Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰ বালিকা মহাবিদ্যালয়ত প্ৰদৰ্শনী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ সৌজন্যত ''জেউতি আত্মসহায়ক গোট" আৰু "সমন্বয় মহিলা আত্মসহায়ক গোট" ৰ লগতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ স্কীল হাবৰ সহায়ত আজি…

কৰিমগঞ্জ,হাইলাকান্দিত ভূমি স্খলনত নিহত দুই

প্ৰতিখন নদী বিপদ সীমাৰ ওপৰেৰে বৈ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। বি এছ এফৰ কেইবাটাও কেম্প পানীৰ তলত। সীমান্তত সতৰ্কতা জাৰি শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৮ জুন:অবিৰাম বৰষুণৰ ফলত কৰিমগঞ্জত ওফন্দি উঠিছে নদ নদী খাল বিল সকলো। তাৰ মাজতে ঠায়ে ঠায়ে ঘটিছে…

শোণিতপুৰত সংহাৰী বান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮জুনঃ সংহাৰী বানে বিস্তৰ ক্ষতি সাধন কৰা শোণিতপুৰৰ তথা তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী ডেকাচুবুৰীত কালি বিয়লি জিন্তু মুণ্ডা(১০)নামৰ এক কিশোৰৰ সলিল সমাধি ঘটিছে। ঘগৰা নৈৰ পাৰৰ অঞ্চলটোত বানে বিস্তৰ ক্ষতিসাধন কৰাৰ বিপৰীতে…

লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী

লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী: বগলীজানত ৰঙা নদীৰ মথাউৰি বিপন্ন: লখিমপুৰত ৬৬ খন গাঁও বানৰ কবলত শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত…

মাজুলীত কৃষিবান্ধ চিগি যোৱাত বিদ্যালয়তে আবদ্ধ ১৯ জনক উদ্ধাৰ

কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ◼️ অনিৰ্দিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ◼️সোৱণশিৰিৰ বাঢ়নি পানীয়ে কৃষি বান্ধ চিঙাৰ ফলত বালি জকাইবোৱা অঞ্চলত হাহাকাৰ পৰিস্থিতিশতাব্দ…

বিষ্ণু ৰাভা বঁটাকে ধৰি একাধিক চৰকাৰী বঁটাৰ প্ৰাপকৰ নাম ঘোষণা

'বিষ্ণু ৰাভা বঁটা' প্ৰাপক নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈ শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা কৰা হৈছে। ইয়াৰ লগতে ঘোষণা কৰা…

নিৰ্বাচনত দুটা সমষ্টিৰ পৰা একেজন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতাত নিষেধাজ্ঞা আৰোপ হোৱাৰ সম্ভাৱনা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ জুন : যি সকল প্ৰাৰ্থীয়ে লোকসভা, বিধানসভা বা আন কোনো প্ৰত্যক্ষ নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে বা কৰাৰ ইচ্ছা পোষণ কৰি ৰাখিছে, শীঘ্ৰেই হয়তো তেওঁলোকৰ আশাত চেঁচাপানী পৰিব। দুটা সমষ্টিৰ পৰা একেসময়তে…

দেশত ‘অগ্নিপথ’ৰ দাবানলঃ কেৱল বিহাৰতেই ৰে’ল বিভাগৰ ২০০ কোটি টকাৰ ক্ষতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুন : অগ্নিপথ প্রকল্পক ঘেৰি দেশত এতিয়া অগ্নিগর্ভ পৰিস্থিতি। সেনা বাহিনীত নিয়োগৰ নতুন নিয়মৰ প্রতিবাদত প্রবল বিক্ষোভ চলিছে গোটেই দেশজুৰি। সকলোতকৈ বেয়া অৱস্থা বিহাৰ আৰু উত্তৰ প্রদেশত। কেৱল বিহাৰতেই আন্দোলনকাৰীৰ…

যিকোনো মুহূৰ্তত মেঘালয়ে এৰিব পাৰে পানী

মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র।…

অগ্নিপথঃ উত্তাল দেশত এটা এটাকৈ নিয়ম শিথিল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুনঃঅগ্নিপথ আঁচনিক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এটা এটাকৈ নিয়ম শিথিল কৰি আছে। অগ্নিপথ আঁচনিত সেনাবাহিনীৰ বাবে ১০ শতাংশ সংৰক্ষণ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে…