Browsing Category

ট্ৰেণ্ডিং

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক – এবছু সভাপতি দ্বীপেন বড়ো 

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ১৯ জুন : সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগে ছানি ধৰিছে। বছৰৰ দ্বিতীয়টো বানে অসমৰ জনসাধাৰণৰক জুৰুলা কৰি পেলাইছে। অসমৰ এনে এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছো যে ভাৰত…

ৰাজ্যৰ ‘অগ্নিবীৰ’ক অসম আৰক্ষীত নিযুক্তি দিব বুলি কেবিনেট সিদ্ধান্ত লওঁক- নিবনুৱা সন্থা

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ,১৯জুনঃ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই কয় যে কেন্দ্ৰীয় চৰকাৰে বছৰি ২ কোটি নিবনুৱাক চৰকাৰী চাকৰি দিম বুলি ঘোষণা কৰি অগ্নিপথ নামৰ আঁচনিৰ জৰিয়তে…

আশ্চৰ্যকৰ কৃষ্ণ গহ্বৰ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুন : প্ৰতি ছেকেণ্ডত পৃথিৱীৰ সমতুল্য ভৰ গিলি থকা এটা কৃষ্ণগহ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে দেখা পাইছে। যোৱা ৯ বিলিয়ন বছৰৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা কৃষ্ণগহ্বৰ। শেহতীয়াকৈ অষ্ট্ৰেলিয়ান নেচনেল…

চিঞৰিও উপাৰ্জন কৰিব পাৰি টকা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুন : বিভিন্ন ধৰণৰ পেশাৰ কথা নিশ্চয় শুনিছে। কিছু লোকে এটা ভাষা অন্য ভাষালৈ অনুবাদ কৰে আৰু কিছু লোকে ভইচ ডাবিং কৰি অর্থ উপার্জন কৰে। কিন্তু আজি আমি আপোনাক এনে এটা পেশা সম্পর্কে ক'বলৈ লৈছোঁ, য'ত আপুনি মাত্র চিৎকাৰ…

 ‘ৰেভল’ন’ দেউলীয়া ! ৰিলায়েন্স-এ ক্ৰয় কৰাৰ সম্ভাৱনা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ জুন: মহিলাৰ প্ৰসাধন সামগ্ৰী বিশেষকৈ 'নেইল প'লিছ' আৰু 'লিপষ্টিক'ৰ ক্ষেত্ৰত আন্তৰ্জাতিক সুনাম থকা ব্ৰেণ্ড 'ৰেভল'ন'ৰ অৱস্থা এতিয়া শোচনীয়। ৯০ বছৰীয়া পুৰণি ব্ৰেণ্ডটোৱে ৩.৩১ বিলিয়ন ডলাৰৰ ঋণত পোত গৈ চলিত সপ্তাহতে…

তুমি সদায় আছা, সদায় থাকিবা (শ্ৰদ্ধাৰ্ঘ বিষ্ণু প্ৰসাদ ৰাভা)

ৰূপম বৰাবিপ্লৱৰ অগ্নি বাণীৰে চিঙি দিয়া দাসত্বৰ লোৰ জিঞ্জিৰী শোষিত, নিষ্পেষিত,দীন দুখীয়াৰ দুৱাৰে দুৱাৰে বিলাই দিয়া স্বাধিকাৰৰ শ্লোগান।হে বীৰ , অধিনায়ক বিষ্ণু ৰাভা ডালিমীৰ শান্তি শায়িত কোলাত বিশ‌্ৰামৰ ঘুমুতিৰে বোৱাই দিয়া…

পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰাটো অবৈধঃ অভিযোগ পালে খোলাৰ ব্যৱস্থা কৰিব প্ৰশাসনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুনঃ নগৰ-মহানগৰত পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰি একাংশ লোকে ঘৰ দুৱাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাটো নতুন কথা নহয়।এনে এচাম আক্ৰোশী লোকৰ বাবেই নগৰ সমূহত বাৰিষা বন্ধ হৈ পৰে প্ৰাকৃতিক নলা- কালভাৰ্ট আদি। ফলত…

সঁচাই এদিন লখিমপুৰ-ধেমাজি নিঃচিহ্ন হ’ব নেকি?

পংকজ হাজৰিকা লখিমপুৰ আৰু ধেমাজি জিলাৰ গাতে লগাই অসম অৰুণাচলৰ সীমা গেৰুকামুখত নিৰ্মাণ কৰা নামনি সোৱনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম NHPCয়ে প্ৰায় সম্পূৰ্ণ কৰিলে।হয়তু চলিত বৰ্ষতে ইয়াৰ পৰা বিদ্যুৎ উৎপন্ন হ'ব।নাজানো অসমে কি পাব কিন্তু এজন…

চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে নিজৰ দেহ দান কৰি যোৱা তেজপুৰৰ মহৎ ব্যক্তিত্ব বাণীকান্ত শৰ্মাক…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুনঃ এগৰাকী বদান্য ব্যক্তিৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত আজি তেজপুৰত উন্মোচন হ'ল দুখনকৈ গ্ৰন্থ। উল্লেখ্য যে, যোৱা ৩ মে'ৰ দিনটোত পৰলোকপ্ৰাপ্তি ঘটাৰ কিছু দিন পূৰ্বে নিজৰ শৰীৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে দান…

দায়িত্ব লৈয়ে একেদিনাই ৮৫ জন বিষয়াক পদোন্নতিৰ ব্যৱস্থা উদ্যোগ মন্ত্রী বিমল বড়াৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ পৰিছে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া। নতুনকৈ উদ্যোগ বিভাগৰ দায়িত্ব পোৱা মন্ত্রী বিমল বড়াই শনিবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ আৰু…