মাটি-শিল পৃথিৱীলৈ আনিব চীনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : মহাকাশ গৱেষণাত একচুলিও পিছ পৰি ৰোৱা নাই চীন। ইতিমধ্যেই মঙ্গল গ্রহলৈ অৰবিটাৰ, লেণ্ডাৰ আৰু ৰ'ভাৰ পঠিয়াইছে দেশখনে। এইবাৰ জনা গৈছে যে, ৰঙা গ্রহৰ পৰা মাটি, শিল সংগ্রহ কৰি পৃথিৱীলৈ আনিব তেওঁলোকে। এই নমুনা অনাৰ…
সমুদ্রৰ বুকু ফালি দুৰন্ত গতিত চলিব ট্রেইন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : এইবাৰ দক্ষিণ ৰেলৱেই এক অবিশ্বাস্য কাম কৰিবলৈ আগবাঢ়িছে। ৰামেশ্বৰমলৈ অহা পর্যটকসকলো সাক্ষী থাকিব এক বিষ্ময়কৰ সৃষ্টিৰ। জনা গৈছে যে, এইবাৰ নিৰ্মাণ হ'বলৈ গৈ আছে প্রায় ৫৬০ কোটি টকা ব্যয়সাপেক্ষ পামবান সেতু। মূলতঃ…
গাৰুৰ মূল্য ৪৫ লাখ টকা !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : কোটিপতিয়েহে কিনিব পাৰিব। একোটা সাধাৰণ গাৰুৰ মূল্য সাধাৰণ লোকৰ বাবে কল্পনাতীত। কাৰণ এয়া হ'ল বিশ্বৰ সকলোতকৈ দামী গাৰু। দাম ৪৫ লাখ টকা। অর্থাৎ দুজনৰ বাবে দুটা গাৰু কিনিলেই প্রায় কোটি টকা খৰচ হ'ব। কিন্তু ইমান…
দেশৰ ১৭টা বেংকত ৩৪,৬১৫ কোটিৰ জালিয়াতি !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : দেশৰ বৃহত্তম বেংক জালিয়াতিৰ ক'লা ছাঁ পৰিছে ভাৰতৰ অর্থনীতিত। এইবাৰ ১৭টা বেংকৰ পৰা প্রায় ৩৪ হাজাৰ কোটি টকা উধাও হোৱাৰ তথ্য ফাদিল হৈছে। অভিযোগৰ আঙুলি উঠিছে এটা সংস্থাৰ প্রাক্তন চিএমডি কপিল ৱাধৱান, পৰিচালক ধীৰজ…
‘প্রতিযোগী নহয়, সহযোগী’ : ভাৰতক চাৰিদফীয়া প্রস্তাৱ দাখিল চীনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : নিজৰ মাজত সন্দেহজনক বাতাবৰণ সৃষ্টিৰ বিপৰীতে চীন আৰু ভাৰতে পৰস্পৰৰ মাজত বিশ্বাস বৃদ্ধি কৰা প্রয়োজন। ভাৰতৰ ৰাষ্ট্রদূত প্রদীপ কুমাৰ ৰাৱটৰ লগত চীনৰ বিদেশ মন্ত্রী ৱাং ৱাইৰ প্রথমখন বৈঠক যোৱা ২২ জুনত হৈ যায়। সেই…
শ্বিলং ভ্ৰমণৰ মাদকতা
বিমল বৰগোহাঁই
শ্বিলঙলৈ যাবলৈ বাৰু কাৰ মন নাযায় ! শ্বিলং বুলি কলেই যেন ভূপেন দাৰ সেই মনালিছা লিংডৌ গৰাকীলৈ বাৰে বাৰে মনত পৰে। ভূপেন দাৰ অপূৰ্ব সৃষ্টি, সেই গীতৰ মাজেদি শ্বিলঙৰ গাভৰু "মনালিছা"ৰ লগতে শ্বিলঙৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ কথা বৰ…
