Browsing Category
ট্ৰেণ্ডিং
দেশৰ মিছাইলৰ তথ্য পাকিস্তানৰ হাতত? পাক মহিলাৰ জালত ভাৰতৰ প্রতিৰক্ষা কর্মচাৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : পুনৰ হানিট্রেপৰ কবলত ভাৰতৰ প্রতিৰক্ষা গৱেষণা বিভাগৰ কর্মচাৰী। দেশৰ মিছাইল ব্যৱস্থাৰ গুৰুত্বপূর্ণ আৰু গোপন তথ্য পাকিস্তানৰ হাতলৈ গৈছে বুলিয়েই অনুমান কৰা হৈছে। জনা গৈছে যে, ছচিয়েল মিডিয়াৰ মাধ্যমেৰে…
দৰংমহাবিদ্যালয়ত “তুলনামূলক সাহিত্য আৰু ভাৰতীয় প্ৰেক্ষাপট” শীৰ্ষক গুৰুত্বপূৰ্ণ গ্ৰন্থ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ জুন : কিতাপ বা গ্ৰন্থৰ সংজ্ঞা দিয়াটো সিমান সহজ নহয়। ই মাথো এক ভৌতিক, লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সমাৰোহেই নহয়, বগা কাগজত নীলা বা ক'লা আখৰৰে ৰচা এক "ইতিহাস" স্বৰূপ-- কালি দৰংমহাবিদ্যালয়ত এইদৰে মন্তব্য কৰে…
মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ ‘গ্ৰামালোক’ অনুষ্ঠান
শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ জুনঃ মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ 'গ্ৰামালোক' শীৰ্ষক সাহিত্য-পাঠ তথা মুখামুখি অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। কমলাবাৰীৰ উপকণ্ঠ বৰটানীৰ কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত এই…
মৰ্মন্তুদঃ তেজপুৰত বানত নিহত কিশোৰৰ শেষকৃত্য সম্পূৰ্ণ নহ’ল
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯জুন: তেজপুৰ চহৰৰ নিকটৱৰ্তী চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত বাঁহবাৰী ডেকাচুবুৰীত বানত নিহত এটি কিশোৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব নোৱৰা এক কৰুণ ঘটনা পোহৰলৈ আহিছে। ঘগৰা নৈৰ বাঢ়নি পানীয়ে একাকাৰ কৰিছে ডেকাচুবুৰীৰ লগতে…
ৰাভা দিৱসৰ প্ৰাকমুহূৰ্তত বানত ডুব গ’ল সৈনিক শিল্পীৰ সমাধিস্থল ‘সমন্বয় ক্ষেত্ৰ’
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯জুন: সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ২০ জুনৰ ৫৪ সংখ্যক স্মৃতি দিৱসৰ প্ৰাকমুহুৰ্তত তেজপুৰৰ গেৰিকীস্থ সমাধিস্থল সমন্বয় ক্ষেত্ৰ ডুব গৈছে বানত। উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মৰাভৰলীৰ পাৰৰ এই…
‘সুন্দৰৰে পূজাৰী তুমি’ গীতেৰে আজি ৰাভাক সুঁৱৰিব যোৰহাটৰ শিল্পীয়ে
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ জুন : এহাতে অস্ত্ৰ আৰু এহাতে সুকুমাৰ কলাৰ জৰিয়তে জনজাগৰণৰ সৃষ্টি কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই কাইলৈ যোৰহাট জিলাত উন্মোচন কৰা হ'ব এটি গীত। 'সুন্দৰৰে পূজাৰী তুমি' শীর্ষক গীতটিৰ ৰচনা আৰু সুৰ ৰঞ্জন…
কৰিমগঞ্জত বান-ভূমিস্খলনত নিহত দুই
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৯ জুন: কৰিমগঞ্জত বানপানীয়ে নিতৌ বুৰাইছে ন ন অঞ্চল। কেইবা হাজাৰো লোক বানপানীৰ কবলত পৰি গৃহহাৰা হৈছে। শ শ লোক গৃহবন্দী বন্দী হৈ আছে। চলিছে উদ্ধাৰ অভিযান। যোৱা কেইদিনমানৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলা খনৰ…
বাক্সাত বানপীড়িত ৫৬৩ গৰাকী লোক আশ্ৰয় শিবিৰত
শতাব্দ প্ৰতিনিধি, বাক্সা, ১৯ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো বানৰ সংহাৰী ৰূপে গৃহহাৰা কৰিছে বহু পৰিয়াল।জিলাখনৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘোৰামাৰা, কদমতলা, মিছলামাৰী, বৰশিমলুগুৰী আদি অঞ্চলত পাগলাদিয়া আৰু মৰা পাগলাদিয়াৰ…
ৰহমৰীয়াত ভয়ংকৰ নাও দুৰ্ঘটনাত ৫ জন জীৱন্তে উদ্ধাৰঃ ৪ জন সন্ধানহীন
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ১৯ জুনঃ বানৰ সংহাৰীৰ সময়তে ডিব্ৰুগড়ৰ ৰহমৰীয়াত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাটোত সন্ধানহীন হ'ল চাৰিজনকৈ লোকৰ। ইয়াকে লৈ এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ…
