Browsing Category
ট্ৰেণ্ডিং
কৃচ্ছ সাধনাৰে সফলতাৰ জখলা বগাইছে নৃত্য শিল্পী আচিকে
মুক্তাৰ আলী
অসমত ইউটিউবাৰৰ সংখ্যা দিনক দিনে বাঢ়িছে।নিষ্ঠা আৰু একাগ্ৰতাৰ অভাৱত বহু ইউটিউবাৰে একোটা চেনেল কেইদিনমান চলাই হঠাৎ নোহোৱা হৈ যায়।বহুতে আকৌ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈকে ইউটিউব চেনেল চলাই সফলো হয় । নতুনকৈ আত্মপ্ৰকাশ কৰা অসমৰ…
সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য কৰ্মশালা আৰম্ভ
উত্তৰ লখিমপুৰ, ১৭ জুনঃ সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিভাগৰ দ্বাৰা ১৫ জুনৰ পৰা ২৪জুনলৈ অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি যোৱা ১৫ জুনৰ দিনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা…
প্ৰকৃতিৰ ৰুষ্ট ৰূপ আৰু আমাৰ কৰণীয়
বিমল বৰগোহাঁই
বাৰিষা বতৰ অহাৰ লগে লগেই যেন নৈপৰীয়া ৰাইজৰ মনবোৰ ভয় আৰু শংকাই আৱৰি ধৰে। বানপানী, গৰা-খহনীয়া, মথাউৰি চিঙা আদিবোৰ যেন তেওঁলোকৰ বাবে সাধাৰণ ঘটনা হৈ পৰিছে। ঠিক সেইদৰে পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ বাবেও ভূমিস্খলন আৰু তাৰপাছত…
ৰূপকোঁৱৰৰ ওপজা দিনঃ তেজপুৰৰ ঐতিহাসিক “পকী” গীতে মাতে মুখৰিত
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ সংখ্যক ওপজা দিনটোত আজি ৰূপকোঁৱৰ গৰাকীৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক "পকী" ৰ প্ৰাংগন গীতে মাতে মুখৰিত হৈ পৰে।উল্লেখ্য যে, প্ৰতিকুল বতৰৰ মাজতে আজি অসম চৰকাৰৰ…
ছুইচ বেংকত বাঢ়িছে ভাৰতীয়ৰ টকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুন : ভাৰতীয়ই ছুইচ বেংকত ৰখা টকাৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিগত ১৪ বছৰৰ ভিতৰত সকলোতকৈ বেছি পৰিমাণৰ টকা ছুইচ বেংকত ৰাখিছে ২০২১ চনত। ভাৰতীয় ব্যক্তি আৰু সংস্থাবোৰে বিভিন্ন ছুইচ বেংকত ৰখা টকাৰ মুঠ পৰিমাণ…
গাঁওবাসীৰ অংশীদাৰিত্বৰে গাঁও উন্নয়ন আঁচনি প্ৰস্তুত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ অসম আদর্শ গ্রাম যোজনা সফল কৰাৰ বাবে গাঁওবাসীৰ আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওবাসীৰ সহযোগিতাৰে এক বিস্তৃত গাঁও উন্নয়ন পৰিকল্পনা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শনকাৰী…
দহদিনত ভাৰতৰ দুবাৰ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুন : দহ দিনত দুবাৰকৈ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে ভাৰতে। দহ দিন পূৰ্বে শত্রুৰ বুকুত ভয়ৰ কঁপনি তুলি পৰমাণু অস্ত্র বহনত সক্ষম অগ্নি ৪ বেলেষ্টিক মিছাইলৰ (Agni-IV ballistic missile) সফল উৎক্ষেপণ…
পেণ্টাগনত ভাৰতীয় মূলৰ ৰাধা আয়েংগাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুন : পেন্টাগনৰ গুৰুত্বপূর্ণ পদৰ বাবে ভাৰতীয় বংশোদ্ভৱ ৰাধা আয়েংগাৰ প্লাম্বক মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে। ১৫ জুনত তেওঁক আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰৰ ডেপুটি আণ্ডাৰ চেক্রেটাৰি (সামৰিক ক্রয় আৰু…
শোণিতপুৰত ৯২খন গাঁৱৰ ২১সহস্ৰাধিক লোক বানত আক্ৰান্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭জুন: শোণিতপুৰৰ পাঁচটা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলৰ মুঠ ৯২খন ৰাজহ গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে।আজি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে এই তথ্য।মুঠ ২১হেজাৰ ৫৫৪জন লোক বানৰ কবলত পৰাৰ বিপৰীতে জিলাখনত প্ৰশাসনে মাত্ৰ এটা আশ্ৰয়…
ডাঃ সুভাষ খান্নাৰ নেতৃত্বত গুৱাহাটীত ৰ’বটিক পদ্ধতিৰে বৃহৎ স্প্লেনিক চিষ্টৰ বিৰল অস্ত্ৰোপচাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ গুৱাহাটীৰ আগশাৰীৰ লেপাৰ’স্ক’পিক, বেৰিয়াট্ৰিক আৰু ৰ’বটিক ছাৰ্জন ডাঃ সুভাষ খান্নাৰ নেতৃত্বত গুৱাহাটীত সম্পন্ন হয় এক বিৰল অস্ত্ৰোপচাৰ। ডাঃ সুভাষ খান্নাই ৰ’বটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ…
