Browsing Category
ট্ৰেণ্ডিং
যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত কলাগুৰুক স্মৰণ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ জুনঃ অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি তথা সাম্য মৈত্ৰীৰ এখন শ্ৰেণীহীন সমাজ গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰা সৈনিক শিল্পী কলাগুৰুক শ্ৰদ্ধাৰে সোৱঁৰণ কৰা হয় । যোৰহাট জিলা সাহিত্য সভা আৰু তিতাবৰ…
কৰিমগঞ্জত বানপানীত ২৩৫ খন গাঁৱৰ ৮৮,৮০৪ জন লোক ক্ষতিগ্ৰস্ত
শতাব্দ প্ৰতিনিধি,,কৰিমগঞ্জ, ২০ জুনঃ কৰিমগঞ্জ জিলাত চলিত বানপানীৰ ফলত পাঁচটা ৰাজহ চক্ৰৰ ২৩৫খন গাঁৱকে ধৰি বহু অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ ৮৮,৪০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰৰ অধীনত ১৩১৫০ জন, বদৰপুৰত ১০৮৩৩ জন, নীলাম…
ডিব্ৰুগড়ত বিষ্ণু ৰাভা দিৱসত ১১ জনক ৰাজ্যিক আৰু ৩ জনলৈ ৰাষ্ট্ৰীয় বঁটা
বিষ্ণু ৰাভা বঁটাৰে সন্মানিত প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু নৃত্য পটীয়সী শাৰদী শইকীয়া
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২০ জুনঃ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যুবাৰ্ষিকীৰ উপলক্ষে চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হয়…
অম্বুবাচী মেলা সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ২০ জুনঃ স্বচ্ছতাক মূল বিষয় হিচাপে লৈ এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব অম্বুবাচী মেলা’ ২০২২। অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা…
সৈনিক শিল্পী বিঞ্চু প্ৰসাদ ৰাভাৰ বন্দনাৰে মুখৰিত ঊষাৰ নগৰী তেজপুৰ
গীতে-মাতে, কবিতা-নৃত্যৰে সমন্বয় ক্ষেত্ৰ,সাহিত্য সভা,নাট্যসন্মিলন,নটৰাজম কলা মন্দিৰ, জিলা কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠানত কলাগুৰুক স্মৰণমনোজ কুমাৰ শইকীয়া, তেজপুৰ , ২০ জুন :
সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ…
চুইছ বেংকত কিয় ধন জমা ৰাখে ভাৰতীয়ই
বেদব্ৰত বৰা
ক'ভিডকালীন পৰিস্থিতিৰ পিছত দেশত মুদ্ৰাস্ফীতি বাঢ়িছে। টকাৰ মূল্য লাহে লাহে হ্ৰাস পাইছে আৰু সাধাৰণ মানুহে ক্ৰয় ক্ষমতা হেৰুৱাইছে। দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰা কাৰকসমূহ বহু অৰ্থনীতিবিদে ইতিমধ্যে বিশ্লেষণ কৰিছে। চৰকাৰে বিশেষকৈ…
লখিপুৰত ট্ৰাইবেল বেল্টৰ ভূমি বহিৰাগতক বিক্ৰী-হস্তান্তৰ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২০ জুনঃ লখিমপুৰ জিলাত ট্রাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বহিৰাগত অনাঅসমীয়া ব্যবসায়ীয়ে বেদখল কৰাৰ লগতে এনে ভূমি বিক্ৰী আৰু হস্তান্তৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম ট্রাইবেল সংঘৰ লগতে সদৌ অসম ট্রাইবেল ইউথ লীগ।…
প্রথম বামপন্থী ৰাষ্ট্ৰপতি পালে কলম্বিয়াই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : কোৱা হয় কমিউনিষ্টৰ বেলি মাৰ গৈছে। পুঁজিবাদৰ পৃথিৱীত এতিয়া অৰ্থহীন কমিউনিষ্ট ভাবধাৰা ! কিন্তু তেনে সময়তে লেটিন আমেৰিকাৰ এখন দেশত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে এজন কমিউনিষ্ট নেতা। দেশখনত জিলিকিছে কমিউনিষ্টৰ ৰঙা…
কেইবাবছৰলৈকে চলিব পাৰে ইউক্রেইন যুদ্ধ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : ইতিমধ্যেই ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱা চাৰি মাহ হ'বলৈ আগবাঢ়িছে। কিন্তু এই যুদ্ধ এতিয়াই বন্ধ হোৱাৰ কোনো লক্ষণ নাই; বৰং এই যুদ্ধ আৰু কেইবাবছৰ ধৰি চলিব পাৰে বুলি সতর্ক কৰিছে পশ্চিমীয়া সামৰিক জোট নাটো…
হৃদৰোগৰ পৰা বাচি থাকিবলৈ গঢ়ি তোলক পাঁচটা অভ্যাস
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : প্রতি বছৰেই পৃথিৱীত সকলোতকৈ বেছি মানুহে প্রাণ হেৰুৱাই হৃদৰোগত আক্রান্ত হৈ। মানসিক চাপৰ পৰা আৰম্ভ কৰি অতিৰিক্ত কর্মব্যস্ততা, অনিদ্রা কিম্বা অন্যান্য আনুষঙ্গিক ৰোগে অনেক ক্ষেত্রতেই বঢ়াই দিব পাৰে হৃদৰোগৰ…
