Browsing Category
ট্ৰেণ্ডিং
আফগানিস্তানত সাংবাদিকৰ জীৱন !
মুছা মহম্মদী নামৰ এই যুৱকজনে বছৰ বছৰ ধৰি আফগানিস্তানৰ বিভিন্ন টিভি চেনেলত এংকৰ আৰু ৰিপ'ৰ্টাৰ হিচাপে কাম কৰিছিল। এতিয়া তেওঁৰ পৰিয়ালক খুৱাবলৈ কোনো উপাৰ্জন নাই। ধন উপাৰ্জন কৰিবলৈ এতিয়া তেওঁ পদপথত ফলমূল (ষ্ট্ৰীট ফুড) বিক্ৰী কৰে। গণৰাজ্য পতনৰ…
‘অগ্নিবীৰ’ৰ প্ৰতিবাদত নিয়ম শিথিল চৰকাৰৰ
নতুন দিল্লী. ১৭ জুনঃ কেন্দ্ৰীয় চৰকাৰে পূর্বে চাৰি বছৰৰ চুক্তিৰে অগ্নিপথ প্রকল্পত ১৮ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল।ফলত বিহাৰৰ পৰা গুৰুগ্ৰামলৈকৈ প্ৰতিবাদত দেশ উত্তাল হৈ পৰে। এনে অৱস্থাত সেই প্ৰকল্পত নিযুক্তিৰ…
গুৱাহাটী-শিলচৰৰ মাজত পুনৰ বিশেষ বিমান সেৱাৰ ব্যৱস্থা
বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত। গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে।
শতাব্দ…
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী
লখিমপুৰত আতংকিত নৈপৰীয়াঃ নাওবৈছা, বিহপুৰীয়াত জলমগ্ন অৰ্ধ শতাধিক গাওঁ : নীপকোৱে ৰঙানদী - ডিক্ৰঙত এৰিছে পানী : চৌদিশে হাহাকাৰশতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৭ জুনঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত বিগত প্ৰায় এমাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ…
আইএএছ বিষয়া হাজেলাৰ বিৰুদ্ধে পুনৰ এফ আই আৰ দাখিল
গুৱাহাটী, ১৭ জুনঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক আৰু চিষ্টেম ইন্টিগ্ৰেটৰে উপ-ঠিকাদাৰৰ লগ লাগি দুৰ্নীতি (ধন সৰবৰাহ) কৰা বুলি অভিযোগ কৰি এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে আন এক এফআইআৰ দাখিল কৰা হৈছে।বৰ্তমানৰ এনআৰচিৰ…
লখিমপুৰৰ ৫৯ খন চৰকাৰী বিদ্যালয়ত নাই এজনো ছাত্র-ছাত্রী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ জুনঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে ন ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে লখিমপুৰ জিলাত এতিয়াও বহু বিদ্যালয়ত এজনো ছাত্র-ছাত্রী অথবা এজনো শিক্ষক-শিক্ষয়িত্ৰী নথকা কাৰ্যই শিক্ষা বিভাগৰ স্বৰূপ উদঙাই…
দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰি কৰ্মচাৰীক নিলম্বন
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৬ জুন: দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জ জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰিজন কৰ্মচাৰীক নিলম্বন কৰা হৈছে । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত…
অম্বুবাচীঃ নিবৃত্তিৰ পাছত ভি আই পিৰ বাবে নাথাকিব বিশেষ দৰ্শনৰ অনুমতি
২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বিভিন্ন দিশ তদাৰক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ। মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা…
‘মিছ ইণ্ডিয়া’ৰ বাবে প্ৰস্তুতি অসমীয়া মডেল পৰিস্মৃতাৰ
মুক্তাৰ আলী
মডেলিঙৰ ক্ষেত্ৰতখনত খোজ থৈ সফলতাৰ বাটেৰে ক্ৰমশ: ধাৱমান হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজগড়ৰৰ পৰিস্মিতা ভূঞা। অধ্যয়নৰ সমান্তৰালকৈ মডেলিঙৰ ৰেম্পত খোজ থৈ বৰ্তমানলৈকে কেইবাটাও ঢাপত নিজৰ প্ৰতিভা প্ৰকাশ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰি…
