Browsing Category

ট্ৰেণ্ডিং

দেশত প্রথম বেচৰকাৰী ট্রেইনৰ যাত্রা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : ভাৰতত বেচৰকাৰী ট্রেইনৰ চলাচল আৰম্ভ হৈ গ'ল। প্রথমখন ট্রেইনে যোৱা ১৪ জুনত তামিলনাডুৰ কইম্বাটুৰৰ পৰা যাত্রা আৰম্ভ কৰিছে। ৰে'লৱেৰ ‘ভাৰত গৌৰৱ' প্রকল্পৰ অধীনত চলিব এই ট্রেইনখন। আজি, ১৬ জুন বৃহস্পতিবাৰে ট্রেইনখন…

ভাৰতত মানুহৰ আয়ুস ৫ বছৰকৈ কমিছে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : ভাৰতত মানুহৰ গড় আয়ুস মাৰাত্মক হাৰত কমিছে। কোনো কোনো চহৰ বা তাৰ চৌপাশৰ এলেকাত মানুহৰ গড় আয়ুস কমি গৈছে ৭ বছৰ পর্যন্ত। ইয়াৰ বাবে দায়ী বায়ু প্ৰদূষণ। স্বাস্থ্যকৰ খাদ্য নোপোৱা, ধূমপানৰ কাৰণে গড় আয়ুস কমি যোৱাৰ…

প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যায়সমূহৰ ১৬ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ মহলাৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত কিছুদিন ধৰি…

 চৰকাৰী বিভাগৰ কৃপাত তেজপুৰ কৃত্ৰিম বানত জুৰুলা চহৰলৈ পৰিৱৰ্তন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুলাই: কেবল গুৱাহাটী মহানগৰীয়েই নহয় বৰ্তমান ধাৰাবাহিক বৰষুণত বানত তেজপুৰ পৌৰ সভা অন্তৰ্গত বহুকেইটা অঞ্চল ডুব যোৱাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে।আজি তেজপুৰ চহৰৰ একাধিক অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে লোকনিৰ্মাণ…

মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত দশম স্থান প্ৰাপ্ত অনুৰাগ বৰা সহ ২২ গৰাকী ছাত্র ছাত্ৰীক…

শতাব্দ প্ৰতিনিধি,মাজুলী,১৫জুন: মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।পুৱা বন্দনাৰ পাছতেই এটা কালাংশৰ পাঠদান অনুষ্ঠিত হোৱাৰ পাছত ১০-৩০ বজাৰৰ পৰা অভিনন্দন অনুষ্ঠানটি নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।দশম…

বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন

উত্তৰ লখিমপুৰঃ ১৫ জুনঃ বয়োজ্যেষ্ঠ লোকসকলক সহায় আগবঢ়াবলৈ আহ্বান জনাই আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ যৌন নিৰ্যাতন বিৰোধী কোষৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা…

লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জাতিগত প্ৰমাণপত্ৰ সময়ত নাপাই কিয়?

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অন্যান্য পিছপৰা শ্ৰেণী (অ’. বি. চি) ৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ নামত এতিয়া আবেদনকাৰীয়ে দীর্ঘ দিন ধৰি হাৰাশাস্তি খাই আহিব লগা হৈছে। চৰকাৰী নীতি অনুসৰি ১৫ দিনৰ ভিতৰত…

তেজপুৰত পথ দুৰ্ঘটনাত সৰবৰহী ছাত্ৰনেতা নিহত

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুন: যোৱা নিশা তেজপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ সক্ৰিয় কৰ্মী তথা স্থানীয় পৰ্বতীয়া শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি পটংগীয়া(২৪) নিহত হয়।তেজপুৰৰ বাম পৰ্বতীয়া নিবাসী অনন্ত…

তেজপুৰত দপদপ কৈ জ্বলিল বাহন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫জুন: তেজপুৰৰ বালিপুখুৰী তিনিআলিত আজি পুৱা প্ৰায় ৯-৩০বজাত পথৰ দাঁতিত ৰখাই থোৱা এখন বাহন হঠাৎ জ্বলি উঠাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে, বালিপুখুৰী তিনিআলিস্থিত জ্ঞান ভৰতী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা…

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক সম্বৰ্ধনা (ফটো সংবাদ)

শিৱসাগৰ মাৰোৱাৰী পঞ্চায়তে সুন্দৰ মহল মডাৰ্ন স্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ দৃশ্য ফটো সংবাদ:-আব্দুল মতিন শিৱসাগৰ