Browsing Category

ট্ৰেণ্ডিং

বন্যাক্ৰান্ত পাঁচখন গাঁৱৰ তিনিশ ঘৰ লোকক সাহায্য় প্ৰদান তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ জুন : বান আক্ৰান্ত ৰাইজৰ দুখ - দুৰ্দশাৰ অৱসানৰ বাবে চৰকাৰ - প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি যিকোনো বান আক্ৰান্তৰ মাজত খাদ্য সামগ্ৰীকে ধৰি সাহায্য় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ মাজতে যিকোনো স্বেচ্ছাসেৱী সংগঠন আৰু…

তিনিচুকীয়াত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ দাবী আছুৰ

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ বেদখল বিৰোধী অভিযানে একাংশক নাৰাজ কৰি তোলাৰ সময়তে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ আৰু পৌৰসভাই অব্যাহত ৰখা অভিযানক আদৰণি জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ।…

নেমু খায়েই কমাব পাৰি ইউৰিক এচিড !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুন : ইউৰিক এচিডৰ সমস্যা এতিয়া ঘৰে ঘৰে বুলিব পাৰি। প্রচুৰ মানুহ এতিয়া এই ৰোগত আক্রান্ত। আচলতে এইটো হ'ল এক বিপাকীয় সমস্যা (Metabolic Disease)। এইক্ষেত্রত প্রটিন বিপাকৰ কাৰণেই তৈয়াৰ হয় ইউৰিক এচিড। সেয়ে সতর্ক…

অগ্নিপথ আঁচনি সন্দৰ্ভত চৰকাৰক ক্ষুৰধাৰ সমালোচনা লখিমপুৰ যুৱ কংগ্ৰেছৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৩ জুন: অগ্নিপথ আঁচনি সন্দৰ্ভত আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি মৌচুম লাহনৰ উপস্থিতিত এখন সংবাদমেল অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিত চাৰি বছৰৰ বাবে নিযুক্তি…

মোক খা মোক খা বতৰৰ ফল ( ফটো সংবাদ)

বতৰৰ ফলে ভৰি পৰিছে অসমৰ বিভিন্ন ঠাই। ওপৰৰ ছবিত বঙাইগাঁৱৰ তুলুঙীয়া বজাৰত বাৰীৰ আনাৰস চাইকেলত লৈ এজন কৃযক। তলৰ ছবি কামৰূপ জিলাৰ বামুণী গাঁও বজাৰৰ।আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

দুৰ্গম আনিনীত সন্ধানহীন হোৱা তিনিচুকীয়াৰ শিশু উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনিনীত ১৮ জুনত সন্ধানহীন হোৱা এটি শিশু । উল্লেখ্য যে উক্ত দিনা আনিনীত তিনিচুকীয়া জিলাৰ এটি শিশু নিজ পৰিয়ালৰ পৰা বিছিন্ন হোৱাৰ সম্ভেদ পোৱাৰ পাছতেই…

আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ২০২২

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুন : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস বা বিশ্ব অলিম্পিক দিৱস প্ৰতি বছৰে ২৩ জুনত পালন কৰা হয়। এই দিৱস খেলা-ধূলা, স্বাস্থ্য, আৰু একত্ৰিত হৈ থকাৰ উদযাপন। দিনটোৱে সকলোকে একত্ৰিত হ’বলৈ আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে…

হায়দৰাবাদৰ তেলেংগনাৰ পৰা ২৭ খন ৰাজ্য খোজ কাঢ়ি জামুগুৰিহাটত উপস্থিত শ্ৰীকান্ত কল্যান

জামুগুৰিহাট, ২৩ জুনঃ প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমণ কৰিব পাৰি সেই বাণী সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদূৰ হায়দৰাবাদৰ তেলেংগনাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমণ কৰিছে এজন যুৱকে । যোৱা…

কৰিমগঞ্জত বি এছ এফে আটক কৰিলে ২১ গৰাকী বাংলাদেশীক

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ২৩ জুনঃ বি এছ এফৰ এন্ট্ৰি হিউমেন ট্রেফিকিং ইউনিটে লাভ কৰা খবৰৰ ভিত্তিত আজি বি এছ এফৰ মিজোৰাম কাছাৰ ফ্ৰণ্টিয়াৰৰ এটি দল আৰু বদৰপুৰ আৰক্ষীক লগত লৈ এক অভিযান চলাই বদৰপুৰ চহৰৰ মিৰা হোটেলৰ এণ্ড লজৰ পৰা ২১ গৰাকী…

বানঃ বিদ্যালয়ৰ গৰম বন্ধ ঘোষণা শিক্ষামন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ জুনঃ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে। পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ। ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে। বানপানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে। যাৰ…