Browsing Category
ট্ৰেণ্ডিং
২০জুনৰ আন্তঃৰাষ্ট্ৰীয় বিধবা দিৱসৰ দিনা ১৫০০০ বিধবা মহিলাক ১৫ হাজাৰকৈ ধন প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪জুনঃ সাংস্কৃতিক নগৰী তেজপুৰ বাটমাৰী সভা কক্ষত যোৱা ১১জুনৰ পুৱাৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যৰ ৩৫খন জিলাৰ জিলা উপায়ুক্ত সকলৰ সন্মিলন কালি নিশা…
গুৱাহাটীৰ বান : বুধবাৰে বন্ধ থাকিব গুৱাহাটীৰ শিক্ষানুষ্ঠান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ প্ৰৱল বৃষ্টিপাতৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা। সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বান বুৰ যোৱাৰ লগতে ভূমিস্খলনত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়া নাৰ্চেই হৰ্তা কৰ্তা বিধাতা
অভ্যন্তৰত কি ঘটিছে ? নামতহে উন্নীত হ'ল নেকি চিকিৎসা মহাবিদ্যালয়ঃ আই. চি. ইউ. চলাবলৈ নাই প্রয়োজনীয় টেকনেচিয়ানঃ নামতহে আছে চিকিৎসকঃ অ' পি. ডিত নাৰ্চেই ৰোগীক টিকট প্রদান কৰেঃ এম. আৰ আই আহিয়েই পোৱা নাইঃ আই. চি. ইউ, আছে যদিও ৰহস্যজনক…
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিপদাপন্ন ভাষা কেন্দ্ৰত চাৰিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪ জুন, তেজপুৰ বিশ্ববিদ্যালয়ত আজি চাৰিখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিনোদ কুমাৰ জৈনে। সন্মানীয় অতিথি হিচাপে…
দিব্যাংগসকলৰ বাবে থকা আঁচনিসমূহ নিয়াৰিকৈ ৰূপায়ণৰ নিৰ্দেশ মন্ত্রীৰ
সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ ল'লে মন্ত্রীগৰাকীয়ে। ৰাষ্ট্ৰীয় লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত…
চীনক খুদ চাউল খুৱাই আছে ভাৰতে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : বিগত দুবছৰমান ধৰি সীমান্তত বিবাদে ঘেৰি ধৰিছে ভাৰত আৰু চীনক। ফাট্ মেলিছে দুয়ো দেশৰ সম্পর্কত। ২০২০ চনত ইন্দো-চীন সীমান্তত ৰক্তক্ষয়ী সংঘর্ষৰ দৰে ঘটনাও ঘটিছে। কিন্তু ইমানবোৰ তিক্ততাৰ মাজতো ভাৰতে ‘অন্নদাতা’ৰ…
বিতর্কিত ‘অগ্নিপথ’ সেনা প্রকল্পৰ সূচনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : বিতর্কিত 'অগ্নিপথ' প্রকল্পৰ কথা ঘোষণা কৰা হ'ল প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ উপস্থিতিত। এই প্রকল্পৰ মাধ্যমেৰে সেনা বাহিনীত স্বল্প ম্যাদৰ চুক্তিৰ ভিত্তিত সেনাকর্মী নিয়োগ কৰা হ'ব। এই প্রকল্পৰ অধীনত চলিত বছৰত…
নাৰী নে পুৰুষ ? কাৰ ‘মূৰ’ বেছি গৰম?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : নাৰী নে পুৰুষ, কাৰ মূৰ বেছি গৰম হৈ থাকে? এই লৈ তর্ক-বিতর্ক চলিয়েই থাকে। কিন্তু আক্ষৰিক অর্থত কাৰ মস্তিষ্কৰ উষ্ণতা বেছি সেয়া কিন্তু নিশ্চিত কৰি কৈ দিব পাৰে বিজ্ঞানে। অদ্ভুত যেন লাগিলেও সত্য। কেমব্রিজৰ…
দৌৰত ঘোঁৰাক হৰুৱাই চমক সৃষ্টি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : দৌৰত ঘোঁৰাকো হৰুৱাই দিয়াটো মুখৰ কথা নহয়। দৌৰৰ লগত ঘোঁৰা সদা পৰিচিত। ঘোঁৰা মানেই দৌৰ। সেই ঘোঁৰাক দৌৰত হৰুৱাইছে এজন লোকে। ৩৬ কিলোমিটাৰ দৌৰত প্রথম হৈছে ৰিকি লাইটফুট। যুক্তৰাজ্যৰ ৱেলছত যোৱা ১১ জুনত অনুষ্ঠিত…
সোৱণশিৰি প্ৰকল্পৰ পৰা অসমে ২-৩ শতাংশ বিদ্যুৎ লাভ কৰিব- কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙ
একাধিক কাৰ্যসূচীত অংশগ্ৰহণেৰে ধেমাজিত কেন্দ্ৰীয় মন্ত্ৰীৰ গাঁও চফৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৪ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা মানি দুদিনীয়া কাৰ্যসূচীৰে ধেমাজি ভ্ৰমণলৈ অহা কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে বহু…
