Browsing Category
ট্ৰেণ্ডিং
ৰাষ্ট্রপতি পদত এনডিএৰ প্রার্থীৰূপে কিয় দ্রৌপদী মুর্মুৰ নাম বাচনিত উঠিল ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ৰাষ্ট্রপতি পদৰ বাবে এনডিএৰ প্রার্থী হিচাবে দ্রৌপদী মুর্মুৰ নাম ঘোষণা কৰিলে বিজেপিয়ে। তেওঁ ঝাড়খণ্ডৰ প্রাক্তন ৰাজ্যপাল। বিজেপি নেতৃত্বৰ দাবী— তেওঁ প্রথম এনডিএৰ তৰফৰ পৰা ৰাষ্ট্রপতি পদৰ আদিবাসী প্রার্থী।…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন
উত্তৰ লখিমপুৰঃ ২১ জুনঃ সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ মহিলা কোষ, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, মানসিক আৰু শাৰীৰিক সুস্থতা কোষ আৰু মহাবিদ্যালয়ৰ…
অসম কৃষি বিশ্ববিদ্যালয়ত সপ্তাহজোৰা যোগ দিৱসৰ কাৰ্যসূচীৰ সামৰণি
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২১ জুনঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয়ে আয়োজন কৰা সপ্তাহজোৰা যোগ কাৰ্যসূচীৰ আজি সামৰণি পৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্ববিদ্যালয়খনে ইয়াৰ যোৰহাটস্থ মূল চৌহদৰ ইনডৰ ষ্টেডিয়ামত…
যোৰহাটৰ ভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো জিলা প্ৰশাসন আৰু AYUSH,যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম প্ৰাংগণত "মানৱতাৰ বাবে যোগ" শীৰ্ষক অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।এই যোগ দিৱস উদযাপনৰ যোগ…
বীৰ লাচিত সেনাৰ উদ্যোগত যোৰহাটত নাগৰিক সভা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুনঃ বীৰ লাচিত সেনা অসম, যোৰহাট জিলা সমিতিৰ আহ্বানত যোৰহাটবাসী সচেতন নাগৰিকসকলৰ উপস্থিতিত ১৯ জুনত এখনি নাগৰিক সভা যোৰহাটৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা নাগৰিক সভাখনিত…
ভাৰত চীন সীমান্তৰ পৰা তেজপুৰলৈকে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১জুন: অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ সীমাৰ সুৰক্ষাত নিয়োজিত সেনাৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গই আজি পালন কৰে অষ্টম সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱস। অৰুণাচল প্ৰদেশৰ সেমেকা বতৰৰ মাজত তথা তেজপুৰস্থিত…
গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত নাট কৰ্মশালা
উত্তৰ লখিমপুৰ, ২১ জুনঃ লখিমপুৰ জিলাৰ গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীৰ মাজত এদিনীয়া নাট কৰ্মশালা অনুস্থিত কৰা হয়। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্ত আৰু অভিনৱ থিয়েটাৰ,লখিমপুৰৰ দ্বাৰা অনুস্থিত কৰা এই নাট কৰ্মশালাত…
লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১১ বছৰেও মুকলি নহ’ল ৯ কোটি টকীয়া তাৰকাগৃহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ জুন : লখিমপুৰ নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ চুতিয়াকাৰীত ২০১১ চনতে নিৰ্মাণ কৰা তাৰকাগৃহটো বিগত ১১ বছৰেও মুকলি নহ'ল। প্রায় ৯ কোটি টকাৰ বায় সাপেক্ষে নিৰ্মাণ কৰা এই তাৰকাগৃহটো এতিয়া অ-সামাজিক কাৰ্যকলাপৰ…
তেজপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনিয়মীয়া কৰ্মচাৰী আৰু ঠিকাদাৰ ফাৰ্মৰ বিয়াগোম জালিয়াতি
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২১জুন: তেজপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন অনিয়মীয়া কনিষ্ঠ অভিযন্তাই এটা ঠিকাদাৰ প্ৰতিষ্ঠানক কোনো কাম নকৰাকৈয়ে প্ৰায় এক কোটি ৬২লাখ টকাৰ কাম তেজপুৰত সম্পূৰ্ণ কৰাই নহয়,সেই ধন আদায় পোৱা বুলি প্ৰমাণ পত্ৰ দিয়া আৰু…
জনতাৰ আপোন অভিনেতা বিহপুৰীয়াৰ গৌতম
মুক্তাৰ আলী
অভিনয় জগতত অলেখজন অভিনেতাই বাট বুলিলেও দৰ্শকে কিন্তু সকলোকে আদৰি নলয়।দৰ্শক হ'ল প্ৰথম বিচাৰক যাৰ তুলাচনীত সৰ্বদা নিৰ্বাচিত হয় শ্ৰেষ্ঠজনহে। জীৱন এক তেনেই চুটি পৰিক্ৰমা। জাতি, মাটি মানুহ আৰু একোখন সমাজৰ সংস্কাৰৰ বাবে অভিনয়…
