Browsing Category

ট্ৰেণ্ডিং

ৰাজনাথ সিঙে ক’ৰ পৰা বিদেশী পুঁজি লৈছিল, ৰাজহুৱা কৰকঃ আছু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত উপস্থিত হৈ কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে. সিঙে কালি কৰা মন্তব্যক লৈ লখিমপুৰ ধেমাজিত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন। এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ…

কৰিমগঞ্জত গছ পৰি এজনৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ , ১৫ জুনঃ কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ জিলাৰ নৈ, বিল, জান, জুৰি, নলা-নৰ্দমা সকলোতে পানী উপচি পৰি  ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। বিশেষকৈ যোৱা তিনি চাৰি দিন ধৰি হোৱা বৰষুণৰ ফলত সমগ্ৰ…

এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্রী খৰছিং ইংতিয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ কংগ্ৰেছত পুনৰ আন এক মোক্ষম আঘাত। এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত পাহাৰীয়া জিলাখনৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে দল ত্যাগ কৰিলে।…

আশ্চৰ্যজনক ‘মহাজাগতিক দৃশ্য’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুনঃ নিখুঁত এক মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰ'ল আন্তর্জাতিক স্পেচ ষ্টেচনৰ সদস্যসকল। আন্তর্জাতিক মহকাশ ষ্টেশনৰ পৰা এক অস্বাভাৱিক বা মহাজাগতিক ঘটনাৰ ফটো তুলি ধৰিছে এজন ৰাছিয়ান মহাকাশচাৰীয়ে। যদিও সেই ফটোখনৰ ব্যাখ্যা…

যুদ্ধৰ ১০০ দিনত ইউৰোপীয় ইউনিয়নক তেল বিক্রী কৰি ৯৮ বিলিয়ন ডলাৰ আয় ৰাছিয়াৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুনঃ ‘‘আগফালে মাৰোঁ ডাং, পিছফালে ধোবাং বাং’’।— ইউৰোপীয় ইউনিয়নৰ অৱস্থা এতিয়া এনেকুৱাই হৈছে। ইউক্রেইন আক্রমণৰ কাৰণে আৰম্ভণিৰ পৰাই ৰাছিয়াৰ ওপৰত এটাৰ পিছত আন এটা নিষেধাজ্ঞা জাৰি কৰিছে ইউৰোপীয় ইউনিয়নে। কিন্তু…

উচ্চ কলেষ্টৰেলে চিন্তাত পেলাইছে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুনঃ কলেষ্টৰেলৰ সমস্যা এতিয়া ঘৰে ঘৰে। অনেকৰ ধাৰণা যে চর্বিজাতীয় খাদ্য বেছিকৈ খালেই কলেষ্টৰেলৰ মাত্রা বাঢ়ি যায়। সকলো ক্ষেত্রতে এই ধাৰণা সঠিক নহয়। আচলতে কলেষ্টৰেলৰ মাত্রা বাঢ়িবনে নাই, সেয়া নির্ভৰ কৰে প্রত্যেকৰে…

ভাৰতক চাপত ৰখাৰ বুদ্ধি ! পাৰমাণৱিক অস্ত্র আধুনিকীকৰণ চীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুন : বিগত কেইবাটাও বছৰত ভাৰতে প্রতিৰক্ষা বিভাগ অনেক উন্নত হৈছে। নতুন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে সামৰিক বিভাগত। তদুপৰি অত্যাধুনিক সৰঞ্জামেৰে ভাৰতৰ সেনাবাহিনী সজাই তোলা হৈছে। কিন্তু তাৰ পিছতো দুঃশ্চিন্তাই পিছ এৰা…

তিনিটা ভাষাত সাহিত্য সৃষ্টি কৰা ৮ বছৰীয়া কুঁহি চেতিয়াৰ তৃতীয়খন গ্ৰন্থ ‘Little Star’ 

মুক্তাৰ আলী Little Star' শিশু লেখিকা কুঁহি চেতিয়াৰ তৃতীয়খন সদ্য প্ৰকাশিত শিশু উপযোগী গ্ৰন্থ।মূলতঃ গল্প সংকলন Little Star ত সন্নিৱিষ্ট হৈছে দহোটাকৈ চুটি গল্প।শিশু লেখিকা হিচাপে ৰচনাৰ সৰলতা থাকিলেও প্ৰতিটো গল্পতেই নিহিত হৈ আছে একোটাকৈ মহান…

দৰংমহাবিদ্যালয়ত “শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ” শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালা

এখন শৈক্ষিক অনুষ্ঠানৰ প্ৰশাসক গৰাকী সজাগ আৰু সতৰ্ক হ'লে সকলো সফলতা লাভ কৰিব পাৰে- ড° মৃদুল কুমাৰ হাজৰিকা, প্ৰাক্তন উপাচাৰ্য নিজৰ দুৰ্বলতা সমূহ নিৰূপণ কৰিবলৈ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণৰ প্ৰয়োজন - ড° যোগেন চন্দ্র কলিতা, অধ্যাপক,…

ক্ৰাইম ব্ৰাঞ্চৰ নাম লৈ ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম আৰক্ষীৰ চি আই ডিয়ে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে উপেন্দ্ৰ পাণ্ডে নামৰ এজন প্ৰৱঞ্চকক। লোকজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। চি আই ডিয়ে জানিব দিয়া মতে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও বৰ্তমান…