Browsing Category
ট্ৰেণ্ডিং
ভাৰত মহাসাগৰত মালদ্বীপত ওপঙা চহৰ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুনঃ সমুদ্রপৃষ্ঠৰ ওপৰত ভাঁহিছে মালদ্বীপৰ এক চহৰ। পৰিৱেশগত সংকট আৰু সমুদ্রপৃষ্ঠৰ উচ্চতা ইমানেই দ্রুতহাৰত বৃদ্ধি পাইছে যে, ভাৰত মহাসাগৰত ভাসমান চহৰ নিৰ্মাণ কৰা হৈছে। মালদ্বীপৰ মালে চহৰে ৰূপ লৈছে ভাসমান চহৰ…
চৰকাৰে বিদ্যালয়ৰ প্রধানক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মান নিম্নগামী হৈছে
লখিমপুৰত খেল পথাৰ উন্নয়নৰ নামত আৱণ্টিত ২০
শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২২ জুনঃ ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ মুৰব্বী তথা প্রধান শিক্ষক, অধ্যক্ষ আদিক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মানৰ অৱনতি ঘটিছে। এই সকল বিদ্যালয় প্রধানে…
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২২ জুন : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত কৰ্মৰত অস্থায়ী বিল ক্লাৰ্ক,মিটাৰ ৰিডাৰ সকলৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীৰ সন্দৰ্ভত আজিকোপতি সংশ্লিষ্ট বিভাগ আৰু চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই সকল কৰ্মচাৰীৰ মাজত সম্প্ৰতি…
মহাৰাষ্ট্ৰত ৰাজনৈতিক ”ভূমিকম্প”–অভিকেন্দ্ৰ গুৱাহাটী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুনঃ গুজৰাটৰ চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱা ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পতাৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ পৰা আন কেইবাখনো ৰাজ্যৰ ৰাজনীতিৰ…
বাইডেনৰ ঐতিহাসিক সিদ্ধান্তঃ শীর্ষ বিজ্ঞান উপদেষ্টা হ’ল ভাৰতত জন্ম গ্ৰহণ কৰা আৰতি প্রভাকৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ভাৰতীয় বংশোদ্ভূত গৱেষক আৰতি প্রভাকৰক তেওঁৰ শীর্ষ বিজ্ঞান উপদেষ্টা হিচাবে মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। বাইডেনৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰিছে আমেৰিকাৰ ভাৰতীয় সমাজে। ২০ জুনত…
গুৱাহাটীত অইলৰ কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুন: গুৱাহাটী মহানগৰীৰ বামুণীমৈদানত বুধবাৰে অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আধাৰশিলা স্থাপন কৰি কয় যে গুৱাহাটীত অইল…
ডায়েবেটিছঃ ফলৰ ৰসৰ সলনি কি পানীয় সেৱন কৰিব?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ডায়েবেটিছ থাকিলে খোৱা-বোৱাত নানা ধৰণৰ বিধি-নিষেধ মানি চলিবলগীয়া হয়। কি খাব, কেতিয়া খাব, কিমান খাব— সকলোৱেই কাঢ়া নিয়মৰ মাজত বন্ধা থাকে। যাৰ চাহ-কফি খোৱাৰ নিচা, তেওঁলোকে বিনা চেনিত সেয়া খাবলৈ অভ্যাস…
ভয়াৱহ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : আফগানিস্তান আৰু পাকিস্তানত ভয়াৱহ ভূমিকম্পত কমপক্ষে ২৫৫ জনৰ মৃত্যু হৈছে বুলি জনাইছে সংবাদ সংস্থা ৰয়টার্ছে। মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি জনা গৈছে। ২১ জুনৰ পুৱা ৰিখটাৰ স্কেলত ৬.১ মাত্রাত কঁপি উঠিছিল…
নিমাতীৰ নাও দুৰ্ঘটনাৰ পৰা শিক্ষা ললেনে বিভাগ বা চৰকাৰে??
পংকজ হাজৰিকা
অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগৰ হেমাহি,কু-অভিসন্ধি,ৰাজনৈতিক নেতা আৰু ঠিকাদাৰৰ দপদপনিৰ ফলত আজি এটা বছৰৰ আগতে নিমাতীত হৈছিল ভয়াৱহ নাও দুৰ্ঘটনা।যাৰ ফলত কেবাজনো প্ৰতিভাধৰে অপ-মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল।দুৰ্ঘটনা নোহোৱালৈকে চৰকাৰ…
দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুনঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা আপৰ নেতা মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। পিপিই কিট কেলেংকাৰিক লৈ মনীষ চিছোদিয়াই দিল্লীত এক…
