Browsing Category

ট্ৰেণ্ডিং

’হালধীয়া’ বিতৰ্ক ! উকীল সন্থালৈ পত্ৰ প্ৰেৰণ তিনিচুকীয়া প্ৰেছ ক্লাবৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ জুন : তিনিচুকীয়া উকীল সন্থাই ছপা সংবাদ মাধ্যমৰ বিৰুদ্ধে ৰাজহুৱাকৈ আপমানজনক মন্তব্য প্ৰদান কৰা কাৰ্য্যক কেন্দ্ৰ কৰি সমগ্ৰ তিনিচুকীয়াৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এই সন্দৰ্ভত আজি…

শোণিতপুৰত, লখিমপুৰত ১৪৪ ধাৰা বলবৎ

শোণিতপুৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ জুন: সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰি দেশৰ কোনো কোনো ঠাইত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু শোণিতপুৰ জিলাৰ আইন শৃংখলা পৰিস্থিতি অটুত ৰখাৰ প্ৰতি লক্ষ্য…

অৰণাচলৰ পৰা হিমালয়ৰ মাজেৰে কাৰ্গিললৈ ৫০ উৰ্ধৰ ভাৰতীয় মহিলা দলৰ অভিযান অব্যাহত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : নেপালত এমাহৰ যাত্ৰাকে ধৰি তিনিমাহৰ দীঘলীয়া কঠোৰ ট্ৰেকিঙৰ পিছত ৫০ বছৰতকৈ অধিক বয়সৰ অল উইমেন ট্ৰেন্স হিমালয়ান অভিযানৰ দলটোৱে পুনৰ ভাৰতৰ মাটিত উপস্থিত হৈ নিজৰ মিছনৰ তৃতীয় অংশটো সম্পূৰ্ণ কৰিছে। নেপালত এমাহ…

তিনি দিন ধৰি কৃত্রিম বানত আৱদ্ধ মহানগৰীৰ জীৱন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ প্ৰকৃতিৰ ৰোষত পৰিছে গুৱাহাটী মহানগৰী। মুষলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন। গুৱাহাটীৰ ভিন্ন প্ৰান্তত এতিয়াও কেৱল পানী আৰু পানী।কৃত্ৰিম বানক লৈ গুৱাহাটী মহানগৰত নাজল-নাথল অৱস্থা। নেৰানেপেৰা বৰষুণৰ…

৩টা বিশ্ব অভিলেখ গঢ়ি ২৫ জুনত উদ্বোধন হ’ব বাংলাদেশৰ বিশাল পদ্মা দলং

ঢাকা, ১৬ জুন: বাংলাদেশৰ পদ্মা নদীৰ ওপৰত এখন বিশাল দলং নিৰ্মাণ কৰি বাংলাদেশে বিশ্ববাসীক চমক খুৱাই দিছে। অহা ২৫ জুনত দলংখন উদ্বোধন হ'ব। দলংখনক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশখনতে উছাহৰ পাৰ ভঙা আন্ন্দই বিৰাজ কৰিছে। উল্লেখ্যে যে উদ্বোধনৰ লগে লগে…

২৪ সংখ্যক বছৰত যুক্তৰাজ্যত অসম সাহিত্য সভাঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুনঃ গ্ৰেট বিটেইনত থকা অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই এইবছৰ ২৪ সংখ্যক বছৰত ভৰি দিলে। সেই উপলক্ষে অহা ৯ জুলাইত যুক্তৰাজ্য শাখাই বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি চলাইছে। যুক্তৰাজ্য শাখাৰ সভানেত্ৰী মঞ্জিৰা…

এনেকৈ থাকিলে মানুহ গুৱাহাটীৰ পৰা পলাবলৈ বাধ্য হব

সৌম্যদ্বীপ দত্ত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱাৰ ফলত আমাৰ আজি এই দুৰাৱস্থা। বহুতেই চৰকাৰক গালি-গালাজ আৰু দোষাৰোপ কৰিছে। কিন্তু মূল সত্যটো হ'ল আমাৰ কৰ্ম ফলৰ পৰিণতি হিচাপে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও যদি আমি প্ৰকৃতিৰ প্ৰতি…

মেঘালয়ত ভয়াৱহ ভূমিস্খলন, বৰাকৰে যোগাযোগ বিচ্ছিন্ন

ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ ট্ৰাক। ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। স্থলপথৰ যোগাযোগ বৰাক, ত্ৰিপুৰা,…

গাড়ীত উঠি ফুৰিব পাৰিব জোনবাইৰ বুকুত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : নতুন কোনো ঠাইলৈ ফুৰিবলৈ ওলালে আমি প্ৰথমেই ভাবোঁ— সকলো ঠাইলৈ যাব পৰাকৈ বাৰু গাড়ী পোৱা যাবনে? চন্দ্ৰলৈ গ'লেও এই চিন্তা হ'ব পাৰে! সেই কথা মনত ৰাখিয়েই চন্দ্ৰলোকৰ ইঠাই সিঠাই ফুৰিব পৰাকৈ ভাৰা গাড়ীৰ ব্যৱস্থা…

 কুকুৰেই কৈ দিব কভিড হৈছেনে নাইঃ টেষ্টৰ দিন শেষ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : মহাপ্রস্থানৰ পথত আছিল কুকুৰ পথ প্ৰদৰ্শক। হত্যাকাৰী বা অপৰাধী অনুসন্ধানতো সিদ্ধাহস্ত এইবিধ বিশ্বাসী চতুষ্পদী। মানৱ জীৱনত কুকুৰৰ আছে নানা ভূমিকা। এইবাৰ মেডিকেল টেষ্ট লেবৰেটৰিতো কুকুৰৰ দখল আৰম্ভ হৈছে। কুকুৰৰ…